• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছক তুলাধুনা,আজমলক জহামাল আখ্যা গুৱাহাটীৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ

নীলমনি শর্মা by নীলমনি শর্মা
April 9, 2019 7:27 am
IMG-20190408-WA0043

কৃষ্ণাইত সোমবাৰে নিৰ্বাচনী প্ৰচাৰত গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজা। ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

”কংগ্ৰেছ হৈছে শোষণকাৰীৰ দল, ভ্ৰষ্টাচাৰীৰ দল ৷ কংগ্ৰেছৰ নীতি আদৰ্শ বোলা কোনো কথা নাই ৷ সৌ সিদিনালৈ “হু ইজ বদৰুদ্দিন” বুলি লম্ফজম্ফ কৰা তৰুণ গগৈৰ আজি এ আই ইউ ডি এফ হৈ পৰিছে পৰম মিত্ৰ৷ নিজ পুত্ৰক সাংসদ বনোৱাৰ স্বাৰ্থত গগৈয়ে আজমলৰ ওচৰত শৰণাপন্ন হৈছে ৷ এতিয়া কংগ্ৰেছ এআইয়ুডিএফ ভাই ভাই।‘’ এই মন্তব্য আগন্তুক লোক সভা নিৰ্বাচনৰ ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কুইন ওজাৰ ৷

সোমবাৰে গোৱালপাৰা জিলাৰ দুধনৈ বিধানসভা সমষ্টিৰ কৃষ্ণাইৰ এক নিৰ্বাচনী সভাত কুইন ওজাই এইদৰে মন্তব্য কৰে ৷ তেওঁ লগতে কয়,‘’কংগ্ৰেছৰ আলী-কুলিৰ শ্লোগানে এতিয়া আৰু কাম নিদিয়ে। এতিয়া চাহ বাগিছা, চৰাঞ্চল সকলোতে মোদীৰ জয়জয়কাৰ।‘’

Apply Now

নিজকে কৃষ্ণাইবাসীৰ আত্মীয় বুলি দাবী কৰা কুইন ওজাই তেওঁৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাকো সমালোচনা কৰে ৷ তেওঁ কয় বিদেশৰ আপোন মানুহৰ খবৰত ব্যস্ত থকা ববিতাৰ নিজৰ মানুহৰ খবৰ লোৱাৰ আহৰি নাই ৷

ওজাই কয়, ‘’মই ববিতাতকৈ বয়সতো ডাঙৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰতো যথেষ্ট আগবাঢ়ি আছোঁ ৷ মোৰ দৰে সৰ্বস্তৰৰ ৰাইজ তথা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত সম্পৰ্ক নথকা ববিতাতকৈ মই বহু ভোটৰ ব্যৱধানত বিজয়ী হোৱাতো নিশ্চিত। ৰাইজৰ মৰমে মোক আশাবাদী কৰিছে ৷’’

কৃষ্ণাই মণ্ডল বিজেপিৰ তত্ত্বাৱধানত স্থানীয় দুৰ্গাবাড়ীত অনুষ্ঠিত নিৰ্বাচনী সভাখনত বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে এআইয়ুডিএফৰো তীব্ৰ সমালোচনা কৰে ৷

ভাষণ প্ৰসংগত কুইন ওজাই বদৰদ্দিন আজমলক বনৰীয়া জহামালৰ লগত ৰিজাই কয় যে জহামাল য’তেই থাকে ত’তেই বিকট গন্ধ বিয়পি পৰে ৷ আজমলৰো বৰ্তমান তেনে গতি হৈছে ৷ সংখ্যালঘু ৰাইজক প্ৰতাৰণা কৰি ৰাজপাট খোৱা আজমলৰ জৰা ফুকা কৰা পানীয়ে এতিয়া আৰু কোনো ক্ৰিয়া নকৰে ৷ তেওঁ এতিয়া সকলোৰে বাবে জহামাল সদৃশ হৈ পৰিছে ৷

নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধান মন্ত্ৰীৰ  আসনত বহুৱাবলৈ কুইন ওজাই তেওঁক বিপুল ভোটত গুৱাহাটী সমষ্টিৰ পৰা জয়ী কৰাবলৈ ৰাইজ আহ্বান জনায় ৷

আনহাতে, সোমবাৰে দুপৰীয়া প্ৰায় ১২-৩০ বজাত গুৱাহাটীৰ পৰা আহি কৃষ্ণাইত উপস্থিত হোৱা কুইন ওজাই প্ৰথমতে কৃষ্ণাই মণ্ডল নিৰ্বাচনী কাৰ্যালয় এটা উদ্বোধন কৰে ৷ ইয়াৰ পিছতে তেওঁ পদব্ৰজে দুৰ্গাবাড়ীত উপস্থিত হয় ৷

বিজেপিৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতি ভৃগুৰঞ্জন ৰাভাৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত কুইন ওজাৰ সমৰ্থনত ভাষণ প্ৰদান কৰে অগপৰ প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী দাস বড়ো আৰু দুধনৈ বিধান সভা সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভাই।

কৃষ্ণাইৰ দুৰ্গাবাড়ীৰ লগতে খাৰদাং,মোলানডুবি,ডিৰ্মাজাখিলী,ধাইগাওঁ আৰু জ্যোতিনগৰতো নিৰ্বাচনী সভাত অংশ লোৱা কুইন ওজাৰ লগত কৃষ্ণাই বিজেপি মণ্ডল সভাপতি পৰিমল সাহা,বদাহপুৰ জিলা পৰিষদ সদস্যা ৰূপালী ৰাভা,বিজেপি সংখ্যালঘু মৰ্চাৰ সভাপতি চাহাবুল হককে ধৰি বিভিন্ন নেতা কৰ্মী উপস্থিত থাকে।

উল্লেখযোগ্য যে বিজেপিৰ প্ৰাৰ্থী কুইন ওজাই কৃষ্ণাই দুৰ্গাবাড়ীৰ সভাখনৰ অন্তত কৃষ্ণাই বজাৰত থকা নিজ মোমায়েক হৰেণ দাসৰ বাস গৃহত প্ৰৱেশ কৰি জ্যেষ্ঠ নাগৰিক গৰাকীৰ আশীৰ্বাদ গ্ৰহণ কৰে।

Tags: নিৰ্বাচন ২০১৯
নীলমনি শর্মা

নীলমনি শর্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd