• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছৰ ১০টা সমষ্টিৰ প্ৰাৰ্থী ঘোষণাৰ পাছত গুৱাহাটীত চৰ্চালৈ আহিছে কিৰিপ চলিহাৰ নাম

এন ই নাও নিউজ by এন ই নাও নিউজ
March 19, 2019 1:05 pm
18-02-19-Guwahati-Kirip-Chaliha-press-meet-2-750x375

কিৰিপ চলিহা। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আসন্ন লোকসভা নিৰ্বাচনৰ বাবে অসমত কংগ্ৰেছে ৫টা সমষ্টিৰ প্ৰথমখন তালিকা প্ৰকাশ কৰাৰ পাছত সোমবাৰে নিশা আন ৫টা গুৰুত্বপূৰ্ণ সমষ্টিৰ বাবেও প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰিছে।

দ্বিতীয় পৰ্যায়ত প্ৰকাশ কৰা তালিকাত অন্তৰ্ভুক্ত সমষ্টি কেইটা হ’ল নগাঁও, মঙলদৈ, লখিমপুৰ, তেজপুৰ আৰু ডিফু। সেইদৰে নগাঁৱত প্ৰদ্যুৎ বৰদলৈ, মঙলদৈত ভুৱনেশ্বৰ কলিতা, লখিমপুৰত অনিল বৰগোঁহাই, তেজপুৰত এম জি কে ভানু আৰু ডিফুত বীৰেন সিং ইংতিক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।

Apply Now

আনহাতে, যোৱা ১৫ তাৰিখে কংগ্ৰেছে অসমৰ ৫টা সমষ্টিৰ বাবে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছিল। প্ৰথমখন তালিকাত কৰিমগঞ্জত স্বৰূপ দাস, শিলচৰত সুস্মিতা দেব, কলিয়াবৰত গৌৰব গগৈ, যোৰহাটত সুশান্ত বৰগোঁহাই আৰু ডিব্ৰুগড়ত পৱন সিং ঘাটোৱাৰক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰে।

সোমবাৰে প্ৰকাশ কৰা কংগ্ৰেছৰ পঞ্চমখন তালিকাত অসমৰ ৫টা লোকসভা সমষ্টিকে ধৰি দেশৰ সৰ্বমুঠ ৫৬টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাইছে।

অসমৰ আৰু চাৰিটা সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰিবলৈ বাকী থকা কংগ্ৰেছৰ বাবে গুৱাহাটী সমষ্টিত প্ৰাৰ্থী নিৰ্বাচনকলৈ জটিলতা আঁতৰ হোৱা নাই। শেহতীয়াকৈ দলৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে গুৱাহাটীৰ বাবে প্ৰাক্তন সাংসদ কিৰিপ চলিহাৰ নাম চৰ্চালৈ আহিছে।

কংগ্ৰেছে এজন উপযুক্ত প্ৰাৰ্থীৰ সন্ধানত বহু চেষ্টা চলোৱাৰ পাছতো প্ৰাৰ্থী নিৰ্বাচন কৰিবলৈ সক্ষম নোহোৱাত দলৰ শীৰ্ষ নেতৃত্বই চলিহাৰ নামটো বিবেচনা কৰা বুলি জানিব পৰা গৈছে। গুৱাহাটী লোকসভা সমষ্টিত যথেষ্ট ভিত্তি থকা কিৰিপ চলিহাকে অৱশেষত প্ৰাৰ্থিত্ব দিয়াৰ বাবে দলৰ একাংশ নেতাই মত আগবঢ়োৱা বুলি দলীয় এক সূত্ৰই জনিবলৈ দিয়ে।

বিজেপিৰ প্ৰাৰ্থী কুইন ওজাৰ বিপৰীতে কিৰিপ চলিহাৰ প্ৰতিদ্বন্দ্বিতা বৰ বেছি কঠিন নহ’ব বুলি উল্লেখ কৰি কংগ্ৰেছৰ এক সূত্ৰই লগতে চলিহাই পূৰ্বতেও বিজেপিৰ ভূপেন হাজৰিকাৰ দৰে জনপ্ৰিয় নেতাক পৰাজিত কৰি নিৰ্বাচিত হোৱাৰ কথা উনুকিয়াই দিয়ে।

ইপিনে, কিৰিপ চলিহাৰ প্ৰাৰ্থিত্বক লৈ দলৰ সভাপতি ৰিপুন বৰা আৰু প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ মাজত কোনোধৰণৰ বিৰোধ নাই বুলি জানিব দি সূত্ৰটোৱে শেষ মুহূৰ্তত চলিহাই প্ৰাৰ্থিত্ব লাভ কৰাত আচৰিত হ’বলগীয়া নাই বুলি স্পষ্ট কৰি দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd