• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ বাবে সম্ভাৱনা কঢ়িয়াই সামৰণি পৰিল নৱম বাংলাদেশ ভ্ৰমণ আৰু পৰ্যটন সমাৰোহ-২০১৯

এন ই নাও নিউজ by এন ই নাও নিউজ
May 7, 2019 9:49 am
bangla-travel-fair-750x375

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

738
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ পূবলৈ চোৱা নীতি অনুসৰি ‘পূবলৈ চোৱা নীতি পৰিক্ৰমা বিভাগে’ বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হোৱা নৱম বাংলাদেশ ভ্ৰমণ আৰু পৰ্যটন সমাৰোহ-২০১৯ত অংশগ্ৰহণ কৰে।

অসমৰ স্বাস্থ্য আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত বাংলাদেশৰ ছাত্ৰ-ছাত্ৰী আৰু ৰোগী সকলৰ সম্ভাৱনীয়তাৰ ওপৰত সমাৰোহখনত মুকলিকৈ আলাপ কৰা হয়।

দুয়োটা দিশৰ সম্ভাৱনীয়তাৰ ওপৰত লক্ষ্যৰাখি পূবলৈ চোৱা নীতি পৰিক্ৰমা বিভাগৰ সহযোগিতাত ৰাজ্যখনৰ ভালেমান ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান আৰু স্বাস্থ্য সেৱা প্ৰতিষ্ঠানে সমাৰোহখনত অংশগ্ৰহণ কৰে।

অসম চৰকাৰৰ ফালৰ পৰা পূবলৈ চোৱা নীতি বিভাগৰ উপ-সম্পাদক চাজাদ আলম আৰু নিলাক্ষী হাজৰিকাকে ধৰি অসম পৰ্যটন বিভাগৰ চাৰিজন বিষয়াই সমোৰোহত অংশ লয়।

তিনিদিন ধৰি বিভিন্ন দেশক প্ৰতিনিধিত্ব কৰা প্ৰদৰ্শনী, আলোচনা চক্ৰ আৰু সভাত ভালেসংখ্যক ব্যক্তিগতখণ্ডৰ আগ্ৰহী অংশীদ্বাৰী দলে অংশগ্ৰহণ কৰে।

বংগবন্ধু আন্তঃৰাষ্ট্ৰীয় সমাৰোহ কেন্দ্ৰত থকা মিডিয়া বাজাৰ আলোচনা চক্ৰ গৃহত অসমl চিকিৎসা পৰ্যটনৰ সম্ভাৱনীয়তা (Prospect of Medical Tourism in Assam) শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়।

আনহাতে, সমাৰোহখনৰ শেষৰফালে ধাকাত থকা ভাৰতীয় উচ্চায়ুক্তই উচ্চ শিক্ষাৰ ক্ষেত্ৰখন সন্দৰ্ভত ব্যক্তিগত শিক্ষানুষ্ঠান সমূহৰ লগত দেফ’দিল ইণ্টাৰনেশ্যনেল য়ুনিভাৰ্চিটি, আমেৰিকান ইণ্টাৰনেশ্যনেল য়ুনিভাৰ্চিটি আৰু ব্ৰাক (BRAK) য়ুনিভাৰ্চিটিৰ সৈতে শৈক্ষিক আৰু প্ৰযুক্তিগত সহযোগিতাৰ ক্ষেত্ৰত এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰে।

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd