• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পশ্চিমবংগত ভয়ানক আক্ৰমণৰ মুখত হিমন্ত বিশ্ব: কঠোৰ গৰিহণা সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 8, 2019 6:41 am
1.1k
VIEWS
Share on FacebookShare on Twitter

পশ্চিমবংগত লোকসভা নিৰ্বাচনৰ প্ৰচাৰত মঙলবাৰে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত হোৱা ভয়ানক আক্ৰমণক তীব্ৰ গৰিহণা দিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

ঘটনাটোৰ উচিত তদন্ত আৰু জড়িতসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ বাবে পশ্চিম বংগ চৰকাৰক দাবী জনাই বিভাগীয় বিবৃতি জাৰি কৰাৰ লগতে সোণোৱালে টুইটাৰত পোনপটীয়াভাৱে সমালোচনা কৰিছে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীক।

“এই অৱস্থা বংগত। মমতা দিদি, পৰাজয়ে আপোনাৰ মুখলৈ দৃষ্টি দি আছে আৰু যি লেতেৰা ৰাজনীতিয়েই আপুনি নলওক কিয়, আসন্ন পৰাজয় আপুনি ৰোধ কৰিব নোৱাৰিব। এই নীচ ধৰণৰ আক্ৰমণক আমি তীব্ৰভাৱে গৰিহণা দিছো। জনগণে এই গুণ্ডাগিৰিৰ শাস্তি দিব,” সোণোৱালৰ টুইট।

This is the state of affairs in Bengal. @MamataOfficial Didi, defeat is staring at your face and no matter whatever dirty tactics you adopt, you can't avert the imminent defeat.

We strongly condemn these kinds of cowardly attacks. People will punish this goondaism. https://t.co/NafYsU8kTr

— Sarbananda Sonowal (@sarbanandsonwal) May 7, 2019

টুইটাৰযোগে ঘটনাটোৰ সবিশেষ আপদে’ট কৰি থকা মন্ত্ৰী শৰ্মাই ব্যক্তিগতভাৱে শাৰীৰিক আঘাত পোৱা নাই আৰু তেওঁলোকক চি আৰ পি এফ বাহিনীয়ে ঘটনাস্থলীৰ পৰা স্থানান্তৰিত কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে।

ঘটনাৰ সময়ত অসমৰ মন্ত্ৰীজনৰ লগত পশ্চিমবংগ বিজেপিৰ সভাপতি দিলীপ ঘোষো আছিল।

সন্ধিয়া প্ৰায় ৮ বজাত কান্থি লোকসভা সমষ্টিৰ খেজুৰিত সংঘটিত এই আক্ৰমণটো তৃণমূল গুণ্ডাৰ বুলি স্পষ্ট অভিযোগ আনিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আক্ৰমণটো “ভয় লগা” বুলি উল্লেখ কৰি ঘটনাটোৰ সময়ত উপস্থিত ৰাজ্যিক আৰক্ষীয়ে “নীৰৱ” দৰ্শকৰ ভূমিকা লোৱা বুলিও শৰ্মাই লগতে অভিযোগ কৰিছে।

The @crpfindia personnel are helping us to gradually move away from here. Three .@BJP4Bengal workers are taken away by .@AITCofficial goons in front of police / Kultha Bazar, under PS Khejuri and kept in TMC union office. Goons have damaged 20+ motorbikes.#ShameMamata pic.twitter.com/XT7wWE0Cmn

— Himanta Biswa Sarma (@himantabiswa) May 7, 2019

“(আমাক) নিৰ্বিচাৰভাৱে তৃণমূল গুণ্ডাই আক্ৰমণ কৰিছে। আমাৰ বহু কৰ্মী আহত হৈছে, এতিয়াও তৃণমূল গুণ্ডাই ঘেৰি ৰাখিছে আৰু দুৰ্ব্যৱহাৰ কৰি আছে। বংগ বিজেপিৰ সভাপতি দিলীপ ঘোষ আৰু মই আবদ্ধ হৈ আছো,” ঘটনাৰ সময়ত শৰ্মাৰ টুইট।

ঘটনাটোত ক্ষতিগ্ৰস্ত হৈছে হিমন্ত বিশ্বৰ কনভয়ৰ ২০খন মটৰচাইকেল।

We are at Khejuri in Kanthi LS constituency and attacked mercilessly by @AITCofficial goons. Many of our workers are injured even as @MamataOfficial goons gheraoing and abusing us. @BJP4Bengal President @DilipGhoshBJP and I are stuck.

— Himanta Biswa Sarma (@himantabiswa) May 7, 2019

ব্যাপক নিৰ্বাচনী হিংসাৰ বাবে কুখ্যাত পশ্চিমবংগত এই নিৰ্বাচনতো শাসনাধীন তৃণমূল কংগ্ৰেছে হিংসাত্মক কাৰ্য্য সংঘটিত কৰাৰ বহু অভিযোগ উত্থাপিত হৈছে।

অহা ১২ মে’ত দেশৰ সাধাৰণ নিৰ্বাচনৰ ষষ্ঠ পৰ্য্যায়ত কান্থিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

সমষ্টিটোৰ বৰ্তমানৰ সাংসদ তৃণমূলৰ শিশিৰ কুমাৰ অধিকাৰী। লোকসভা আসনখনৰ আটাইকেইটা বিধানসভা সমষ্টিয়েই পূব মেদিনীপুৰ জিলাৰ অন্তৰ্গত।

Tags: নিৰ্বাচন ২০১৯

Recent News

দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ডিৱাইএফ‌আই-ৰ

দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ডিৱাইএফ‌আই-ৰ

হাৰ্ভাৰ্ডৰ বিদেশী ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি আদালতৰ কঠোৰ সমালোচনাৰ সন্মুখীন ড’নাল্ড ট্ৰাম্প

হাৰ্ভাৰ্ডৰ বিদেশী ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি আদালতৰ কঠোৰ সমালোচনাৰ সন্মুখীন ড’নাল্ড ট্ৰাম্প

সোনম ৰঘুবংশী আৰু ৰাজ কুশৱাহাক জে’ললৈ প্ৰেৰণৰ নিৰ্দেশ জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ

সোনম ৰঘুবংশী আৰু ৰাজ কুশৱাহাক জে’ললৈ প্ৰেৰণৰ নিৰ্দেশ জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ

আহমেদাবাদত বিমান দুৰ্ঘটনাৰ পাছত এয়াৰ ইণ্ডিয়াৰ তিনি বিষয়াক অপসাৰণৰ নিৰ্দেশ

আহমেদাবাদত বিমান দুৰ্ঘটনাৰ পাছত এয়াৰ ইণ্ডিয়াৰ তিনি বিষয়াক অপসাৰণৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd