• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সত্ৰীয়া সংস্কৃতিৰ গুৰু টংকেশ্বৰ হাজৰিকা বৰ বায়নলৈ ড° জগন্নাথ মহন্ত স্মাৰক বঁটা

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
March 18, 2019 6:28 pm
Jagannath Mahanta

জগন্নাথ মহন্ত বঁটা প্ৰদান অনুষ্ঠান। ছবি- নৰ্থ ইষ্ট নাও।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ বৰবায়ন, সত্ৰীয়া সংস্কৃতিৰ সাধক টংকেশ্বৰ হাজৰিকালৈ আগবঢ়োৱা হৈছে ড° জগন্নাথ মহন্ত স্মাৰক বঁটা।

ড° জগন্নাথ মহন্ত সোঁৱৰণী মঞ্চই এইবছৰৰ পৰা আগবঢ়াবলৈ লোৱা বঁটাটো সত্ৰীয়া শিল্পীগৰাকীক সোমবাৰে সন্ধিয়া শিৱসাগৰৰ আমগুৰিত প্ৰদান কৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাক্তন সচিব তথা সত্ৰীয়া শিল্পী শাৰদী শইকীয়াই।

Apply Now

“ড° জগন্নাথ মহন্তৰ দৰে সত্ৰীয়া নৃত্য, গীত, বাদ্যৰ ব্যৱহাৰিক আৰু তাত্ত্বিক পাণ্ডিত্যৰ অধিকাৰী ব্যক্তিয়ে  জীৱিত কালত প্ৰাপ্য সন্মান নাপালে,” আমগুৰিৰ বঁটা প্ৰদান অনুষ্ঠানটোত এই মন্তব্য কৰে শইকীয়াই।

প্ৰয়াত মহন্তৰ সান্নিধ্যত সত্ৰীয়া নৃত্যৰ শিক্ষা লাভ কৰা শইকীয়াই কয় যে মহন্তৰ “সত্ৰীয়া ডান্সেচ অৱ আচাম” গ্ৰন্থখন সত্ৰীয়া নৃত্যৰ সকলো অধ্যাপক আৰু শিক্ষাৰ্থীয়ে অধ্যয়ন কৰা উচিত।

বৰ বায়ন টংকেশ্বৰ হাজৰিকাই প্ৰয়াত মহন্তলৈ সংগীত নাটক অকাডেমিৰ বঁটা আগ নবঢ়োৱাত অসন্তুষ্টি প্ৰকাশ কৰে।

যোৱা ১৬ আৰু ১৭ মাৰ্চত দুদিনীয়া কাৰ্য্যসূচীৰে মঞ্চই আমগুৰি নাট্য মন্দিৰত জগন্নাথ মহন্ত স্মৃতি দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠানটোৰ আয়োজন কৰিছিল।

১৭ মাৰ্চৰ সন্ধিয়া উদযাপন সমিতিৰ সম্পাদক ইন্দ্ৰকমল ফুকনে আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানত ড° জগন্নাথ মহন্তৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন কৰে তিতাবৰ কমলাবাৰী সত্ৰৰ বৰ বায়ন পৰমানন্দ কাকতীয়ে।

পূৱেৰুণ শিল্পী সমাজ আমগুৰি, কৰাপাট, ড° জগন্নাথ মহন্ত ইন্সটিটিউট অৱ পাৰফৰ্মিং আৰ্ট আৰু স্থানীয় একাংশ ৰাইজৰ সহযোগত আয়োজিত অনুষ্ঠানটোত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে যোৰহাট সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ সাৰংগপাণি বৰদলৈ। অনুষ্ঠানত প্ৰয়াত মহন্তৰ সহধৰ্মিনী অঞ্জনা মহন্ত, ড° জগন্নাথ মহন্ত সোঁৱৰণী মঞ্চৰ সভাপতি অনিল কুমাৰ শইকীয়া, উদযাপন সমিতিৰ সভাপতি দিগন্ত বৰুৱাও উপস্থিত থাকে।

অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আয়োজন কৰা সাংস্কৃতিক সন্ধিয়া মুকলি কৰে জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অনিল কুমাৰ গগৈয়ে।

ৰাজীৱ দত্ত

ৰাজীৱ দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am
ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

July 29, 2026 9:49 am
অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd