• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Video || নলবাৰীত যুৱকৰ চমক; পেলনীয়া প্লাষ্টিকৰ পৰা উৎপন্ন ইন্ধনেৰে চলালে বাইক!

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
May 28, 2019 4:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যি সময়ত চৰকাৰে প্লাষ্টিকৰ বেগ ব্যৱহাৰত নিষেধাজ্ঞা ঘোষণা কৰিছে, প্লাষ্টিকৰ বিৰুদ্ধে পৰিৱেশ প্ৰদূষণ সম্পৰ্কীয় সজাগতা সৃষ্টি কৰি অহা হৈছে, সেই সময়তে নলবাৰী জিলাৰ লাৰকুছিত এজন যুৱকে শিক্ষালব্ধ প্ৰযুক্তিৰ অবিহনেই পেলনীয়া প্লাষ্টিকৰ সামগ্ৰীৰে বিকল্প ইন্ধন প্ৰস্তুত কৰাৰ দাবী কৰিছে।

যুৱকজনৰ এই উদ্ভাৱনে অঞ্চলটোৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে বহুতৰ মনত উৎসুকতা সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

Apply Now

এই বিৰল প্ৰযুক্তি কৌশল উদ্ভাৱন কৰা বুলি দাবী কৰা খুৰচেদ আহমেদ(৩০) পেচাত এজন কাঠমিস্ত্ৰী। তেওঁৰ দাবী, আজিৰ পৰা এমাহমান আগতে পেলনীয়া প্লাষ্টিকৰ পৰা পেট্ৰ’ল জাতীয় ইন্ধন প্ৰস্তুত কৰাৰ আচৰিত চিন্তাটো তেওঁৰ মনলৈ আহিছিল।

চিন্তা মতেই তেওঁ চুবুৰীয়া দুজন বন্ধুক লগত লৈ আৰম্ভ কৰিলে পেলনীয়া প্লাষ্টিক সামগ্ৰী গোটোৱা কাম, পিছত গোটখোৱা প্লাষ্টিকসমূহ এটি বন্ধ ড্ৰামত উতলাই তেওঁ বিকল্প ইন্ধন প্ৰস্তুত কৰি উলিয়ায়, আহমেদৰ দাবী।

এমাহজোৰা প্ৰচেষ্টাৰ অন্তত যোৱা দুদিনত তেওঁ পৰীক্ষামূলকভাৱে প্ৰস্তুত কৰা ইন্ধন বাইক আৰু টেম্প’ত ব্যৱহাৰ কৰি সফলতা লাভ কৰে বুলিও তেওঁ দাবী কৰিছে।

উল্লেখযোগ্য যে আজি নৰ্থ-ইষ্ট নাওৰ সাংবাদিকক তেওঁ প্লাষ্টিক উতলাই প্ৰস্তুত কৰা ইন্ধন বাইকত ব্যৱহাৰ কৰি দেখুৱায়।

খুৰচেদৰ উক্ত উদ্ভাৱন চাবলৈ তেওঁৰ ঘৰত স্থানীয় লোকে ভিৰ কৰাও দেখা গৈছে। বিভিন্নজনে তেওঁৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰাৰ লগতে এইক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনৰ ফালৰ পৰা যুৱকজনক সহায় কৰাৰ কামনা কৰে।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

September 29, 2026 1:11 pm
সামাজিক মাধ্যমত ভিউজৰ অঘোষিত প্ৰতিযোগিতা: ৰাজনৈতিক সঁজুলিলৈ পৰিণত হৈছে নেকি কণ কণ শিশু?

সামাজিক মাধ্যমত ভিউজৰ অঘোষিত প্ৰতিযোগিতা: ৰাজনৈতিক সঁজুলিলৈ পৰিণত হৈছে নেকি কণ কণ শিশু?

September 29, 2026 1:03 pm
বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

September 29, 2026 11:37 am
ক’ত গ’ল মুমতাজ বেগম? বাংলাদেশলৈ বিতাড়নৰ ৩ মাহৰ পাছতো নাই কোনো শুংসূত্ৰ!

ক’ত গ’ল মুমতাজ বেগম? বাংলাদেশলৈ বিতাড়নৰ ৩ মাহৰ পাছতো নাই কোনো শুংসূত্ৰ!

September 29, 2026 11:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

September 29, 2026 1:11 pm
সামাজিক মাধ্যমত ভিউজৰ অঘোষিত প্ৰতিযোগিতা: ৰাজনৈতিক সঁজুলিলৈ পৰিণত হৈছে নেকি কণ কণ শিশু?

সামাজিক মাধ্যমত ভিউজৰ অঘোষিত প্ৰতিযোগিতা: ৰাজনৈতিক সঁজুলিলৈ পৰিণত হৈছে নেকি কণ কণ শিশু?

September 29, 2026 1:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd