• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আহত কুকুৰা পোৱালিৰ বাবে অন্তৰে কন্দা মিজো শিশুক সন্মান পে’তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 19, 2019 7:38 pm
PETA awards tender-hearted Derek from Mizoram for act of compassion mizo derek chicken

প্ৰথমফালে আহত কুকুৰা পোৱালিটি লৈ আৰু পিছত পে’তাৰ সন্মানৰ সৈতে দেৰেক।

1.2k
VIEWS
Share on FacebookShare on Twitter

চলাই যোৱা চাইকেলখনৰ খুন্দাত আহত কুকুৰা পোৱালি এটিৰ প্ৰাণ বচাবলৈ লোৱা দুৰ্লভ, দৃষ্টান্তস্থাপনকাৰী ভূমিকাৰ স্বীকৃতিস্বৰূপে মিজো কণমানি দেৰেক চি লালচানহিমাক সন্মানিত কৰিছে পে’তা (People for the Ethical Treatment of Animals)ই।

জন্তু অধিকাৰক লৈ কাম কৰা বিশ্বৰ বৃহত্তম সংস্থাটোৰ ভাৰত শাখাই দেৰেকলৈ আগবঢ়াইছে “সহানুভূতিশীল শিশুৰ সন্মান” (Compassionate Kid Award)।

নিজে চলাই যোৱা চাইকেলৰ তলত পৰি আহত হোৱা কুকুৰাটিক ততাতৈয়াকৈ নিজৰ হাতত থকা সাঁচতীয়া ১০টকাৰে চিকিৎসালয়ত ভৰ্তি কৰিছিল কণমানিটোৱে।

হস্পিতেলত উপস্থিত শিশুটিৰ নিৰ্মল, সৰল প্ৰয়াসৰ ছবিখনে চ’চিয়েল মিদিয়াত ব্যাপক সমাদৰেৰে বিশ্বজুৰি অসংখ্যজনৰ অন্তৰ চুই গৈছিল।

প্ৰথমে এটা ফে’চবুক প’স্তৰ যোগেদি পোহৰলৈ অহা ঘটনাটো পিছলৈ সংবাদ মাধ্যমে বিপুলভাৱে প্ৰচাৰ কৰিছিল।

“জীৱ-জন্তুৰ প্ৰতি সহানুভূতিৰ বিকাশ মানুহকে ধৰি আন সকলো জীৱৰ প্ৰতিয়েই সহানুভূতিৰ আৰু হিংসা-বিৰোধিতাৰ পথত এক গুৰুত্বপূৰ্ণ খোজ,” দেৰেকৰ প্ৰতি স্বীকৃতিৰে পে’তা ইন্দিয়াৰ ব্লগত উল্লেখ।

Recent News

চকলেট চুৰিৰ অপৰাধত ৫জন ল’ৰাক উলংগ কৰি হাৰাশাস্তি! গ্ৰেপ্তাৰ তিনিজনক

চকলেট চুৰিৰ অপৰাধত ৫জন ল’ৰাক উলংগ কৰি হাৰাশাস্তি! গ্ৰেপ্তাৰ তিনিজনক

যোৰহাটৰ মৰিয়নীত জঘন্য ঘটনা! তিনিমহীয়া সন্তানক কুঁৱালৈ দলিয়াই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ পিতৃৰ

যোৰহাটৰ মৰিয়নীত জঘন্য ঘটনা! তিনিমহীয়া সন্তানক কুঁৱালৈ দলিয়াই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ পিতৃৰ

অভিনেতা ডিনো ম’ৰেয়াৰ বাসগৃহত অভিযান প্ৰৱৰ্তন সঞ্চালকালয়ৰ অভিযান

অভিনেতা ডিনো ম’ৰেয়াৰ বাসগৃহত অভিযান প্ৰৱৰ্তন সঞ্চালকালয়ৰ অভিযান

অপৰিৱৰ্তিত অসমৰ বান পৰিস্থিতি! ৫.৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

অপৰিৱৰ্তিত অসমৰ বান পৰিস্থিতি! ৫.৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd