• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদী চৰকাৰৰ বিপৰীতে প্ৰয়োজন এখন ধৰ্ম নিৰপেক্ষ চৰকাৰ : চি পি আই

এন ই নাও নিউজ by এন ই নাও নিউজ
April 5, 2019 4:15 pm
CPI manifesto
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৩ এপ্ৰিল অৰ্থাৎ বুধবাৰে ভাৰতৰ কমিউনিষ্ট পাৰ্টী চমুকৈ চি পি আইৰ ৰাজ্যিক কাৰ্য্যালয়ত মুকলি কৰা হয় নিৰ্বাচনী ইস্তাহাৰ। দলটোৱে সমগ্ৰ দেশৰ বাবে অসম ৰাজ্য পৰিষদৰ তৰফৰ পৰা অসমৰ কেইটামান জ্বলন্ত সমস্যা দাঙি ধৰাৰ বাবে ইস্তাহাৰখন প্ৰকাশ কৰে।

অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়া, বিদ্ৰোহী সমস্যাৰ ৰাজনৈতিক সমাধান, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ, অসমৰ সীমা সুৰক্ষা, নিবনুৱা সমস্যা সমাধান, গুৱাহাটী চহৰৰ প্ৰদূষণ, বানপানী সমস্যাৰ স্থায়ী সমাধান আদিৰ দৰে জ্বলন্ত সমস্যা সমূহৰ বিষয়ে ইস্তাহাৰত উল্লেখ কৰে।

Apply Now

সংবাদমেলত দলটোৰ অসম ৰাজ্য পৰিষদে ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপিক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে বিজেপিৰ ২০১৪ চনৰ জয়ে ভাৰতবৰ্ষৰ ৰাজনীতি চৰম পন্থাৰ ফালে ঢাল খুৱাই লৈ গ’ল বুলি মন্তব্য কৰে। আৰ এছ এছ আৰু সমগ্ৰ সংঘ পৰিবাৰে দেশৰ ৰাষ্ট্ৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিলে।

ইয়াৰ উপৰি বিমুদ্ৰাকৰণ, জি এছ টি আদিৰ জৰিয়তে কৰা অৰ্থনৈতিক বিপৰ্য্যৰ ফলত দেশত কৰ্মসংস্থাপন নোহোৱা হ’ল। মোদী চৰকাৰে পাঁচ বছৰীয়া শাসনকালত দিয়া বিকাশৰ প্ৰতিশ্ৰুতি সকলো ধোৱাচাঙত উঠিল বুলিও বিজেপক কটাক্ষ কৰে।

সেয়ে এই নিৰ্বাচনত মোদী চৰকাৰক পৰাস্ত কৰি জনসাধাৰণৰ হৈ কাম কৰা এখন গণতান্ত্ৰিক ধর্ম নিৰপেক্ষ চৰকাৰ কেন্দ্ৰত গঠন কৰিব লাগিব। এই নিৰ্বাচনৰ ৰায় জনসাধাৰণৰ ৰায় হ’ব লাগিব বুলি মন্তব্য কৰে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ অসম ৰাজ্যিক পৰিষদে।

উল্লেখ্য যে এইবাৰৰ লোকসভা নিৰ্বাচনত দলটোৱে অসমৰ দুটা সমষ্টিত প্ৰাৰ্থী আগবঢ়াইছে। যোৰহাটত কনক গগৈ আৰু লখিমপুৰত অৰূপ কলিতাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।

Tags: নিৰ্বাচন ২০১৯
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

July 29, 2026 8:22 am
সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

July 29, 2026 7:42 am

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am
চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

July 29, 2026 8:22 am
সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

July 29, 2026 7:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd