• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিটিচিত মই আৰু বিপিএফ থকালৈকে কেতিয়াও বড়োলেণ্ড নহয় : হাগ্ৰামা মহিলাৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 30, 2019 3:08 pm
BTC-Chief-Hagrama-Mohilary-L-and-MP-Biswajit-Daimary-addressing-the-rally

বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী আৰু ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’বি টি চিত মই আৰু বিপিএফ থকালৈ কেতিয়াও বড়োলেণ্ড নহয়। এবছু আৰু এন ডি এফ বি (প্ৰ)য়ে বড়োলেণ্ডৰ দাবীত আন্দোলন কৰি আছে যদিও কোনোদিন বড়োলেণ্ড নহ’ব। এবছুক নিজৰ সম্পত্তি বুলি ভাবি প্ৰমোদ বড়োৱে বড়ো ৰাইজক আন্দোলনত জড়িত কৰি বড়ো জাতিক বিক্ৰী কৰি আহিছে,’’- বি টি চিৰ মুখ্য কাৰ্যবাহী তথা বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে এইদৰে মন্তব্য কৰে।

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ সদৰত শুকুৰবাৰে দুপৰীয়া ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বি পি এফৰ উমৈহতীয়া প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অনুষ্ঠিত এখন সভাত দহ সহস্ৰাধিক লোকৰ উপস্থিতিত দিয়া ভাষণত বিটিচিৰ মুখ্য কাৰ্যবাহী তথা বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে এইদৰে কয়।

Apply Now

হাগ্ৰামাই ভাষণ প্ৰসংগত আৰু কয় যে বি পি এফ দল সকলো জাতি-জনগোষ্ঠীৰ লোকৰ দ্বাৰা গঠিত দল। সেয়েহে, বি পি এফৰ উমৈহতীয়া প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্ম বিপুল ভোটত জয়ী হোৱাটো নিশ্চিত। তেওঁক সকলো জাতি-জনগোষ্ঠীয় লোকৰ ভোটাৰসকলক ওলাই আহি বি পি এফৰ প্ৰাৰ্থীগৰাকীক ভোটদান কৰিবলৈ মহিলাৰীয়ে আহ্বান জনায়।

মহিলাৰীয়ে লগতে এবছুক তীব্ৰ সমালোচনা কৰি কয়, ‘’এবছুৱে বড়ো জাতি তথা সমাজৰ বাবে একো কৰিব পৰা নাই। কেৱল বড়োলেণ্ডৰ নামত ৰাইজক বিভ্ৰান্ত কৰি আছে। তেওঁলোকে যিমানেই আন্দোলন নকৰক কিয় বি টি চিত কেতিয়াও পৃথক বড়োলেণ্ড ৰাজ্য গঠন নহয়।‘’

আনহাতে, সমাৱেশত ভাষণ দি ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে এবছুৱে ৰাজনীতি কৰি ৰাইজক ঠগাই অহা বুলি সমালোচনা কৰে।

ইপিনে, এই সভাতে বিভিন্ন দল-সংগঠনৰ ৩৯৩ কৰ্মী-সদস্য-সমৰ্থকে বি পি এফত যোগদান কৰে। সভাত বি টি চিৰ কাৰ্যবাহী সদস্য ক্ৰমে গণেশ কছাৰী, দেৱেন বড়ো, মহেশ্বৰ বসুমতাৰী, জগদীশ সৰকাৰ, বিধায়ক মনেশ্বৰ বড়ো, থানেশ্বৰ বসুমতাৰীকে ধৰি বি পি এফৰ দলীয় নেতা-কৰ্মীসকল উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd