• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপত ভাৰতক নেতৃত্ব দিব মীৰাবাঈ চানুৱে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2019 8:21 am
mirabai-chanu-cwg-2018-pti-1140x570

মীৰাবাঈ চানু। ফাইল ফটো

377
VIEWS
Share on FacebookShare on Twitter

অহা ১৮ এপ্ৰিলৰ পৰা চীনৰ নিগবোত আৰম্ভ হ’বলগীয়া এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপত ২০১৭ৰ বিশ্ব চেম্পিয়নশ্বিপৰ স্বৰ্ণপদক বিজয়ী মীৰাবাঈ চানুৱে ভাৰতক নেতৃত্ব দিব। উত্তৰ-পূৰ্বাঞ্চলৰ কন্যা মণিপুৰৰ ভাৰত্তোলক ছাইখম মীৰাবাঈ চানুৱে তেওঁৰ ধাৰাবাহিক সফলতাৰ বাবে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে এই এছিয়ান চেম্পিয়নশ্বিপ ২০২০ চনৰ টকিঅ’ অলিম্পিকৰ বাবে কোৱালিফাইং প্ৰতিযোগিতা হ’ব।

চীনলৈ প্ৰেৰণ কৰিবলগীয়া ভাৰতীয় দলটোত চাৰিগৰাকী মহিলা আৰু আঠগৰাকী পুৰুষ খেলুৱৈ অন্তৰ্ভুক্ত হৈছে। দলটোত কমনৱেলথ গেমছ আৰু যুৱ অলিম্পিকত স্বৰ্ণপদক জয় কৰা সতীশ শিৱলিংগম আৰু জেৰেমী লালৰিনুংগাও আছে।

তদুপৰি, কমনৱেলথ গেমছত স্বৰ্ণপদক বিজয়ী আৰ ডি ৰাহুলক ৰিজাৰ্ভ খেলুৱৈ হিচাপে ৰখা হৈছে। আনহাতে,কমনৱেলথ গেমছত দুবাৰৰ স্বৰ্ণপদক বিজয়ী সঞ্জিতা চানুৱে দলত স্থান লাভ কৰা নাই।

মীৰাবাঈ চানুৱে চলিত বছৰত থাইলেণ্ডৰ চিয়াংমায় চহৰত অনুষ্ঠিত হোৱা ই জি এ টি কাপ ভাৰত্তোলন প্ৰতিযোগিতাত সোণৰ পদক দখল কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।

প্রতিযোগিতাৰ ৪৯ কিলোগ্ৰাম শাখাত সৰ্বমুঠ ১৯২ কিলোগ্ৰাম ভাৰ উত্তোলন কৰি সোণৰ পদক জয় কৰিছিল চানুৱে। ২০১৮ বৰ্ষৰ অধিকাংশ সময় আঘাতৰ বাবে খেলৰ পৰা আঁতৰি থাকিব লগীয়া চানুৱে এই প্ৰতিযোগিতাখনত শক্তিশালী প্ৰত্যাবৰ্তন ঘটাইছিল।

উল্লেখ্য যে বিগত বৰ্ষত জাকাৰ্টাত অনুষ্ঠিত হোৱা এছিয়ান গেমছত চানুৱে আঘাতৰ বাবে ভাগ লব পৰা নাছিল।

Recent News

পূৰ্বে দুবাৰকৈ বিফল বিয়া, এইবাৰ তৃতীয় বিবাহৰ সাতদিন পাছতেই নৱবিবাহিতাক হত্যা স্বামীৰ

পূৰ্বে দুবাৰকৈ বিফল বিয়া, এইবাৰ তৃতীয় বিবাহৰ সাতদিন পাছতেই নৱবিবাহিতাক হত্যা স্বামীৰ

ভাৰত-আমেৰিকাৰ যৌথ প্ৰচেষ্টাত আকাশত উৰিল সামৰিক বিমান ‘চি-১৭ গ্ল’বমাষ্টাৰ’

ভাৰত-আমেৰিকাৰ যৌথ প্ৰচেষ্টাত আকাশত উৰিল সামৰিক বিমান ‘চি-১৭ গ্ল’বমাষ্টাৰ’

অবিশ্বাস্য! একেলগে অন্তঃসত্ত্বা হ’ল একেখন হাস্পতালৰ ১৪ গৰাকী নাৰ্ছ, কিন্তু কেনেকৈ?

অবিশ্বাস্য! একেলগে অন্তঃসত্ত্বা হ’ল একেখন হাস্পতালৰ ১৪ গৰাকী নাৰ্ছ, কিন্তু কেনেকৈ?

‘ইঅ’এছ-০৯’ মহাকাশলৈ প্ৰেৰণ অভিযান বিফল, সদৰী কৰিলে ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে

‘ইঅ’এছ-০৯’ মহাকাশলৈ প্ৰেৰণ অভিযান বিফল, সদৰী কৰিলে ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd