• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

থাইলেণ্ডত সাঁতোৰ প্ৰতিযোগিতাত উজলিল অসমৰ খেলুৱৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 11, 2019 11:43 am
446
VIEWS
Share on FacebookShare on Twitter

আন্তঃৰাষ্ট্ৰীয় স্তৰৰ প্ৰতিযোগিতাত কৃতিত্ব অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৩ গৰাকী প্ৰতিশ্ৰুতিসম্পন্ন সাঁতোৰ খেলুৱৈ। বেংককত অনুষ্ঠিত স্পীড’ থাইলেণ্ড আমন্ত্ৰণমূলক সাঁতোৰ প্ৰতিযোগিতাত অসমৰ ৩ সাঁতোৰ খেলুৱৈ বিক্ৰম চাংমাই, জ্ঞান সন্ধান কাশ্যপ আৰু শিৱাংগী শৰ্মাই ক্ৰমে সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

প্ৰাপ্ত তথ্য মতে প্ৰতিযোগিতাখনত বিক্ৰম চাংমায়ে ২০০ মিটাৰ আৰু ১০০ মিটাৰ বাটাৰফ্লাইত দুটাকৈ সোণৰ পদক লাভ কৰে।

আনহাতে, জ্ঞান সন্ধান কাশ্যপে ২০০ মিটাৰ ফ্ৰীষ্টাইল আৰু ১০০ মিটাৰ ফ্ৰীষ্টাইলত দুটাকৈ ৰূপ পদক লাভ কৰাৰ লগতে ৮০০ মিটাৰ ফ্ৰীষ্টাইলত এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

তেওঁলোক দুগৰাকীৰ উপৰি শিৱাংগী শৰ্মাই ৪০০ মিটাৰ আই এম আৰু ৪০০ মিটাৰ ফ্ৰীষ্টাইলত লাভ কৰে দুটাকৈ ব্ৰঞ্জৰ পদক। আনাতে, প্ৰতিযোগিতাত উত্তৰা গগৈ আৰু ঋষীকেশ বৰা নামৰ অসমৰ আৰু দুগৰাকী খেলুৱৈ ভাগ লৈছিল, অৱশ্যে তেওঁলোকে পদক লাভ কৰিবলৈ সক্ষম নহ’ল।

Recent News

ইংলিচ চেনেলৰ পৰা এভাৰেষ্টলৈ : ৮ মাহত ১৩,০০০ কিঃমিঃ পথ অতিক্ৰম মেৰিন কামাণ্ডাৰৰ

ইংলিচ চেনেলৰ পৰা এভাৰেষ্টলৈ : ৮ মাহত ১৩,০০০ কিঃমিঃ পথ অতিক্ৰম মেৰিন কামাণ্ডাৰৰ

১০ মিনিটৰ বাবে আসনত নাছিল কোনো পাইলট, মাজ আকাশত সংকটত ২০০ যাত্ৰী, শেষত কি হ’ল?

১০ মিনিটৰ বাবে আসনত নাছিল কোনো পাইলট, মাজ আকাশত সংকটত ২০০ যাত্ৰী, শেষত কি হ’ল?

পাকিস্তানৰ প্ৰতিৰক্ষা বাজেটৰ ওপৰত সন্দেহ! আইএমএফৰ কঠোৰ চৰ্ত আৰোপ

পাকিস্তানৰ প্ৰতিৰক্ষা বাজেটৰ ওপৰত সন্দেহ! আইএমএফৰ কঠোৰ চৰ্ত আৰোপ

NIAৰ জালত মণিপুৰৰ হিংসাত্মক কাণ্ডৰ সৈতে জড়িত নিষিদ্ধ সংগঠনৰ সদস্য

NIAৰ জালত মণিপুৰৰ হিংসাত্মক কাণ্ডৰ সৈতে জড়িত নিষিদ্ধ সংগঠনৰ সদস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd