• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এন আৰ চিৰ কামত নিয়োজিত বিষয়া সন্ধানহীন; চুইচাইড নোট উদ্ধাৰ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
May 16, 2019 1:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত এন আৰ চিৰ দাবী-আপত্তি প্ৰক্ৰিয়া চলি থকা আৰু ইয়াকলৈ বিভিন্ন পক্ষৰ মাজত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ মাজতে শিৱসাগৰত এন আৰ চিৰ কামত নিয়োজিত এজন চৰকাৰী বিষয়া সন্ধানহীন হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

সন্ধানহীন বিষয়াজন যোৰহাট জিলাৰ কাকজানৰ দিগন্ত শইকীয়া। তেওঁ জলসম্পদ বিভাগৰ শিৱসাগৰ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা হিচাপে কৰ্মৰত আছিল। প্ৰাপ্ত তথ্য মতে বুধবাৰে পুৱাৰ পৰা বিষয়াজন সন্ধানহীন হৈ আছে।

Apply Now

আনহাতে তেওঁক বিচাৰি আৰক্ষীয়ে তেওঁৰ চৰকাৰী আবাসগৃহত তালাচী চলাওঁতে এখন চুইচাইড নোট উদ্ধাৰ কৰে। আৰক্ষীৰ সূত্ৰ মতে উক্ত চুইচাইড নোটত বিষয়াগৰাকী মানসিকভাৱে উদ্বিগ্ন হোৱাৰ কথা প্ৰকাশ পাইছে।

চুইচাইড নোটত বিষয়া গৰাকীয়ে এন আৰ চিৰ কামত নিয়োজিত কোনো উচ্চপদস্থ বিষয়াৰ পৰা পোৱা ভাবুকি আৰু তীব্ৰ হেঁচাত নিজকে এই দায়িত্বৰ বাবে অযোগ্য বুলি উল্লেখ কৰি আত্মহত্যাৰ পথ বাচি লোৱাৰ কথা উল্লেখ কৰে।

অৱশ্যে প্ৰকৃততে বিষয়াজনে আত্মহত্যা কৰিলে নে শিৱসাগৰ এৰি আন কোনো স্থানত আশ্ৰয় লৈ আছে সেই কথা এতিয়ালৈকে স্পষ্ট হোৱা নাই। জিলা প্ৰশাসনে পত্ৰখন শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষকক দিয়াৰ পিছত আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত এটা গোচৰ পঞ্জীয়ন কৰি তেওঁক বিচাৰি অভিযান আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই।

ইতিমধ্যে দিগন্ত শইকীয়াৰ পৰিয়ালৰ লোক শিৱসাগৰত উপস্থিত হৈছেহি। জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে শইকীয়াৰ চৰকাৰী আৱাসগৃহ পৰিদৰ্শন কৰিছে। শইকীয়া কেইবা বছৰ ধৰি এন আৰ চিৰ কামত নিয়েজিত আছিল।

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে এন আৰ চিৰ চূড়ান্ত তালিকা অহা ৩১ জুলাইত প্ৰকাশৰ অন্তিম সময়সীমা নিৰ্ধাৰণ কৰি দিছে। ইয়াৰ মাজতে একাংশই খিলঞ্জীয়া লোকক বিদেশী সজাই দাখিল কৰিছে অভিযোগ। এনে পৰিস্থিতিত উচ্চপদস্থ বিষয়া দিগন্ত শইকীয়াক এন আৰ চি কাম লেহেমীয়া কৰা বুলি ভাবুকি প্ৰদান কৰাৰ বাবেই বিষয়াজনে মানসিক চাপত ভাগি পৰি এই সিদ্ধান্ত লোৱা বুলি বহুতে সন্দেহ কৰিছে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd