• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰত মোদী, “ত্ৰিপুৰাৰ বিকাশৰ গতি ত্বৰান্বিত হৈছে”

ৰাহুল গান্ধীক কেৰালাৰ পৰা নিৰ্বাচন খেলা বাবে কটাক্ষ বাৰাণাসীৰ পৰা নিৰ্বাচন খেলা মোদীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2019 5:02 pm
modi-pic-750x375

ত্ৰিপুৰাৰ নিৰ্বাচনী সভাত নৰেন্দ্ৰ মোদী। ৭ এপ্ৰিলত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ অহা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰী মোদীয়ে কয় যে ত্ৰিপুৰাত এতিয়া বিকাশৰ গতি ত্বৰান্বিত হৈছে। উদয়পুৰত অনুষ্ঠিত নিৰ্বাচনী সভাৰ উপস্থিতসকলক উদ্দেশ্যি মোদীয়ে কয়, “ত্ৰিপুৰা গোটেই দেশজুৰি পৰিৱৰ্তনৰ এটা প্ৰতীকত পৰিণত হৈছে।”

তেওঁ আগৰ চৰকাৰবোৰে উত্তৰ-পূবক অৱজ্ঞা কৰিছিল বুলি অভিযোগ কৰে।

Apply Now

“আপোনালোকৰ সহযোগিতাৰ বাবেই আমি পূৰ্বৰ চৰকাৰবোৰে অৱজ্ঞা কৰা এই অঞ্চলটোৰ বিকাশৰ বাবে কাম কৰিব পাৰিছো”, উপস্থিতসকলক প্ৰশংসা কৰি মোদীয়ে কয়।

বিজেপি-আই পি এফ টি মিত্ৰজোঁটৰ চৰকাৰখনকো প্ৰশংসা কৰে মোদীয়ে। “ত্ৰিপুৰা চৰকাৰে খেতিয়কৰ পৰা পোনপটীয়াকৈ উৎপাদিত সামগ্ৰী কিনিছে আৰু এই লোকসকলক উপকৃত কৰিছে। আমি মধ্যভোগীকে ধৰি দুৰ্নীতিৰ তন্ত্ৰটো ভাঙি পেলাইছো। আমি ৫.৫ লাখ ক্ষুদ্ৰ খেতিয়কক ৩৫০ কোটি টকাৰ আৰ্থিক সাহায্য দিবলৈ সিদ্ধান্ত লৈছো। ১.৫ লাখ খেতিয়কে ইতিমধ্যে এয়া পাইছে।” ক্ষুদ্ৰ কৃষকক গাইপতি ৬ হাজাৰকৈ টকা সাহায্য দিয়াৰ সিদ্ধান্তৰ কথাৰে মোদীয়ে কয়।

তেওঁ ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিৰ প্ৰসংগ টানি কয়, “আমি বহুতো প্ৰকল্প সম্পূৰ্ণ কৰিলো আৰু বহুতো কৰাৰ পথত।”

মোদীয়ে বাওঁ দলবিলাক আৰু কংগ্ৰেছৰ মাজত সনা-পিটিকা আছে বুলি কৈ ৰাহুল গান্ধীয়ে কেৰালাৰ পৰা নিৰ্বাচন খেলাক কটাক্ষ কৰে।

“ৰাহুল গান্ধীয়ে পুডুছেৰীৰ বা কৰ্ণাটক বা অন্ধ্ৰ প্ৰদেশ বা চট্টিছগড়ৰ পৰা বা মধ্য প্ৰদেশৰ পৰা খেলিব পাৰিল হেঁতেন। কিন্তু তেওঁ দ্বিতীয়খন আসনৰ বাবে কেৰালালৈ কিয় গ’ল? কাৰণ কংগ্ৰেছ আৰু বাওঁ দলবিলাক একগোট হৈছে”, গুজৰাটৰ সলনি উত্তৰ প্ৰদেশৰ বাৰাণাসীৰ পৰা নিৰ্বাচন খেলা মোদীয়ে কয়।

তেওঁ গোটেই বিৰোধী প্ৰধান মন্ত্ৰী মোদীৰ বিৰুদ্ধে একগোট হৈছে বুলি মন্তব্য কৰে। “তেওঁলোক ইয়াত দুটা বেলেগ পাৰ্টি হ’লেও দিল্লীত একগোট।” মোদীয়ে কয়।

মোদী ইয়াৰ পিছতে নিৰ্বাচনী প্ৰচাৰৰ বাবে মণিপুৰৰ ইম্ফললৈ যোৱাৰ কথা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ কাষ চাপিছে নেকি জগন মোহন ৰেড্ডী? তেলেংগানা-অন্ধ্ৰৰ ৰাজনীতিত নতুন সমীকৰণৰ ইংগিত  

বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ কাষ চাপিছে নেকি জগন মোহন ৰেড্ডী? তেলেংগানা-অন্ধ্ৰৰ ৰাজনীতিত নতুন সমীকৰণৰ ইংগিত  

October 19, 2026 9:30 pm
পুৰণি ভিডিঅ’ত ফটো লগাই চৰিত্ৰহননৰ চেষ্টা! এবিপি নিউজৰ বিৰুদ্ধে আইনী যুঁজৰ ঘোষণা নেহা সিং ৰাথোৰৰ

পুৰণি ভিডিঅ’ত ফটো লগাই চৰিত্ৰহননৰ চেষ্টা! এবিপি নিউজৰ বিৰুদ্ধে আইনী যুঁজৰ ঘোষণা নেহা সিং ৰাথোৰৰ

October 19, 2026 8:33 pm
পুনৰ জে’ল! চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি

পুনৰ জে’ল! চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি

October 19, 2026 7:23 pm
উৎকোচ গ্ৰহণ কোনো চৰকাৰী কৰ্তব্য নহয়! ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিবলৈ এতিয়াৰে পৰা নালাগে পূৰ্বানুমতি

উৎকোচ গ্ৰহণ কোনো চৰকাৰী কৰ্তব্য নহয়! ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিবলৈ এতিয়াৰে পৰা নালাগে পূৰ্বানুমতি

October 19, 2026 6:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ কাষ চাপিছে নেকি জগন মোহন ৰেড্ডী? তেলেংগানা-অন্ধ্ৰৰ ৰাজনীতিত নতুন সমীকৰণৰ ইংগিত  

বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ কাষ চাপিছে নেকি জগন মোহন ৰেড্ডী? তেলেংগানা-অন্ধ্ৰৰ ৰাজনীতিত নতুন সমীকৰণৰ ইংগিত  

October 19, 2026 9:30 pm
পুৰণি ভিডিঅ’ত ফটো লগাই চৰিত্ৰহননৰ চেষ্টা! এবিপি নিউজৰ বিৰুদ্ধে আইনী যুঁজৰ ঘোষণা নেহা সিং ৰাথোৰৰ

পুৰণি ভিডিঅ’ত ফটো লগাই চৰিত্ৰহননৰ চেষ্টা! এবিপি নিউজৰ বিৰুদ্ধে আইনী যুঁজৰ ঘোষণা নেহা সিং ৰাথোৰৰ

October 19, 2026 8:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd