• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘চকীদাৰ’ নথকা বিজেপিৰ কাৰ্য্যালয়ত সোমোৱা উপমন্যু হাজৰিকাৰ বিৰুদ্ধে এজাহাৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
April 8, 2019 9:30 am
Upamanyu Hazarika at BJP office

বিজেপিৰ কাৰ্য্যালয়ত উপস্থিত হৈ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকা। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘চকীদাৰবিহীন’ বিজেপিৰ এটা নিৰ্বাচনী কাৰ্য্যালয়ত প্ৰৱেশ কৰি নিজৰ প্ৰচাৰ চলোৱা গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে ৰাজ্যিক বিজেপিয়ে।

৭ এপ্ৰিলত (দেওবাৰ) গুৱাহাটীৰ নুনমাটি থানাত নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে গোচৰ দিছে ৰাজ্যিক বিজেপিৰ আইন কোষে।

Apply Now

উল্লেখ্য যে, ৬ এপ্ৰিলত হাজৰিকাই নুনমাটিৰ পৰা প্ৰচাৰ কাৰ্য্য আৰম্ভ কৰাৰ পাছতেই নিউ গুৱাহাটী বাছ আস্থানৰ কাষতেই থকা বিজেপিৰ এটা জনশূন্য নিৰ্বাচনী কাৰ্যালয় দেখি আকস্মিকভাৱে তাত প্ৰৱেশ কৰিছিল। ‘শূন্য’ কাৰ্যালয়টটোত বহি উপমন্যু হাজৰিকাই কটাক্ষ কৰি কৈছিল“ এই শূন্য কাৰ্য্যালয়টো যেনেকৈ শূন্য, বিজেপিৰ প্ৰতিশ্ৰুতিবোৰো শূন্য”। ইয়াৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ লগতে এই দৃশ্য সম্বলিত ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল।

সৰ্বত্ৰে ঘটনাটো চৰ্চা হোৱাৰ পিছত আজি ৰাজ্যিক বিজেপিৰ আইন কোষে দাখিল কৰা এজাহাৰত হাজৰিকাৰ বিৰুদ্ধে আনৰ কাৰ্যালয়ত অনাধিকাৰ প্ৰৱেশ কৰি সংবাদ মাধ্যমক সম্বোধন কৰাৰ অভিযোগ উত্থাপন কৰিছে। লগতে কাৰ্যালয়ৰ পৰা গুৰুত্বপূৰ্ণ নথি-পত্ৰ চুৰি হোৱা বুলিও দাবী কৰিছে ৰাজ্যিক বিজেপিয়ে।

লগতে পঢ়ক বিজেপিৰ কাৰ্য্যালয়ৰ পৰা প্ৰচাৰ কৰাৰ বিৰল সুযোগ পালে নিৰ্দলীয় উপমন্যু হাজৰিকাই

এজাহাৰ দাখিলৰ পাছতে ৰাজ্যিক বিজেপিৰ আইন পৰিক্ৰমা বিভাগৰ উপদেষ্টা বেণুধৰ নাথে কয়, “উপমন্যু হাজৰিকাই এইদৰে আন দলৰ কাৰ্য্যালয়ত অনধিকাৰ প্ৰৱেশ কৰা কাৰ্য্যই প্ৰকৃততে তেওঁ মানসিকভাৱে সুস্থ-সবল হয় নে নহয় তাত সন্দেহৰ সৃষ্টি কৰিছে”।

ইপিনে, নৰ্থ-ইষ্ট নাওৰ ফালৰ পৰা উপমন্যু হাজৰিকাক যোগাযোগ কৰা হৈছিল যদিও তেওঁক ফোনত পোৱা নগ’ল। অৱশ্যে হাজৰিকাৰ হৈ তেওঁৰ ৰিংকু ভূঞা নামৰ এজন সমৰ্থকে কয়, “অসমত সোমোৱা বিদেশীক চিনাক্ত কৰি বহিষ্কাৰ কৰিব নোৱৰা বিজেপিয়ে এতিয়া উপমন্যু হাজৰিকাৰ বিৰুদ্ধে চুৰিৰ অভিযোগ আনিছে। কিন্তু হাজৰিকাই তেওঁলোকৰ কাৰ্যালয়ত সোমোৱা ভিডিঅ’ আছে। বিজেপিৰ শূন্য কাৰ্যালয়টোৰ দৰে তেওঁলোকৰ প্ৰতিশ্ৰুতিবোৰো যে শূন্য সেই কথা প্ৰমাণ কৰিবলৈহে তেওঁ তালৈ গৈছিল”।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd