• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংখ্যালঘু সকলক গাখীৰ নিদিয়া গৰুৰ লগত তুলনা কৰা কাৰ্যক তীব্ৰ নিন্দা ঐক্য সেনা অসমৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
May 2, 2019 5:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড় বিধান সভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে  সংখ্যালঘু সকলক গাখীৰ নিদিয়া গৰুৰ সৈতে তুলনা কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ঐক্য সেনা অসমে। সংগঠনটোৰ কেন্দ্ৰীয় সম্পাদক ফৰিদ ইছলাম হাজৰিকাই আজি শিৱসাগৰত সাংবাদিকৰ আগত প্ৰশান্ত ফুকনৰ এনে মন্তব্যক তীব্ৰ ভাষাৰে নিন্দা কৰে।

ফৰিদ ইছলাম হাজৰিকাই কয় যে ‘বিজেপিৰ বিধায়কজনে সংখ্যালঘু মানুহক গৰুৰ লগত তুলনা কৰি সংখ্যালঘু সম্প্ৰদায়ক অপমান কৰিছে। যদি সংখ্যালঘুৰ ভোট বিজেপিক নালাগেই তেন্তে নিৰ্বাচনৰ আগত নামনি অসমত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচনী সভাত হাতযোৰ কৰি কিয় সংখ্যালঘুৰ ভোট বিচাৰিছিল বুলি প্ৰশ্ন কৰে। তাৰোপৰি বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে সংখ্যালঘু এলেকাত দোকানে দোকানে গৈ সংখ্যালঘুৰ ভোট বিচাৰি ফুৰিছিল।’

Apply Now

তাৰোপৰি সংখ্যালঘুক লৈ নিকৃষ্ট মন্তব্য কৰা বিজেপিয়ে অসমত সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰিছে। যদি সংখ্যালঘুসকলে বিজেপিক ভোট নিদিয়েই তেন্তে সংখ্যালঘু লোকক নিৰ্বাচনত প্ৰাৰ্থিত্ব কিয় দিছিল বুলিও মন্তব্য কৰে। বিধায়ক প্ৰশান্ত ফুকনৰ এনে মন্তব্যৰ পিছত বিজেপি সংখ্যালঘু মৰ্চাৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায় ঐক্য সেনা অসমে। নে এতিয়াও সংখ্যালঘু মৰ্চাই বিজেপিৰ ভৰি চেলেকি থাকিব নেকি বুলি কঠোৰ সমালোচনা কৰে।

তেওঁ লগতে কয়, এইখন শংকৰ আজানৰ দেশ। ইয়াত ভাতৃত্ববোধৰ এনাজৰি ডাল সকলোৱে বজাই ৰাখে। বিজেপি বিধায়ক প্ৰশান্ত ফুকনক ঐক্য সেনাই সকীয়াই দিয়ে যাতে  ভৱিষ্যতে এনে মন্তব্যৰে নিকৃষ্ট ৰাজনীতি নকৰে। লগতে আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰশান্ত ফুকনৰ ওপৰত পোটক তুলিবলৈ ডিব্ৰুগড়বাসী সংখ্যালঘু ৰাইজক আহ্বান জনায় ঐক্য সেনা অসমে।

অসম চৰকাৰকো এনেধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰা ব্যক্তিক অনতিপলমে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় ঐক্য সেনা অসমৰ সম্পাদকগৰাকীয়ে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd