• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কংগ্ৰেছৰ সভাত ভানুক শিলগুটি নিক্ষেপ কৰা ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৰিপুন বৰাৰ

জালুকবাৰী, শুৱালকুছিত হিমন্তৰ ভেটি উছন হোৱাত হতাশগ্ৰস্ত হৈছে হিমন্ত : ৰিপুন বৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 21, 2019 2:28 pm
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা। ফাইল ছবি।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা। ফাইল ছবি।

935
VIEWS
Share on FacebookShare on Twitter

লোকসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰ হৈ পৰাৰ সময়তে শনিবাৰে সন্ধিয়া শুৱালকুছিৰ এখন নিৰ্বাচনী সভাত প্ৰাক্তন আমোলা তথা কংগ্ৰেছ নেতা এম জি ভি কে ভানুৰ গালৈ অচিনাক্ত দুৰ্বৃত্তই শিলগুটি নিক্ষেপ কৰা ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই।

সভাপতি ৰিপুন বৰাই এই কাণ্ডত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে জালুকবাৰী, শুৱালকুছি আদি অঞ্চলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভেটি উছন হৈছে। ফলত তেওঁ হতাশাগ্ৰস্ত হৈ ভেৰোণীয়া গুণ্ডাৰ দ্বাৰা এই কাৰ্য সংঘটিত কৰায়।

তাৰোপৰি সভাপতিগৰাকীয়ে কয় যে শেহতীয়াকৈ ভানুৰ জনসাধাৰণৰ মাজত জনপ্ৰিয়তা বৃদ্ধি পাইছে। গতিকে হিমন্তৰ গুণ্ডাবাহিনীয়ে ভয়-ভাবুকিৰে ভানুক দমন কৰাৰ চেষ্টা চলাইছে। লগতে এই কাৰ্যৰ দ্বাৰা গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলিও মন্তব্য কৰে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৰাকীয়ে অতি শীঘ্ৰে দোষী ব্যক্তিক কৰায়ত্ত কৰি কঠোৰ শাস্তি দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে।

Recent News

পত্নীৰ এইবোৰ স্বভাৱে স্বামীৰ জীৱনক নৰক কৰি তুলিব পাৰে, কৈছে চাণক্যই

পত্নীৰ এইবোৰ স্বভাৱে স্বামীৰ জীৱনক নৰক কৰি তুলিব পাৰে, কৈছে চাণক্যই

মগজুৰ বাবে ক্ষতিকাৰক এই ৬ টা খাদ্যৰ বিষয়ে জানি থওক আজিয়েই…

মগজুৰ বাবে ক্ষতিকাৰক এই ৬ টা খাদ্যৰ বিষয়ে জানি থওক আজিয়েই…

ৰাতিপুৱা বিটৰ ৰস খালে কি হয়? পঢ়ক এই প্ৰতিবেদন…

ৰাতিপুৱা বিটৰ ৰস খালে কি হয়? পঢ়ক এই প্ৰতিবেদন…

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd