• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজস্থানলৈ বিক্ৰী হোৱা কৃষ্ণাইৰ যুৱতীক উদ্ধাৰ, দুজনক আটক

নীলমণি শৰ্মা by নীলমণি শৰ্মা
May 16, 2019 7:40 am
941
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ কৃষ্ণাইত শেহতীয়াকৈ এটা নাৰী সৰবৰাহকাৰী চক্ৰ সক্ৰিয় হৈ উঠাৰ খবৰে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এবছৰ পূৰ্বে নাৰী সৰবৰাহকাৰীৰ ওচৰত বিক্ৰী হোৱা কৃষ্ণাইৰ বিদ্যাপাৰাৰ বেগম উপাধীৰ এগৰাকী যুৱতী উদ্বাৰ হোৱাৰ পিছতে চক্ৰটোৰ কথা পোহৰলৈ আহিছে।

জানিব পৰা মতে ২০১৮ৰ ২৫ জুনত বিদ্যপাৰা গাঁৱৰ উক্ত যুৱতী গৰাকীক দুই সম্পৰ্কীয় মোমায়েক কাদেৰ আলী আৰু কৰিম আলীয়ে এজন ল’ৰা লগত চিনাকী কৰাই দিয়াৰ চলেৰে কাষৰীয়া পাইকানৰ এখন হোটেলত চাহ খাবলৈ দিয়ে৷ চাহ খোৱাৰ পিছতে সংজ্ঞাহীন হোৱা যুৱতী গৰাকীয়ে দুদিন পিছত নিজক দিল্লীৰ এটা ৰে’ল ষ্টেচনত আৱিষ্কাৰ কৰে। লগত থকা দুজন অচিনাকী লোকে কাদেৰ আৰু কৰিমে তেওঁক দুই লাখ টকাত বিক্ৰী কৰাৰ কথা জানিব দিয়ে।

পিছত যুৱতী গৰাকীক ৰাজস্থানলৈ নি হিন্দু ছোৱালী বুলি পৰিচয় দি মনোজ কুমাৰ নামৰ এজন লোকৰ লগত বিয়া কৰাই দিয়া হয়।

প্ৰায় ১১মাহ উক্ত লোকজনৰ পত্নী হিচাপে থকাৰ পিছত যুৱতী গৰাকীয়ে তেওঁৰ দৰেই ৰাজস্থানলৈ বিক্ৰী হোৱা আন এগৰাকী যুৱতীৰ সৈতে চিনাকি হয় আৰু উক্ত যুৱতীৰ সহযোগত কৃষ্ণাইৰ বিদ্যাপাৰাত থকা পৰিয়ালৰ সৈতে যোগাযোগ কৰে।

পিছত পৰিয়ালৰ লোকে মনোজ কুমাৰৰ লগত কথা পাতি যুৱতী গৰাকীক যোৱা ১মে’ত ৰাজস্থানৰ পৰা লৈ আনে৷ আনহাতে যুৱতীগৰাকী দাখিল কৰা এজাহাৰৰ ভিত্তিত কৃষ্ণাই আৰক্ষীয়ে সম্পকীয় দুই মোমায়েকক আটক কৰিছে।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd