• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিত মন্ত্ৰী পল্লৱলোচনে বাধা দিয়াটো সঁচা”, মজুৰি উপদেষ্টা ব’ৰ্ডৰ প্ৰাক্তন সদস্য

এন ই নাও নিউজ by এন ই নাও নিউজ
April 3, 2019 10:50 am
Pallab Lochan Das_3
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাগিচাৰ মালিকৰ সৈতে বুজাবুজিৰে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিত মন্ত্ৰী পল্লৱলোচনে বাধা দিয়া বুলি তেজপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানুৱে অনা অভিযোগক সত্য বুলি ক’লে মজুৰি উপদেষ্টা ব’ৰ্ডৰ এজন প্ৰাক্তন সদস্য তথা অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ সভাপতি বিবেক দাসে।

দাসে জনায় যে লেবাৰ কমিশ্যনে minimum wage act 1948, উচ্চতম ন্যায়ালয়ৰ নিম্নতম মজুৰি সম্পৰ্কীয় ৰায়বোৰ পৰীক্ষা কৰি অসমত চাহ শ্ৰমিকসকলৰ নিম্নতম মজুৰি ৩৫১.৩৩ টকা হ’ব লাগে বুলি ৱেইজ এডভাইজৰি ব’ৰ্ডত দাখিল কৰিছিল।

Apply Now

কিন্তু ৰহস্যজনক কাৰণত বিশেষকৈ মন্ত্ৰী পল্লৱলোচনৰ স্থিতিৰ বাবেই অসম চৰকাৰে এই পৰামৰ্শৰ ভিত্তিত কোনো ধৰণৰ সিদ্ধান্ত নল’লে। বৰং শ্ৰম মন্ত্ৰী পল্লৱলোচনে মালিকৰ পক্ষত স্থিতি লৈ ক’লে যে ৩৫১.৩৩ টকা মজুৰি দিবলৈ হ’লে চাহ বাগিচাবোৰ বন্ধ হৈ পৰিব।

ইয়াৰ পিছত চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি মাত্ৰ ৩০ টকা বৃদ্ধি কৰিলে।

দাসে আন এটা অভিযোগ কৰে যে শোণিতপুৰ জিলাৰ বৰগাওঁ চাহ বাগিচাৰ লক-আউটৰ সময়তো পল্লৱলোচনে বাগিচাখনৰ মালিকৰ পক্ষত থিয় দি শ্ৰমিকসকলক প্ৰতাৰণা কৰিছিল। মালিকে বে-আইনীভাৱে বাগিচাখন লক-আউট কৰাৰ পিছত পল্লৱলোচনে শ্ৰমিকসকল মালিকৰ ওচৰত আত্মসমৰ্পণ কৰাটোহে বিচাৰিছিল।

https://www.facebook.com/ananta.hazarika.543/videos/2490945954461628/

“লেবাৰ কমিশ্যনৰ অফিচৰ পৰা এই লক-আউটটোত নিষাধাজ্ঞা জাৰি কৰি চৰকাৰলৈ ব্যৱস্থা ল’বলৈ লিখিছিল। নিয়মমতে, এইটো পোৱাৰ দুই-তিনি দিনৰ ভিতৰতে চৰকাৰে বিশেষকৈ শ্ৰম বিভাগৰ সচিবে স্বাক্ষৰ কৰিব লাগে। কিন্তু শ্ৰম মন্ত্ৰীজনে বাধা দি এইখন নিজৰ টেবুলত ৰাখি থৈ লক-আউটটো প্ৰায় ছমাহ দীঘলীয়া কৰিছিল। চাহ বাগিচাৰ শ্ৰমিকসকলে মাত্ৰ বিচাৰিছিল এখন এম্বুলেন্স, তেওঁলোকৰ খৰিৰ পইচা, তেওঁলোকৰ ছুটীৰ পইচা। এইবোৰ প্ৰাপ্য দাবীৰ বিপৰীতে শ্ৰম মন্ত্ৰী পল্লৱলোচনে মালিকৰ ওচৰত শ্ৰমিকসকলে ছাৰেণ্ডাৰ কৰাটো বিচাৰিছিল।” বিবেক দাসে কয়।

আনহাতে দাসে লগতে অভিযোগ কৰে যে পল্লৱলোচন শ্ৰম মন্ত্ৰী হৈ থকা অৱস্থাত ২০১৭ চনত বিজেপিয়ে আগৰ শ্ৰম পৰিষদ (ৱেইজ ব’ৰ্ড)খন ভংগ কৰি নতুনকৈ বনায় আৰু আগৰখন ব’ৰ্ডত যিসকলে মজুৰি বৃদ্ধিৰ বাবে আঁকোৰগোঁজ হৈ আছিল তেওঁলোকক বাদ দিলে। তেওঁ পল্লৱলোচনক চাহ শ্ৰমিকক বিশ্বাসঘাতক কৰা নেতা বুলিও কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd