• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছলৈ নিঃচৰ্ত সমৰ্থন এইচ্ছ এছ ডি চি আৰু চি পি আই (এম এল) লিবাৰেইশ্যনৰ

নংগী তেৰাং by নংগী তেৰাং
April 12, 2019 11:46 pm
HSDC-CPIML-press-meet-2

ডিফুত এইচ্ছ এছ ডি চি আৰু চি পি আই (এম এল) লিবাৰেইশ্যনৰ যুটীয়া সংবাদমেল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৩ নং স্বায়ত্তশাসিত জিলা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীলৈ নিঃচৰ্ত সমৰ্থন আগ বঢ়োৱাৰ কথা ঘোষণা কৰিলে হিলছ ষ্টেইট ডিমাণ্ড কাউন্সিল বা চমুকৈ এইচ্ছ এছ ডি চি আৰু চি পি আই (এম এল) লিবাৰেইশ্যনে।

আজি ডিফুস্থিত জিলা প্ৰেছক্লাবত অনুষ্ঠিত এখন যুটীয়া সংবাদমেলত চি পি আই (এম এল) লিবাৰেইশ্যনৰ হিলছ পাৰ্টি কমিটীয়ে সিদ্ধান্তটো ঘোষণা কৰি কয়, “বিজেপি কেন্দ্ৰ, ৰাজ্য আৰু কাৰ্বি আংলং আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদত ক্ষমতাত আছে। কিন্তু সৰ্বসাধাৰণৰ ওপৰত দমনমূলক নীতিহে দেখা গৈছে।”

Apply Now

হিলছ পাৰ্টি কমিটীৰ সম্পাদক ৰবি কুমাৰ ফাংচ’ই বিজেপিক কেৱল পুঁজিবাদীৰ লাভ দিয়াৰ আঁচনি লোৱা দল আখ্যা দিয়ে। সম্পাদকজনৰ মতে, বিজেপি সৰ্বসাধাৰণক টেঁটু চেপা দিয়া দল।

বিজেপিৰ চৰকাৰে দলিত, আদিৱাসী আৰু পাৰ্বত্য জনজাতিবোৰৰ মাটি কাঢ়ি লোৱা বুলিও অভিযোগ আনে ফাংচ’ৱে।

বিমুদ্ৰাকৰণে সাধাৰণ খাটিখোৱা মানুহ আৰু ক্ষুদ্ৰ ব্যৱসায়ীক কৰা ক্ষতিৰ কথা উল্লেখ কৰি ফাংচ’ৱে লগতে কয়, “বিজেপি ক্ষমতালৈ আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক পুনৰ আনিব”।

“আৰ এছ এছ, বিজেপিয়ে ভাৰতক হিন্দু ৰাষ্ট্ৰ বনাব খুজিছে”, ৰাম মন্দিৰ, ৩৭০ অনুচ্ছেদৰ বাতিলৰ গেৰুৱা দলটোৰ ইস্তাহাৰত প্ৰকাশিত আঁচনিৰ উল্লেখেৰে সম্পাদকজনৰ গুৰুতৰ অভিযোগ।

আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থীজনক সমৰ্থন কৰাৰ কিবা পূৰ্বচৰ্ত আছে নেকি বুলি সোধা এটা প্ৰশ্নৰ উত্তৰ দি ফাংচ’ই কয়, ‘”আমি নকওঁ যে কংগ্ৰেছ ভাল, কিন্তু কংগ্ৰেছ বিজেপিৰ সমান জনজাতি-বিৰোধী নহয়। বিজেপি শাসনলৈ আহিলে CAB আনিব আৰু  Uniform Civil Code প্ৰৱৰ্তন কৰিব, যিটো জনজাতিসকলৰ বিৰুদ্ধে। কংগ্ৰেছৰ প্ৰতি সমৰ্থনৰ বাবে আমাৰ কোনো চৰ্ত নাই।”

এইচ্ছ এছ ডি চিৰ সাধাৰণ সম্পাদক লেইচান ইংলেঙে তেওঁলোকৰ আৰু চি পি আই (এম এল) লিবাৰেইশ্যনৰ মিলাই সমষ্টিটোত প্ৰায় ৫০ হাজাৰ ভোট আছে বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে সমষ্টিটোত কংগ্ৰেছে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বৰ্তমানৰ সাংসদ বীৰেন সিং ইংতিক প্ৰাৰ্থিত্ব দিছে।

নংগী তেৰাং

নংগী তেৰাং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd