• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূবক প্ৰশাসনিকভাৱে পঙ্গু কৰিছে কেন্দ্ৰই

অভিযোগ অসম সংগ্ৰামী মঞ্চৰ। আগস্তৰ পৰা আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ সংগ্ৰামৰ ঘোষণা।

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 16, 2019 10:56 pm
Centre makes Northeast 'administratively disable', alleges Asom Sangrami Mancha

অসম সংগ্ৰামী মঞ্চৰ বৃ্হস্পতিবাৰৰ সংবাদ মেল।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ পৰা বহু ৰাজহুৱা প্ৰতিষ্ঠানৰ কাৰ্য্যালয় বহিঃৰাজ্যলৈ স্থানান্তৰণেৰে কেন্দ্ৰই উত্তৰ-পূবক প্ৰশাসনিকভাৱে পংগু কৰিব খোজা বুলি অভিযোগ উত্থাপন কৰিছে অসম সংগ্ৰামী মঞ্চই।

ভাৰতীয় তেল নিগমৰ অসম দিভিজনৰ কাৰ্য্যালয়টো নামত গুৱাহাটীত ৰাখি বাকী সকলো কাম-কাজ কলকাতালৈ স্থানান্তৰ কৰাৰ উদাহৰণ দি বৃ্হস্পতিবাৰে দলটোৱে এই মন্তব্য কৰিছে।

Apply Now

“১৯০১ চনত স্থাপন কৰা এ’চিয়াৰে প্ৰথম ডিগবৈ শোধানাগাৰৰ লগত জড়িত প্ৰশাসনিক তথা বিপণন বিভাগ কৰ্তৃপক্ষই অসমৰ পৰা পশ্চিমবংগৰ কলকাতালৈ লৈ যোৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে,” এই সিদ্ধান্ত “কোনোপধ্যেই মানি ল’ব নোৱাৰি” বুলি উল্লেখ কৰি দলটোৰ সাধাৰণ সম্পাদক সমৰজ্যোতি বেজবৰুৱাৰ মন্তব্য।

বঞ্চনা বন্ধ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গুৱাহাটীত ভাৰতীয় তেল নিগমৰ আঞ্চলিক কাৰ্য্যালয় পূৰ্ণ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ মঞ্চই দাবী জনাইছে।

আনহাতে অসমত শাখা থকা ১৬২টা বেংকৰ মাণ্ডলিক কাৰ্য্যালয়ো গুৱাহাটীৰ পৰা কলকাতালৈ স্থানান্তৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলিও বেজবৰুৱাই অভিযোগ তোলে।

তেওঁ লগতে কয় যে বেংকসমূহে অসমত বিনিয়োগত গুৰুত্ব দিয়া নাই আৰু অসমৰ পৰা জমা ধনৰ পুঁজি বহিৰ্গমন এক নিয়মত পৰিণত হৈছে।

“বেংক ব্যৱস্থাক ৰাজ্য চৰকাৰে ৰাজ্যখনৰ স্বাৰ্থত ব্যৱহাৰ কৰা নাই,” চৰকাৰৰ বিৰুদ্ধে তেওঁৰ অভিযোগ।

অসমৰ প্ৰাপ্য বহু কাৰ্য্যালয়ো কেন্দ্ৰীয় চৰকাৰে উদ্দেশ্যপ্ৰণোদিতভাৱে ৰাজ্যত প্ৰতিষ্ঠা কৰা নাই বুলিও তেওঁ অভিযোগ কৰে। “কেন্দ্ৰই অতি কৌশলেৰে এই কাম কৰিছে।”

দলটোৱে অ’ এন জি চিৰ “সৰ্বাধিক লাভজনক গেলেকী তৈলক্ষেত্ৰ” বহুজাতিক কোম্পানি শ্লাম বাৰ্জাৰক গতাই দিবলৈ গ্ৰহণ কৰা সিদ্ধান্তক তৎকালে বাতিলৰ দাবী জনাইছে।

তাৰোপৰি উত্তৰ পূৰ্বাঞ্চলৰ বাবে ভাৰতীয় জীৱন বীমা নিগমৰ এক মাণ্ডলিক কাৰ্য্যালয় স্থাপনৰো দাবী কৰে অসম সংগ্ৰামী মঞ্চই।

একেদৰে ২০১৪ চনৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰি বিজেপি চৰকাৰক ৰাজ্যত ড’নাৰ কাৰ্য্যালয় স্থাপনৰ বাবেও তেওঁলোকে দাবী জনায়।

অহা আগষ্ট মাহৰ ভিতৰত উপৰোক্ত দাবীসমূহ পূৰণ নকৰিলে “আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ সংগ্ৰাম” গঢ়ি তোলাৰ অংগীকাৰ দিছে মঞ্চই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm
ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

September 10, 2026 4:09 pm
মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

September 10, 2026 3:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd