• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত সোণৰ পদক বিজয়ী তিনিগৰাকী খেলুৱৈক জন্মস্থানত উষ্ম আদৰণি

নীলমণি শৰ্মা by নীলমণি শৰ্মা
May 4, 2019 1:57 pm
three player who own gold medal in Uttar Pradesh

উত্তৰ প্ৰদেশত সোণৰ পদক দখল কৰা অসমৰ খেলুৱৈ তিনিগৰাকী

1.1k
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশত অনুষ্ঠিত হোৱা ২য় আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত চমকপ্রদ প্রদর্শনৰে সোণৰ পদক দখল কৰি ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ যুৱ খেলুৱৈ তিনিগৰাকীক আজি কৃষ্ণাইত বিভিন্ন দল সংগঠনে উষ্ম আদৰণি জনায়।

ৰে’ল যোগে উত্তৰ প্ৰদেশৰ পৰা নিজ গৃহত উপস্থিত হোৱা তিনিগৰাকী খেলুৱৈ ক্ৰমে শাকোমুৰিৰ  ইনামূল হক, ভেল্টাৰঘাটৰ হামিদুল ৰহমান আৰু বোল্লাৰ ছাইদুৰ ৰহমান ছাইদক গোৱালপাৰা জিলা আমছু, কৃষ্ণাই আঞ্চলিক আমছু, হালোৱা সংগ্ৰাম সমিতি আৰু কৃষ্ণাই মাদ্ৰাছা উচ্চত্তৰ মাধ্যমিক বিদ্যালয়ে আনুষ্ঠানিক ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে।

বিভিন্ন দল-সংগঠনে আয়োজিত কৰা সম্বৰ্ধনা অনুষ্ঠানত প্ৰতিকূল বতৰকো নেউচি ভালেসংখ্যক স্থানীয় নাগৰিকৰ লগতে ক্ৰীড়াপ্ৰেমী লোক উপস্থিত থাকে।

উল্লেখযোগ্য যে, কাৰাটে এচ’ছিয়েছন অব ইণ্ডিয়া (কাই) ৰ দ্বাৰা অনুমোদিত সংস্থা “অল ভাৰত চোট’কান কাৰাটে-ডু ফেডাৰেচ’ন”ৰ উদ্যোগত তথা ভাৰত চৰকাৰৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ তত্বাবধানত উত্তৰ প্ৰদেশৰ চাহাৰানপুৰত ২৬ এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰতিযোগিতাখনত ইনামূল হকে ৪৯ কিলোগ্ৰাম,হামিদুল ৰহমানে ৫৪ কিলোগ্ৰাম আৰু ছাইদুৰ ৰহমান ছাইদে ৬৭ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই সোণৰ পদক অৰ্জন কৰে।

স্থানীয় ৰাইজৰে সম্বৰ্ধনা কাৰ্য্যসূচীত উপস্থিত থাকি খেলুৱৈ কেইগৰাকীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ উজ্বল ভবিষ্যত কামনা কৰে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd