• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আলফা (স্বাঃ)ৰ অ’ভাৰগ্ৰাউণ্ড ক্ৰিয়াকলাপ বৃদ্ধি হোৱাৰ কথা স্বীকাৰ গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 18, 2019 6:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ ১৫ মে’ৰ গ্ৰেনেড বিস্ফোৰণৰ ঘটনাত ৫জনকৈ লোকক গ্ৰেপ্তাৰ কৰাৰ পিছত আজি গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে এখন সংবাদমেল দি কেতবোৰ গুৰুত্বপূৰ্ণ দিশ ৰাজহুৱা কৰিছে।

আলফা স্বাধীনৰ অভাৰ গ্ৰাউণ্ড ক্ৰিয়াকলাপ যথেষ্ট বৃদ্ধি হোৱাৰ কথাটো স্পষ্ট হৈ পৰে আয়ুক্তজনৰ ভাষ্যত।

Apply Now

“আলফাৰ বিচাৰধাৰা প্ৰচাৰ কৰিবলৈ শিক্ষিত লোকৰ দৰকাৰ হয়। বহুতে সমাজৰ সন্মানীয় অৱস্থানত থাকি আলফাৰ শীৰ্ষ নেতৃত্বৰ সৈতে যোগাযোগ ৰক্ষা কৰি থাকে। এওঁলোকে অ’ভাৰগ্ৰাউণ্ডত কাম কৰি আছে” সংবাদ মাধ্যমৰ আগত ঘটনাটোৰ আঁতি-গুৰি ফঁহিয়াই দেখুৱাবলৈ চেষ্টা কৰা আয়ুক্ত দীপক কুমাৰৰ ভাষ্য।

তেওঁ লগতে কয় গোটেই ছেৱেন ছিষ্টাৰ্ছ লগ লাগি ভাৰতৰ পৰা পৃথক হোৱাৰ বাবে গোটেই সাতখন ৰাজ্যৰ পৰা সহানুভূতি আদায়ৰ চেষ্টা চলিছে। “অপাৰেইশ্যন ছেৱেন ছিষ্টাৰ্ছ” শীৰ্ষক ফেইচবুক অভিযানৰ প্ৰসংগ টানি আযুক্তজনে এইদৰে কয়।

তেওঁ সমগ্ৰ ঘটনাৰ পুংখানুপুংখ তদন্ত কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে।

সুৰক্ষাকৰ্মীৰ ওপৰতহে আক্ৰমণৰ পৰিকল্পনা কৰিছিল বুলি কৰা আলফা স্বাধীনৰ দাবী সন্দৰ্ভত কয় যে বিস্ফোৰণটোৰ ফলত অসামৰিক লোকহে বেছি আঘাতপ্ৰাপ্ত হৈছে। তেওঁ কয়, “যদি সুৰক্ষাকৰ্মীৰ ওপৰত কৰিব বিচাৰিছিল মলৰ সন্মুখত কিয় কৰিছিল? গতিকে আলফাৰ কাম অসমৰ ৰাইজৰ বিৰুদ্ধে গৈছে”।

ঘটনাটো সন্দৰ্ভত কেন্দ্ৰীয় গৃহ দপ্তৰে নিৰন্তৰ যোগাযোগ ৰক্ষা কৰি আছে বুলি জানিবলৈ দি কুমাৰৰ মন্তব্য “কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে নিৰন্তৰ পৰ্য্যালোচনা কৰি আছে। কোনো মানুহ যাতে সাৰি যাব নোৱাৰে তেনেকৈ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। যিমানেই ডাঙৰ মানুহ হওক, বুদ্ধিজীৱী হওক জড়িত থকাৰৰ প্ৰমাণ পালে কাকো ৰেহাই নিদিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে নিৰ্দেশ দিছে।”

যিমানেই ডাঙৰ মানুহ নহওক জড়িত সকলোৰে বিৰুদ্ধে “কঠোৰ পদক্ষেপ” লোৱা হ’ব বুলি ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াজনে সকীয়াই দিয়ে।

উল্লেখযোগ্য যে ঘটনাটোত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে এতিয়ালৈ পাঁচজনক গ্ৰেপ্তাৰ কৰিলে। প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াৰ পাছত শুকুৰবাৰে আৰক্ষীৰ জালত পৰিছে আলফাৰ বোমা বিশেষজ্ঞ বুলি আৰক্ষীয়ে দাবী কৰা গোলাঘাটৰ অমিত বল্লভ গোস্বামী, নগাঁৱৰ ইন্দ্ৰমোহন বৰা আৰু গুৱাহাটীৰ চিন্ময় লহকৰ।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm
নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

October 5, 2026 5:13 pm
‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm
জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm
নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

October 5, 2026 5:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd