• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৩ মে’; নগাঁও জিলা প্ৰশাসনৰ তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 21, 2019 8:34 pm
WhatsApp Image 2019-05-21 at 6.39.39 PM

নগাঁও জিলা প্ৰশাসনৰ সংবাদমেল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১০ নং নগাঁও আৰু ১১ নং কলিয়াবৰ সংসদীয় সমষ্টিৰ নগাঁও নিৰ্বাচনী জিলাৰ অধীনস্থ সমষ্টিকেইটাৰ ভোট গণনাৰ বাবে ইতিমধ্যে জিলা প্ৰশাসনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। অহা ২৩ মে’ৰ পুৱা ৮.৩০ বজাৰ পৰা ই ভি এম মেচিনৰ ভোট গননা প্ৰক্ৰিয়া আৰম্ভ হ’ব।

আজি উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত অনুষ্ঠিত এক সংবাদ মেলত নগাঁও জিলা উপায়ুক্ত তথা জিলা ৰিটাৰ্ণিং বিষয়া যাদৱ শ‌ইকীয়াই  নগাঁও আৰু কলিয়াবৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত মুঠ ৭ টা বিধান সভা সমষ্টিৰ ভোট গণনাৰ বাবে ইতিমধ্যে দুটা ষ্ট্ৰং ৰুম স্থাপন কৰা হৈছে বুলি জানিব দিয়ে।

Apply Now

তেওঁ সংবাদ মেলত, নগাঁও চহৰৰ ডচন স্কুলত স্থাপন কৰা ষ্ট্ৰং ৰুমত ৰহা, নগাঁও সদৰ, বঢ়মপুৰ বিধান সভা সমষ্টিৰ আৰু নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰুমত ধিং, বটদ্ৰৱা, ৰূপহীহাট, চামগুৰি বিধান সভা সমষ্টিৰ বাবে ভোট গণনা কৰা হ’ব বুলি উল্লেখ কৰে।

তদুপৰি, নগাঁও সংসদীয় সমষ্টিৰ আন ছটা বিধান সভা সমষ্টিৰ ভিতৰত লামডিং, হোজাই, যমুনামুখ সমষ্টিৰ ভোট গণনা হোজাইত আৰু মৰিগাঁও, লাহৰিঘাট, জাগীৰোড বিধান সভা সমষ্টিৰ ভোট গণনা মৰিগাঁও চহৰত অনুষ্ঠিত হ’ব।

আনহাতে, কলিয়াবৰ সংসদী‌য় সমষ্টিৰ আন ছটা বিধান সভা সমষ্টিৰ কলিয়াবৰ বিধান সভা সমষ্টিৰ ভোট গননা কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়ত অনুষ্ঠিত হ’ব। বোকাখাট বিধান সভা সমষ্টিৰ ভোট গননা বোকাখাটত, গোলাঘাট আৰু সৰুপথাৰ বিধান সভা সমষ্টিৰ ভোট গননা গোলাঘাট নগৰত আৰু দেৰগাঁও বিধান সভা সমষ্টিৰ ভোট গণনা যোৰহাটত অনুষ্ঠিত হ’ব।

প্ৰতিটো বিধান সভা সমষ্টিতে ২৫ ৰাউণ্ড পৰ্যন্ত ভোট গননা হ’ব বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে। নগাঁও সংসদীয় সমষ্টিত এইবাৰ ভি ভি পেটযুক্ত বেলট মেচিনৰ জৰিয়তে ১৪,৯০,২১২ টা ভোটদান হোৱাৰ লগতে এই পৰ্যন্ত ৩৮৯০টা পোষ্টেল ভোটদান পোৱা গৈছে।

ইয়াৰ বিপৰীতে কলিয়াবৰ সংসদীয় সমষ্টিত এইবাৰ মুঠ ১৪,২১,৫০০ টা ভোটদান হোৱাৰ লগতে ৩,৭২৯ পোষ্টেল ভোটদান হৈছে। উপায়ুক্তগৰাকীয়ে এইবাৰৰ ভোট গণনা প্ৰক্ৰিয়া পুৱতি নিশা লৈকে চলাৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰিছে।

ইপিনে, সামগ্ৰিক ভোট গননা প্ৰক্ৰিয়া তদাৰক কৰাৰ বাবে নগাঁও সংসদীয় সমষ্টিৰ বাবে গোপাল মিনা আৰু কলিয়াবৰ সংসদীয় সমষ্টিৰ বাবে এন কে পয়াম পৰ্যবেক্ষক হিচাপে আহি নগাঁৱত উপস্থিত হৈছে। ভোট গণনা প্ৰক্ৰিয়া সুন্দৰভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা আৰক্ষী প্ৰশাসনে দুয়োটা ষ্ট্ৰং ৰূমৰ ভিতৰে-বাহিৰে তিনি তৰপীয় নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে বুলি সংবাদ মেলখনত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰৌজি কলিতাই জানিবলৈ দিছে। উল্লেখ্য যে, ভোট গণনা কেন্দ্ৰত ম’বাইল ফোন নিষিদ্ধ  কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd