• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফেইচবুকৰ পিছত হোৱাটছএপেও ল’লে ভুৱা খবৰৰ বিৰুদ্ধে ‘ব্যৱস্থা’

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
April 2, 2019 9:35 pm
WhatsApp_Fake News
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত চৰকাৰৰ হেঁচাত সংঘবদ্ধভাৱে সন্দেহজনক আৰু ৰাজনৈতিক পোষ্ট দিয়া বুলি সন্দেহ কৰা কিছুমান পেইজ, একাউণ্টৰ ওপৰত ফেইচবুকে কঠোৰ ব্যৱস্থা লোৱাৰ এদিন পিছতে ইয়াৰ জনপ্ৰিয় মেছেজিং এপ হোৱাটছএপেও ভুৱা খবৰৰ ক্ষেত্ৰত সতৰ্কতামূলক পথ ল’বলৈ আগ বাঢ়িছে।

আজি হোৱাটছএপ কৰ্তৃপক্ষই জানিবলৈ দিয়ামতে, য়ুজাৰে লাভ কৰা বাৰ্তা এটাৰ বিশ্বাসযোগ্যতা পৰীক্ষা কৰিব পৰাকৈ তেওঁলোকে এটা চে’কপইণ্ট টিপলাইন (checkpoint tipline) মুকলি কৰিছে।

Apply Now

চৰকাৰে ছ’চিয়েল মিডিয়া প্লেটফ’ৰ্মবোৰক আগন্তুক নিৰ্বাচনত প্ৰভাৱিত কৰাৰ যিকোনো ধৰণৰ প্ৰয়াস কৰিলে কঠোৰ ব্যৱস্থাৰ মুখামুখি হ’বলৈ সকীয়নি দিয়াৰ পিছত ফেইচবুক আৰু হোৱাটছএপৰ এদিনৰ অগাপিছাকৈ এই তৎপৰতা।

“PROTO নামৰ ভাৰত-ভিত্তিক এটা মিডিয়া স্কিল ষ্টাৰ্ট আপৰ দ্বাৰা মুকলি কৰা এই টিপলাইনে নিৰ্বাচনৰ সময়ছোৱাত পৰ্য্যৱেক্ষণৰ বাবে চে’কপইণ্টৰ বাবে উৰা-বাতৰিৰ এটা ডেটাবেইছ প্ৰস্তুত কৰাত সহায় কৰিব। এই প্ৰকল্পটোক হোৱাটছএপৰ দ্বাৰা পৃষ্ঠপোষকতা আৰু প্ৰযুক্তিগতভাৱে সহায় কৰা হৈছে”, হোৱাটছএপ কৰ্তৃপক্ষই এটা ঘোষণাত আজি কয়।

আজিৰ পৰা আৰম্ভ কৰা এই চে’কপইণ্টলৈ ভাৰতৰ য়ুজাৰসকলে লাভ কৰা ভুল বাতৰি বা উৰা-বাতৰি +91-9643-000-888 নম্বৰৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰিব।

য়ুজাৰ এজনে এটা সন্দেহজনক খবৰ টিপলাইনৰ সৈতে শ্বেয়াৰ কৰিলে PROTO-অৰ পৰীক্ষাকেন্দ্ৰই সঁহাৰি দিয়াৰ চেষ্টা কৰিব আৰু য়ুজাৰজনক তেওঁ শ্বেয়াৰ কৰা বাৰ্তাটোত দাবী কৰা কথাখিনি পৰীক্ষিত হয় নে নহয় জনাব।

“য়ুজাৰক দিয়া সঁহাৰিত সংশ্লিষ্ট বাৰ্তাটোত থকা তথ্যবোৰ সত্য, অসত্য, ভ্ৰান্তিজনক, বিতৰ্কমূলক বা ‘ক’ব পৰা নাযায়’ এনেকুৱা ইংগিত থাকিব”, হোৱাটছএপৰ ঘোষণাটোত এইদৰে কোৱা হয়।

ছবি, ভিডিঅ’ লিংক, টেক্সট –এইকেইটা ফৰ্মেটত থকা বিষয়বস্তু পৰীক্ষা কৰিব পৰাকৈ কেন্দ্ৰটো প্ৰযুক্তি-সুবিধাযুক্ত। ইংৰাজীৰ উপৰি হিন্দী, তেলুগু, বেংগালী আৰু মালয়ালম ভাষাৰ বিষয়বস্তু পৰীক্ষা কৰিব পৰা হ’ব।

ভাৰতত হোৱাটছএপৰ ২০ কোটিৰো অধিক য়ুজাৰ আছে আৰু সৰ্বাধিক সংখ্যক য়ুজাৰ থকা দেশবিলাকৰ ভিতৰত অন্যতম।

কোৱা প্ৰয়োজন, ভাৰত চৰকাৰৰ পৰা পোৱা হেঁচাৰ বাবে হোৱাটছএপ কৰ্তৃপক্ষই যোৱা বছৰ একোটা মেছেজ এবাৰত সৰ্বাধিক ৫জনলৈ প্ৰেৰণ কৰিব পৰা নিয়ম কৰি ব্যাপক হাৰত বাৰ্তা বিলোৱাৰ সুবিধাটো সীমিত কৰিছিল।

একেবাৰতে বহুতো য়ুজাৰলৈ বাৰ্তা প্ৰেৰণ কৰিব পৰা সুবিধাটোৰ বহুতে অপব্যৱহাৰ কৰাৰ অভিযোগ আছিল আৰু ভাৰতত সংঘটিত কেইবাটাও অসামাজিক ঘটনাৰ কাৰক হিচাপে ইয়াক চিহ্নিত কৰা হৈছিল। তাৰ পিছতে চৰকাৰৰ হেঁচাত সীমিতকৰণৰ সিদ্ধান্তটো লৈছিল কৰ্তৃপক্ষই।

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd