• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আলফা কৰ্মীক মৃত্যুদণ্ড দিয়াৰ কথা স্বীকাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 28, 2019 10:11 am
Paresh-Baruah-1-750x375-2

আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আলফা (স্বা)ৰ পৰা পলাবলৈ চেষ্টা কৰাৰ অপৰাধত সংগঠনটোৱে বহুকেইজন যুৱক তথা সদস্যক চৰম শাস্তি হিচাপে মৃত্যুদণ্ড দিয়া বুলি শেহতীয়াকৈ ওলোৱা এক বাতিৰয়ে বিশেষ চৰ্চা লাভ কৰিছে। আৰু এই কথা সত্য বুলি আলফা (স্বা)ৰ মুখ্য সেনাধক্ষ্য পৰেশ বৰুৱাই এটা বৈদ্যুতিন সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত স্বীকাৰ কৰিছে।

বৈদ্যুতিন সংবাদ মাধ্যমটোৰ আগত টেলিফোনিক বাৰ্তালাপত পৰেশ বৰুৱাই কয় যে, ‘এয়া সংগঠনৰ বিষয়। আলফা (স্বাধীন)ৰ সংবিধানৰ বিষয়। উত্থাপিত বিষয়টো সচাঁ। কিন্ত, একাংশ সংবাদ মাধ্যমত সম্প্ৰচাৰিত হোৱাৰ দৰে কথাবোৰ নহয়। আমাৰ মাজত কোনো ভ্ৰাতৃঘাতী সংঘাট হোৱা নাই ৷ ভ্ৰাতৃঘাতী সংঘাট হোৱাৰ কোনো অৱকাশেই নাই আলফা (স্বাধীন)ত। সম্পূৰ্ণ বিধিমতে, সংবিধান মতে চলা সংগঠন আলফা (স্বাধীন)। আমাৰ কথা ভালকৈ নজনাকৈ একাংশই একপক্ষীয়ভাৱে বাতৰি সম্প্ৰচাৰ কৰাতো দুৰ্ভাগ্যজনক।’

Apply Now

তাৰোপৰি মৃত্যুদণ্ড দিয়াৰ কাৰণ হিচাপে আলফা (স্বা)ৰ মুখ্য সেনাধ্যক্ষ গৰাকীয়ে বৈদ্যুতিন সংবাদ মাধ্যমটোৰ আগত কয় যে, ‘আমাৰ সংবিধান মতে অস্ত্ৰলৈ পলায়ন কৰিলে চৰম শাস্তি দিয়া হয় ৷ সংগঠনত অস্ত্ৰ সংগ্ৰহ কৰাতো সকলোতকৈ কঠিন কাম ৷ তাতে কোনোবাই অস্ত্ৰলৈ পলায়ন কৰিব আৰু সংগঠনে মৌন হৈ বহি থাকিব? সেয়া সংগঠনৰ নীতি বৰ্হিভূত বিষয় ৷ সেয়ে সংবিধানে চৰম শাস্তিৰ কথা কৈছে ৷ লগতে সংগঠনৰ শত্ৰুক যিয়ে সংগঠনৰ মজিয়াৰ পৰা গোপন বাৰ্তা যোগান ধৰে, সেই সদস্যক চৰম শাস্তি বিহাৰ বিধি আছে ৷ এই আটাইকেইটাতে জড়িত আছিল সেইকেইজন সদস্য ৷ শত্ৰুক সংগঠনৰ গোপন খবৰ যোগান ধৰিছিল ৷ লগতে সংগঠনৰ অস্ত্ৰলৈ পলায়ন কৰিছিল ৷ অস্ত্ৰলৈ পলায়ন কৰোতে ধৰা পৰিছিল আৰু সংগঠনৰ আদালতত চলা বিচাৰ প্ৰক্ৰিয়াত দোষী সাব্যস্ত হোৱাত চৰম শাস্তি বিহা হয় ৷’

শেহতীয়াকৈ বহু সদস্যই আত্মসমৰ্পণ কৰা সন্দৰ্ভত পৰেশ বুৰৱাই কয় যে, ‘কম ধতোৱাবোৰ গুচি যোৱাত আমাৰ ভালেই হৈছে। জাতিৰ কাৰণে কাম কৰিম বুলি অহা সকলে অলপ কষ্টতে যি পলায়, সেয়া সংগঠনৰ বাবে অযোগ্য। তেনে সদস্য সংগঠনত নথকাই ভাল।’

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd