• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সম্পূৰ্ণ হ’ল পুৰণিগুদামৰ ঐতিহাসিক মিনাৰ স্থানান্তৰৰ কাম

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
May 11, 2019 5:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত নগাঁৱৰ পুৰণিগুদামস্থিত বৰ মছজিদৰ মিনাৰটোৰ পুনঃসংস্থাপনৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত।

বিগত প্ৰায় এমাহৰ পৰা প্ৰতিকূল বতৰকো নেওচি হাৰিয়ানাৰ ‘আৰ আৰ এণ্ড চনচ” নামৰ কোম্পানীটোয়ে ক্ষিপ্ৰ গতিত কাম চলাই মিনাৰটো পূৰ্বৰ স্থানৰ পৰা ৭৫ফুট স্থানান্তৰ কৰি নিৰ্ধাৰিত স্থান নি পোৱাইছে।

Apply Now

এতিয়া মাত্ৰ বাকী আছে মিনাৰটোক নিৰ্মিয়মান চাৰিলেনযুক্ত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ সমান্তৰালকৈ ৰাখিব পৰাকৈ মাটিৰ পৰা পাঁচ ফুট ওখকৈ ভেটি নিৰ্মাণৰ কাম। বতৰ অনুকূলে থাকিলে আৰু প্ৰায় দহ দিনৰ ভিতৰত পুনঃসংস্থাপন প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব বুলি এই সমগ্ৰ কামৰ সৈতে আৰম্ভণিৰ পৰা জড়িত পুৰণিগুদামৰ আঞ্জুমান-ই-ইছলামিয়া নামৰ সংগঠনটোৱে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথক চাৰিলেনযুক্ত পথলৈ সম্প্ৰসাৰণ কৰাৰ কাম হাতত লোৱাৰ পিছত ঘাইপথছোৱাৰ সমীপত থকা ১৯০২ চনতে ঢাকাৰ মিস্ত্ৰীৰ হতুৱাই চিমেন্টৰ পৰিৱৰ্তে হাঁহৰ কণী, ধূণা, মাটি মাহ, বৰা চাউল আৰু লোৰ ৰদৰ ঠাইত পকা বাঁহেৰে নিৰ্মাণ কৰা মিনাৰটোৰ প্ৰতি ভাবুকি নামি আহিছিল।

পুনঃসংস্থাপনৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত পৱিত্ৰ ইদৰ দিনটোতে ৰাইজৰ বাবে ঐক্য-সম্প্ৰতিৰ ধ্বজাবাহক স্বৰূপ বৰ মছজিদৰ মিনাৰটো মুকলি কৰি দিয়া হ’ব বুলি আঞ্জুমান-ই-ইছলামিয়াৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

ইফালে মিনাৰটোৰ স্থানান্তৰ প্ৰক্ৰিয়াত সংবাদ মাধ্যমৰ সমৰ্থন তথা বিগত বহুদিন ধৰি ধাৰাবাহিক বাতৰি পৰিৱেশনৰ ফলত অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে সহায় সহযোগ আগবঢ়ালে বুলি কৈ স্থানীয় আঞ্জুমান-ই-ইছলামিয়া কৰ্তৃপক্ষই সংবাদ মাধ্যম সমূহলৈ ধন্যবাদ জ্ঞাপন কৰে।

ভাৰ্গব হাজৰিকা

ভাৰ্গব হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd