• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আঁচনিৰ প্ৰাপ্য ধন লাভ নকৰাৰ প্ৰতিবাদত শতাধিক দিব্যাংগই ঘেৰাও কৰিলে কোষাগাৰ প্ৰাধিকাৰীৰ কাৰ্য্যালয়

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 21, 2019 6:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোষাগাৰ বিষয়াৰ হেমাহিৰ বাবে অসম চৰকাৰৰ দীনদয়াল দিব্যাংগ আঁচনিৰ ধন হিতাধিকাৰীয়ে লাভ নকৰাৰ অভিযোগ তুলি আজি শতাধিক দিব্যাংগই মহানগৰীৰ বামুনীমৈদামৰ কোষাগাৰ প্ৰাধিকাৰীৰ কাৰ্য্যালায়ত প্ৰতিবাদ সাব্যস্ত কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে।

কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ কৰিয়ে ক্ষান্ত নাথাকি প্ৰতিবাদকাৰী সকলে কাৰ্য্যালয়ৰ নিজৰ কোঠাত ঘেৰাও কৰে কোষাগাৰ প্ৰাধিকাৰী বিষয়াক। প্ৰতিবন্ধী সুৰক্ষা সমিতি, অসমৰ নেতৃত্বত অহা প্ৰতিবাদকাৰীসকলে অসম চৰকাৰৰ বিত্ত বিভাগৰ বিৰুদ্ধেও ক্ষোভ উজাৰে।

Apply Now

উল্লেখযোগ্য যে, বিগত ১০ জানুৱাৰিত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দিব্যাংগ সকলৰ বাবে দীনদয়াল দিব্যাংগ আঁচনি নামৰ এখন আঁচনি শুভাৰম্ভ কৰিছিল আৰু আঁচনিখন উদ্বোধন কৰাৰ দিনাই মুঠ ১,২২,১১৫ গৰাকী দিব্যাংগ লোকক আঁচনিখনৰ জৰিয়তে লাভ কৰিবলগীয়া ধন মোকলাই দিয়াৰ কথা আছিল যদিও তেওঁলোকে এই ধন লাভ কৰা নাছিল।

আঁচনিখনত উল্লেখ কৰা মতে, দিব্যাংগ সকলক চৰকাৰৰ তৰফৰ পৰা মাহিলি এহেজাৰ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

পৰৱৰ্তী সময়ত এপ্ৰিল মাহত পুনৰ ২৪,৬১৭ গৰাকী ব্যক্তিক আঁচনিখনৰ বাবে নিৰ্বাচিত কৰি অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে মুঠ ২৯,৫৪,১৬,০০০ টকা মোকলাই দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে আৰু সেইমৰ্মে বিগত ৬ মাৰ্চতে ৩৭৫ আৰু ৩৯৫ নম্বৰ বিলযোগে ২১,৪৪,১৬,০০০ আৰু ১,৪৮,৩২,০০০ টকা মোকলাই দিবলৈ কোষাগাৰালৈ প্ৰেৰণ কৰে।

তদুপৰি, বিভাগে পুনৰ ৪১০ নম্বৰ বিলৰ জৰিয়তে ৬,৬১,৬৮,০০০ টকা মোকলাই দিবলৈ কোষাগাৰলৈ প্ৰেৰণ কৰে। কিন্তু সমাজ কল্যাণ বিভাগে কোষাগাৰলৈ বিল পঠিওৱাৰ দুমাহ উকলি যোৱাৰ পাছতো আজি পৰ্যন্ত দিব্যাংগ সকলে আঁচনিৰ এটকাও ধন লাভ কৰা নাই।

প্ৰতিবন্ধী সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক নৃপেন মালাকৰে দিব্যাংগ সকলে প্ৰাপ্য ধন লাভৰ পৰা বঞ্চিত হোৱাৰ ক্ষেত্ৰত সমাজ কল্যাণ বিভাগৰ লগতে বিত্ত বিভাগৰো গাফিলতি আছে বুলি অভিযোগ কৰি তেওঁলোকে ঘোচ দিব নোৱাৰাৰ বাবেই বিল পেলাই থৈছে বুলি সংবাদ মাধ্যমৰ আগত কয়।

আনহাতে, কোষাগাৰৰ বিষয়াগৰাকীয়ে এই প্ৰতিবাদ সম্পৰ্কত দায় সৰা মন্তব্য কৰি দিব্যাংগ সকলৰ বিষয়টো হয়তো কামৰ হেচাৰ বাবে অলপ লেহেমীয়া হৈছে বুলি উল্লেখ কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd