• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘৭০’ সংগঠন আৰু নাই

লোকসভা নিৰ্বাচনৰ ৰাজনৈতিক বা-মাৰলীয়ে ফালি পেলাইছে “৭০ সংগঠন”ৰূপে পৰিচিত নাগৰিকত্ব বিধেয়কবিৰোধী অসমৰ একাংশ সংগঠনৰ ঐক্যবদ্ধ মঞ্চ।

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 27, 2019 5:25 pm
Amid Loksabha election warm up, breakdown disrupts 70 anti-CAB orgaisations' unity in Assam

গুৱাহাটীত যোৱা শুকুৰবাৰে ৭০টা ষংগঠনৰ সংবাদমেল। ছবি- নৰ্থ ইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনৰ ৰাজনৈতিক বা-মাৰলীয়ে ফালি পেলাইছে “৭০ সংগঠন”ৰূপে পৰিচিত নাগৰিকত্ব বিধেয়কবিৰোধী অসমৰ একাংশ সংগঠনৰ ঐক্যবদ্ধ মঞ্চ।

দেখা গৈছে, ৰাজনৈতিক মোকাবিলাৰ দৃঢ় সাধাৰণ কৰ্মসূচীৰ অভাৱৰ ফলতেই বিজেপি উত্থাপিত বিধেয়কখন এতিয়াও বাতিল নোহোৱা অৱস্থাতে নিৰ্বাচনৰ মুখত বলি গৈছে সংগঠনকেইটাৰ ঐক্য।

Apply Now

বিধেয়কৰ পক্ষত আঁকোৰগোজ বিজেপিৰ মিত্ৰজোঁটৰ বিৰুদ্ধে আসন্ন নিৰ্বাচনত ৰাইজক পক্ষ ল’বলৈ মঞ্চটোৰ পৰা জনোৱা আহ্বানেই অনুঘটকৰ কাম কৰিছে বিভাজনত। যুঁজাৰু- দ ফাইটাৰ্ছ নামৰ সংগঠনটোৰ পিছত বুধবাৰে মঞ্চটো ত্যাগ কৰিছে ঐক্য সেনা, অসম নামৰ সংগঠনটোৱে।

“৭০ সংগঠনে কাকো স্পষ্টকৈ ভোট দিবৰ বাবে আহ্বান জনোৱা নাছিল যদিও অসমৰ ৰাইজে ইতিমধ্যে ধাৰণা কৰিছে তেওঁলোক কাৰ সমৰ্থনত আছে। অসমৰ ৰাইজ সজাগ আৰু সচেতন, তেওঁলোকে বিবেকেৰে ভোট দি উপযুক্ত প্ৰাৰ্থীক ভোটদান কৰিব,” যোৱা শুকুৰবাৰে সংবাদমেলযোগে ৭০টা সংগঠনৰ মঞ্চই জনোৱা আহ্বানৰ বিপৰীত অৱস্থানেৰে বুধবাৰে মন্তব্য ঐক্য সেনা, অসমৰ সাধাৰণ সম্পাদক শ্বহিদুল ইছলামৰ।

70 anti-CAB orgaisations
ঐক্য সেনা, অসমৰ বুধবাৰৰ সংবাদমেল।

ইছলামৰ সংগঠনটোৱে এই কথা কোনোপধ্যে “সহ্য” কৰিব নোৱাৰে বুলি মন্তব্য কৰি তেওঁ বিধেয়কখন “সাময়িকভাৱে বাতিল” হোৱা বুলিও উল্লেখ কৰে।

মঞ্চটোৰ মজিয়াৰ পৰা দুই এটা সংগঠনে আগন্তুক নিৰ্বাচনত পোনপটীয়াকৈ ৰাজনৈতিক দলক সমৰ্থন জনোৱা বুলি মন্তব্য কৰি ইয়াৰ বিৰোধিতা কৰিছে ইছলামে।

ঐক্য সেনা অসমে লগতে ঘোষণা কৰে যে তেওঁলোকে নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে অৱস্থান লোৱা নিৰ্দলীয় প্ৰাৰ্থীক সমৰ্থন আগবঢ়াব।

মঞ্চটোৱে নিৰ্বাচনত বিজেপিৰ মিত্ৰজোঁট আৰু এ আই ইউ দি এফৰ বিৰুদ্ধে অৱস্থান ল’বলৈ আহ্বান জনোৱা শুকুৰবাৰৰ সংবাদমেলখনত ঐক্য সেনা, অসমৰ নেতৃত্বও উপস্থিত আছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

June 15, 2026 5:26 pm
নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm
মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

June 15, 2026 4:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

June 15, 2026 5:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd