• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ছানি ডেওল, ছানি লিয়’ন আৰু #theNationknows

এন ই নাও নিউজ by এন ই নাও নিউজ
May 25, 2019 8:30 pm
ফটোৰ উৎস : The Live Mirror

ফটোৰ উৎস : The Live Mirror

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৩ মে’ত ঘোষিত সাধাৰণ নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে লাভ কৰা অভূতপূৰ্ব সাফল্য ৰাজনৈতিক বিশ্লেষকসকলৰ বাবে আলোচনাৰ বিষয় হৈ থকাৰ সময়তে আন এটা বিষয়কলৈ এতিয়া দেশৰ ‘নেটিজেন’সকলৰ মাজত চলিছে ‘গৰম’ চৰ্চা।

চৰ্চাৰ বিষয় হ’ল নিউজ এংকৰ তথা ৰিপাব্লিক টি ভিৰ পৰিচালন সঞ্চালক অৰ্ণৱ গোস্বামী, বলিউডৰ অভিনেতা ছানি দেওল আৰু অভিনেত্ৰী তথা এসময়ৰ পৰ্ণষ্টাৰ ছানি লিয়’ন।

Apply Now

উল্লেখযোগ্য যে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনা ভোট গণনাৰ বাতৰি পৰিৱেশন কৰি থকা অৱস্থাত সততে ‘উত্তেজিত’ অৰ্ণৱ গোস্বামীয়ে ‘জিভা পিছল খোৱাত’ বিজেপি প্ৰাৰ্থী ছানি দেওলক ছানি লিয়’ন বুলি কৈ পায়।

উক্ত ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছৰ পৰা ‘ছ’চিয়েল মিডিয়া’ য়ুজাৰসকলৰ মাজত ব্যাপক চৰ্চা লাভ কৰিবলৈ ধৰে।

আনকি ছানি লিয়’নীয়ে ইয়াক লৈ টুইট কৰে।

Leading by How many votes ???? 😉 😜

— Sunny Leone (@SunnyLeone) May 23, 2019

ছানি লিয়’নৰ উক্ত টুইট ১৬ হাজাৰতকৈ অধিক ৰিটুইট হোৱাৰ লগতে ইয়াত ৬ হেজাৰতকৈ অধিক টুইটাৰাটিয়ে কমেণ্ট কৰে।

শেহতীয়াকৈ ছানি লিয়’ন এম্বেচাডৰ হিচাপে থকা কণ্ডম কোম্পানী ‘Manforce Condoms’এ ইয়াক লৈ টুইট কৰি কয়, “Dear Arnab, we understand. She is always on our mind as well #NationKnows” ।

Sunny on our mind. #SunnyLeone #TheNationKnows #ManforceCondoms #sunny pic.twitter.com/8L2Qt3y913

— Manforce Condoms (@ManforceIndia) May 23, 2019

অৱশ্যে অৰ্ণৱ গোস্বামীৰ একমাত্ৰ এইবাৰে যে ‘জিভা পিছল’ খাইছে এনে নহয়। ইয়াৰ পূৰ্বেও তেওঁৰ ৰাহুল গান্ধী আৰু নৰেন্দ্ৰ মোদীৰ মাজত ‘খেলিমেলি’ লাগিছিল। তদুপৰি ফলাফল ঘোষণাৰ দিনাখনো তেওঁক ৰাহুল গান্ধীক ‘ভূলতে’ ৰাহুল ভাদ্ৰা বুলি উল্লেখ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

September 21, 2026 3:00 pm
মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

September 21, 2026 3:00 pm
মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd