• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ কাৰ্য্যালয়ৰ পৰা প্ৰচাৰ কৰাৰ বিৰল সুযোগ পালে নিৰ্দলীয় উপমন্যু হাজৰিকাই

প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ কাৰ্য্যালয়ৰ পৰা নিৰ্বাচনী প্ৰচাৰ চলোৱা হাজৰিকাই সম্ভৱতঃ একমাত্ৰ প্ৰাৰ্থী

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
April 6, 2019 8:30 pm
Upamanyu Hazarika at BJP office

বিজেপিৰ কাৰ্য্যালয়ত উপস্থিত হৈ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকা। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনী প্ৰচাৰৰ অংশস্বৰূপে আজি এটা সমদল লৈ নুনমাটিৰ পৰা ভৰলুমুখলৈ যাত্ৰা কৰা গুৱাহাটী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাই প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ কাৰ্য্যালয়ৰ পৰা প্ৰচাৰ চলোৱাৰ এটা আকস্মিক আৰু বিৰল সুযোগ পায়। কথাটোৱে নিৰ্বাচনৰ ভৰপকত থকা ৰাজ্যৰ ৰাজনৈতিক মহলত আমোদৰো খোৰাক যোগাইছে।

খবৰ মতে, আজি হাজৰিকাই কৰ্মী-সমৰ্থকৰ সৈতে এটা খোজকঢ়া কাৰ্য্যক্ৰমৰ আয়োজন কৰিছিল। আবেলি ৩ বজাত আৰম্ভ হোৱা এই কাৰ্য্যসূচীত খোজ কাঢ়ি গৈ থকা অৱস্থাত নিউ গুৱাহাটী তিনি আলিৰ বাছ আস্থানৰ কাষতে থকা বিজেপিৰ এটা উকা নিৰ্বাচনী কাৰ্য্যালয় দেখা পায়।

Apply Now

জনবিহীন, কৰ্মীবিহীন কাৰ্য্যালয়টো দেখি বিজেপি প্ৰতিদ্বন্দ্বীগৰাকীৰ বিৰুদ্ধে এটা বিৰলতম সুযোগ হাততে পায় নিৰ্দলীয় প্ৰাৰ্থীজনে। তেওঁ তাৎক্ষণিক আৰু বুদ্ধিদীপ্ত সিদ্ধান্তৰে বিজেপিৰ শূন্য কাৰ্য্যালয়টোত প্ৰৱেশ কৰে আৰু দলটোৰ প্ৰতিশ্ৰুতিবোৰক ‘শূন্য’ৰ সৈতে ৰিজনি কৰাৰ সুযোগ লয়।

“এই শূন্য কাৰ্য্যালয়টো যেনেকৈ শূন্য, বিজেপিৰ প্ৰতিশ্ৰুতিবোৰো শূন্য”, বিজেপিৰ কাৰ্য্যালয়টোত বহি লৈ হাজৰিকাৰ তাৎপৰ্য্যপূৰ্ণ মন্তব্য।

আনহাতে নৰ্থ-ইষ্ট নাওলৈ প্ৰেৰণ কৰা এটা টোকাত প্ৰাৰ্থীজনে কয়, “বিজেপিৰ নিৰ্বাচনী কাৰ্য্যালয়টোত এজনো কাৰ্য্যকৰ্তা উপস্থিত নথকাটোৱে প্ৰমাণ কৰে যে খিলঞ্জীয়াৰ বৃহত্তৰ স্বাৰ্থক প্ৰতাৰণা কৰা বাবে কেৱল যে অসমৰ জনতাই বিজেপিক পৰিত্যাগ কৰিছে এনে নহয়, বৰং দলীয় কৰ্মীৰো দলৰ ওপৰত আস্থা নোহোৱা হৈছে।”

নিৰ্দলীয় হিচাপে ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা হাজৰিকা প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক। খিলঞ্জীয়াৰ সুৰক্ষাৰ বিষয়ত সততে সৰৱ হৈ অহা হাজৰিকা পেচাত উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা।

আজিৰ ঘটনাটোৱে ৰাজ্যৰ ৰাজৈনতিক মহলত আমোদৰ সৃষ্টি কৰাৰ লগতে এই ৰৱ উঠা দেখা গৈছে যে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ কাৰ্য্যালয়ৰ পৰা নিৰ্বাচনী প্ৰচাৰ চলোৱা হাজৰিকাই সম্ভৱতঃ একমাত্ৰ প্ৰাৰ্থী।

https://www.facebook.com/upamanyuhazarikaguwahati/videos/2248863002031697/

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd