• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাগজকলৰ কৰ্মচাৰীৰ মৃত্যুৰ বাবে জগৰীয়া প্ৰধান মন্ত্ৰী মোদী : অসম সংগ্ৰামী মঞ্চ

‘মৃত’ কাগজকলৰ সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ দাবী কৰি পত্ৰ প্ৰেৰণ মঞ্চৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 1, 2019 6:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২৯ এপ্ৰিলত জাগীৰোডস্থিত নগাওঁ কাগজ কলৰ বিশ্বজিৎ মজুমদাৰ নামৰ লোকজনে মৃত্যুক সাবটি লোৱাক কেন্দ্ৰ কৰি চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ মাজতে এই মৃত্যুৰ বাবে প্ৰধান মন্ত্ৰীকে জগৰীয়া কৰে অসম সংগ্ৰামী মঞ্চৰ  সাধাৰণ সম্পাদক সমৰজ্যোতি বেজবৰুৱাই।

‘কাগজকলৰ কৰ্মচাৰীৰ মৃত্যুৰ বাবে জগৰীয়া প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নগাওঁ আৰু কাছাৰ কাগজকল পুনৰ কাৰ্য্যক্ষম কৰি তোলা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও এই সন্দৰ্ভত মোদী চৰকাৰে কোনো বাস্তৱসন্মত পদক্ষেপ লোৱা দেখা পোৱা নগ’ল।‘ সংবাদমেলত বেজবৰুৱাই কয়।

Apply Now

বেজবৰুৱাৰ প্ৰশ্ন ‘এয়া কেৱল নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ প্ৰতিশ্ৰুতিহে আছিল নেকি?’

আনহাতে, ৰাজ্য চৰকাৰৰ চন্দ্ৰমোহন পাটোৱাৰীৰ সদনৰ মজিয়াত দিয়া প্ৰতিশ্ৰুতিৰ কথা উনুকিয়াই দি বেজবৰুৱাই কয় ‘মন্ত্ৰী পাটোৱাৰীয়ে বিধান সভাৰ অধিবেশন চলি থকাৰ সময়তে তেওঁলোকৰ চৰকাৰে মিলটোৰ কৰ্মচাৰীৰ দুখ অনুভৱ কৰে আৰু মিলৰ কৰ্মচাৰীক কিছুদিন ধৈয্য ধৰিবৰ বাবে আহ্বান জনায়। এই আহ্বানৰ ম্যাদ কেতিয়া শেষ হ’ব?’

আনহাতে, বাঁহ উদ্যোগৰ জৰিয়তে অধিক প্ৰসাৰতা লাভ কৰা বুলি সদৰী কৰাৰ পাছতো কাগজ কল দুটাৰ বাবে বাঁহৰ অভাৱ কেনেকৈ হ’ল বুলিও প্ৰশ্ন কৰে বেজবৰুৱাই।

‘নৰেন্দ্ৰ মোদীয়ে চলিত বৰ্ষৰ ফেব্ৰুৱাৰি মাহত আধাৰশিলা স্থাপন কৰা Assam Bio Refienery য’ত বাঁহৰ পৰা ইথানল প্ৰস্তুত কৰাৰ কথা আছিল, নাগালেণ্ড চৰকাৰৰ অধীনস্থ Limited Nagaland Bamboo Development Agency অৰুণাচল চৰকাৰৰ অধীনস্থ Bamboo Resources Development Agency ৰ লগত বৃহৎ পৰিমাণৰ বাঁহ যোগানৰ বাবে চুক্তিপত্ৰত স্বাক্ষৰ কৰিছিল। ঠিক সেই সময়তে এই কাগজ কল দুটাৰ বাবে বাঁহৰ অভাৱ কিয় ঘটিছে?’ প্ৰশ্ন উত্থাপন কৰে বেজবৰুৱাই।

ইফালে বুধবাৰে মঞ্চৰ ফালৰ পৰা এই সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে বুলি তেওঁ সংবাদমেলত জানিবলৈ দিয়ে।

ইয়াৰোপৰি, ৰাজ্য মুখ্য মন্ত্ৰী আৰু উদ্যোগ মন্ত্ৰী দুয়োগৰাকীকে তেওঁলোকৰ নৈতিক দায়িত্ব পালন কৰি মিল কৰ্মচাৰীৰ সৈতে আলোচনাত মিলিত হ’বৰ বাবে তেওঁ আহ্বান জনোৱাৰ উপৰিও আৰ্থিক সাহায্য প্ৰদানৰ বাবেও দাবী জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm
খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

June 16, 2026 12:44 pm
টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd