• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ ইচ্ছ্যুৰে ৰাজ্যত আবিৰ্ভাৱ হৈছে নতুন দল ‘হিন্দুস্তান কংগ্ৰেছ’

আগন্তুক লোকসভা নিৰ্বাচনত ৰাজ্যৰ ১৪ টা সমষ্টিতে প্ৰাৰ্থী দিব নতুন দলটোৱে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 17, 2019 10:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত লোকসভা নিৰ্বাচনৰ গৰম বতাহ বলি থকাৰ সময়ছোৱাত ৰাজ্যত বিভিন্ন প্ৰতিশ্ৰুতি লৈ আবিৰ্ভাৱ হৈছে নতুন নতুন ৰাজনৈতিক দলৰ। তাৰ সমান্তৰালকৈ নতুন নতুন প্ৰতিশ্ৰুতিৰ বন্যাৰে বিজেপি-কংগ্ৰেছৰ দৰে নতুনকৈ গঠন হোৱা দলসমূহে ভোটাৰক আকৰ্ষণ কৰাৰ কৌশল হাতত লোৱাটো পৰিলক্ষিত হৈছে।

২০১৭ চনতে গঠন হোৱা বুলি দাবী কৰা তেনে এক নতুন ৰাষ্ট্ৰীয় দল  ‘হিন্দুস্তান কংগ্ৰেছ’এ অসমত আগন্তুক লোকসভা নিৰ্বাচনত প্ৰত্যেকটো সমষ্টিতে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কথা ঘোষণা কৰে।

Apply Now

আজি মহানগৰীৰ পানবজাৰস্থিত হোটেল মিনাৰভাত এক সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ ৰাজ্যিক উপ-সভাপতি বসন্ত শৰ্মাই ঘোষণা কৰে এই কথা।

সংবাদমেলত শৰ্মাই কয় ‘আমাৰ নিৰ্বাচনৰ মূল ইচ্ছ্যু হ’ব বিদেশী সমস্যাৰ সমাধান। নাগৰিকত্ব সংশোধনী বিধেয়কৰ আমি সম্পূৰ্ণ বিৰোধী।‘ ৰাজ্যসভাত জাতিধ্বংসী বিধেয়কখন গৃহীত হোৱাহেঁতেন উচ্চতম ন্যায়ালয়ৰ কাষ চাপি হ’লেও বিধেয়কখন নাকচ কৰিলেহেঁতেন বুলি সংবাদমেলত উপ-সভাপতিগৰাকীয়ে দাবী কৰে।

কংগ্ৰেছ আৰু বিজেপিৰ আমোলত দুয়োখন চৰকাৰৰ আমোলতে জনসাধাৰণ অতিষ্ঠ হৈ পৰা বুলি মন্তব্য কৰি শৰ্মাই লগতে কয় ‘প্ৰতিখন চৰকাৰৰ অপ-শাসনত অতীষ্ঠ হৈ ৰাইজ এতিয়া বিক্লপৰ সন্ধানত। সেই বিকল্পৰ চিন্তাৰে গঠিত হোৱা আমাৰ দলে জনসাধাৰণৰ সেৱক ৰূপে কাম কৰি যোৱাৰ মানসেৰে নিজকে ৰাইজৰ বাবে উসৰ্গিত কৰিছে।‘

তাৎপয্যপূৰ্ণভাৱে বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰূপে গ্ৰহণ কৰি ইয়াৰ স্থায়ী সমাধান কৰাটোও তেওঁলোকৰ এক পদক্ষেপ বুলি সংবাদমেলত উল্লেখ কৰে।

তাৰোপৰি তেওঁলোকৰ অন্যান্য প্ৰতিশ্ৰুতিসমূহ ক্ৰমে ‘দেশৰ কৃষিক্ষেত্ৰৰ উন্নয়ন আৰু কৃষক শ্ৰমিকৰ সমস্যা সমাধান, প্ৰকৃত ভূমিহীন ভাৰতীয় নাগৰিকক ভূমিপট্টা প্ৰদান, ছয় জনগোষ্ঠীক জনজাতিকৰণ, সংবাদকৰ্মীৰ সমস্যা সমাধান ইত্যাদি।‘

সংবাদমেলত তেওঁলোকৰ দলীয় প্ৰতীক চিহ্ন ‘কৃষকৰ ট্ৰেক্টৰ’ বুলি উপ-সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে।

অৱশ্যে বৰ্তমানলৈকে ধুবুৰী লোকসভা সমষ্টিতহে প্ৰাৰ্থীত্ব থিৰাং কৰিছে দলটোৱে। ধুবুৰী লোকসভা সমষ্টিৰ পৰা সংগঠনটোৰ সাধাৰণ সম্পাদক গোলাম নবী আজাদক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। প্ৰত্যেকটো সমষ্টিৰ পৰা দুই-তিনিখনকৈ প্ৰাৰ্থীত্বৰ আবেদন আহিছে যদিও কাইলৈহে সকলো সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব ৰাজনৈতিক দলটোৱে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

June 15, 2026 3:36 pm
তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

June 15, 2026 3:36 pm
তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd