• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়াক সম্বৰ্ধনা সত্ৰ মহাসভাৰ

একাংশই ধৰ্মৰ নামত সন্ত্ৰাসবাদী কাৰ্য্যকলাপত লিপ্ত হৈছে : দিব্যজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 31, 2019 2:57 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি যুঁজ দি অহা মানৱ অধিকাৰ তথা সমাজকৰ্মী দিব্যজোতি শইকীয়াক শনিবাৰে অৰ্থাৎ ৩০ মাৰ্চত সত্ৰ মহাসভাই সম্বৰ্ধনা জ্ঞাপন কৰে। অসম সত্ৰ মহা সভা আৰু দুলীয়াজান আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজিত ‘সেতুবন্ধ ২০১৮-১৯’ অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় মুখ্য অতিথি হিচাপে উপস্থিত থকা শইকীয়াক।

সত্ৰ মহাসভাৰ ভদ্ৰকান্ত ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰি দিব্যজ্যোতি শইকীয়াই কয়, ‘বৰ্তমান সময়ত ধৰ্মক লৈ একাংশই বৃহৎ ব্যৱসায় চলাইছে। আন একাংশই ধৰ্মৰ নামত সন্ত্ৰাসবাদী কাৰ্য্য কলাপত লিপ্ত হৈছে।‘

Apply Now

ইফালে ভাষণ প্ৰসংগতে বৰ্তমানৰ বিজেপি চৰকাৰকো সমালোচনা কৰি শইকীয়াই কয় যে, ‘৫৫০ বছৰ পূৰ্বে শংকৰদেৱে প্ৰতিষ্ঠা কৰি যোৱা গণতান্ত্ৰিক ব্যৱস্থাক বৰ্তমানৰ শাসক যন্ত্ৰই ভাঙি তচনচ কৰিলে। ইয়াৰ পৰা সাৰি যোৱা নাই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমো।‘

ইয়াৰোপৰি তেওঁ ‘সেতুবন্ধ’ৰ অৰ্থ বাখ্যা কৰি কয় যে ভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সামাজিক আৰু সাংস্কৃতিক সমন্বয় আৰু সদভাৱ স্থাপন কৰাই হৈছে সেতুবন্ধ। আমি শংকৰদেৱৰ আদৰ্শক অনুকৰণ কৰি ভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সমন্বয় স্থাপন কৰিব নোৱাৰিলে সুস্থ সমাজ গঢ় দিয়াত কঠোৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব।‘

উল্লেখযোগ্য যে যোৱা ৩০ মাৰ্চৰ পৰা দুলীয়াজান কেন্দ্ৰীয় নামঘৰৰ প্ৰাঙ্গনত অনুষ্ঠিত হৈ থকা ‘সেতুবন্ধ’ কাৰ্য্যসূচীৰ কাইলৈ অন্তিম দিন।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd