• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোকৰাঝাৰ-ধুবুৰী লোকসভা সমষ্টিৰ ৭ টাকৈ ভোট কেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
May 6, 2019 1:05 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুটাকৈ লোকসভা সমষ্টি ক্ৰমে কোকৰাঝা আৰু ধুবুৰীৰ ৭ ভোটকেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইয়াৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিজনী বিধানসভাৰ ৩৩ আৰু ৩৪ নং ভোটগ্ৰহণ কেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে।  ৩৩ নং ভোট কেন্দ্ৰত ৬০০ জন ভোটাৰ থকাৰ বিপৰীতে ৩৪ নং ভোটকেন্দ্ৰত ৫৮২ জন ভোটাৰ আছে।

আনহাতে ধুবুৰী লোকসভা সমষ্টিৰ মানকাছাৰ জিলাৰ ১৬৭ নং বাউছকাটা এম ই মাদ্ৰাছা ভোটগ্ৰহণ কেন্দ্ৰ, দক্ষিণ শালমৰাৰ ২২ নং কাটলিপাৰা এম ই মাদ্ৰাছা ভোট গ্ৰহণ কেন্দ্ৰ আৰু ২১৯ নং লাখুৱা এল পি স্কুল, ধুবুৰীৰ ১৩ নং বাণী বিদ্যা মন্দিৰ এল পি স্কুল আৰু গোলকগঞ্জৰ ২৩২ নং নৱ ভাৰত পাঠশানা হাইস্কুলত পুনৰ ভোটগ্ৰহণ চলিছে।

Apply Now

মুখ্য নিৰ্বাচনী বিষয়াই জনোৱা অনুসৰি দিনৰ ১১ বজালৈকে সমষ্টি কেইটাত হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া তলত উল্লেখ কৰা ধৰণৰ

বিজনী (৩৩নং ভোটকেন্দ্ৰ) : ৫০ শতাংশ

ধুবুৰী (২৩নং ভোটকেন্দ্ৰ) ৩১ শতাংশ

গোলকগঞ্জ : ৪০ শতাংশ।

Tags: নিৰ্বাচন ২০১৯
এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

August 5, 2026 3:39 pm
ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

August 5, 2026 2:06 pm
গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল! উচ্চতম ন্যায়ালয়ৰ নতুন প্ৰকল্পৰ প্ৰস্তাৱ

গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল! উচ্চতম ন্যায়ালয়ৰ নতুন প্ৰকল্পৰ প্ৰস্তাৱ

August 5, 2026 1:21 pm
মোদীৰ ৰোষত মাৰ্ক জুকাৰবাৰ্গ: ক্ষমা নুখুজিলে বাতিল হ’ব পাৰে ফেচবুকৰ ‘ছেফ হাৰ্বাৰ’ সুৰক্ষা

মোদীৰ ৰোষত মাৰ্ক জুকাৰবাৰ্গ: ক্ষমা নুখুজিলে বাতিল হ’ব পাৰে ফেচবুকৰ ‘ছেফ হাৰ্বাৰ’ সুৰক্ষা

August 5, 2026 11:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

August 5, 2026 3:39 pm
ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

August 5, 2026 2:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd