• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“নিৰুদ্দিষ্ট বাংলাদেশী”ৰ ঠিকনা অসমৰ কাৰাগাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 19, 2019 11:55 pm
Adjhar Peada_New

২৩ বছৰ নিৰুদ্দেশ হৈ থকা আজহাৰ পেদা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশত ২৩ বছৰ পূৰ্বেই নিৰুদ্দেশ হোৱা এজন লোকক পৰিয়ালৰ লোকে বিচাৰি বিচাৰি আৱিষ্কাৰ কৰিলেহি অসমৰ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত।

তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত সন্ধান উলিওৱাৰ পূৰ্বে নিৰুদ্দিষ্ট আজহাৰ পেদা (৫৫) নামৰ লোকজনক বিচাৰি পৰিয়ালৰ লোকে বাংলাদেশৰ গোটেই সাতটা ডিভিজন চলাথ কৰিছিল।

Apply Now

পেদাৰ ঘৰ বাংলাদেশৰ খুনলা ডিভিজনৰ সাতক্ষীৰা জিলাত। তেওঁৰ পিতা আব্দুল কৰিম পেদা, মাক মোমিনা খাতুন।

অৱশেষত তেজপুৰত উপস্থিত হোৱা তেওঁৰ ভায়েক ইকবাল পেদা (২৮)ই তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰত থকা ডিটেনশ্যন কেম্পত তেওঁক চিনাক্ত কৰে আৰু সকলো তথ্যসহ নিশ্চিত কৰে।

“মোৰ মায়ে জনোৱামতে, মই যেতিয়া সৰু হৈ আছিলো, মোৰ ককাইদেউ, যিজন এজন মানসিক ৰোগী, ঘটনাক্ৰমে পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈছিল আৰু কেনেবাকৈ ভাৰতত প্ৰৱেশ কৰিছিল”, ককায়েক আজহাৰ এজন মানসিক ৰোগী বুলি জানিবলৈ দি ইকবালে কয়।

তেওঁলোকৰ পৰিয়ালটোৱে আজহাৰ তেজপুৰৰ কাৰাগাৰত থকাৰ তথ্য বাংলাদেশৰ এজন সমাজকৰ্মী অমলেন্দু দাসৰ পৰা জানিবলৈ পোৱা বুলি অৱগত কৰে ইকবালে। তাৰ পিছতে গুৱাহাটীত থকা বাংলাদেশ উচ্চায়ুক্তৰ কাৰ্য্যালয়ৰ সৈতে যোগাযোগ কৰে। সহকাৰী উচ্চায়ুক্ত আৰু অপাৰেইশ্যন হেড মহম্মদ তনবীৰ মনছুৰৰ সহায়ত তেওঁ ককায়েকৰ সন্ধান উলিয়ায়।

ভায়েকক লগ পোৱাৰ পিছত আজহাৰ পেদাই কয়, “মই মোৰ নিজৰ ঘৰলৈ যাব বিচাৰো আৰু মোৰ মা আৰু পৰিয়ালৰ মানুহবোৰ লগ পাবলৈ অধীৰ হৈ আছো।”

তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক মৃণ্ময় দাউকাই কয় যে বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত আৰু অপাৰেইশ্যন হেড মহম্মদ তনবীৰ মনছুৰে সঠিক যোগাযোগৰ সহায়ত ভায়েক ইকবালে ককায়েক আজহাৰক কাৰাগাৰৰ মেডিকেল পৰীক্ষাৰ সময়ত লগ কৰিবলৈ সুবিধা পায়।

আজহাৰক ধেমাজিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ বিৰুদ্ধে পাছপ’ৰ্ট আইনৰ ধাৰা ১৪ (এ) (বি), বিদেশী আইন আৰু পাছপ’ৰ্ট আইন ১৯৬৭-ৰ ১২ (চি) ধাৰাৰ অধীনত আৰু ছেছন কেছ নং ১১৩, ১১৫ সাধাৰণ পঞ্জীয়ন নং ৫৫২/১৫ নম্বৰৰ গোচৰ আছে, জনালে কাৰাগাৰ অধীক্ষক দাউকাই

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

June 13, 2026 4:59 pm
‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

June 13, 2026 4:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd