• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহানগৰীত দিন ডকাইতি; আঠগাঁও আৰু বেলতলাত সংঘটিত ডকাইতিৰ ঘটনা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 29, 2019 6:23 pm
robbery

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

785
VIEWS
Share on FacebookShare on Twitter

গুৱাহটী মহানগৰীৰ আঠগাঁৱত আজি দিন দুপৰতে সংঘটিত হয় এটা ডকাইতিৰ ঘটনা। বাইকত উঠি অহা ডকাইতৰ দলটোৱে বশিষ্ঠ পাঠক নামৰ লোকজনৰ হাতৰ পৰা থাপ মাৰি ৫ লাখ টকা লৈ উধাও হয়। আচম্বিত ঘটনাত একো তৎ ধৰিব নোৱাৰি পাঠকে সহায়ৰ বাবে চিঞৰিব ধৰে যদিও ইতিমধ্যে ডকাইতৰ দলটো পলাই যাবলৈ সক্ষম হয়।

বশিষ্ঠ পাঠকে বেংকৰ পৰা ধনখিনি উলিয়াই আনিছিল। অভিযোগ মতে ডকাইতৰ দলটোৱে বেংকৰ পৰা তেওঁক অনুসৰণ কৰি আহিছিল। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীক অভিযোগ দিয়া হৈছে।

আনহাতে, আঠগাঁৱৰ ডকাইতি কাণ্ডৰ সমান্তৰাল ভাৱে আজি বেলতলাতো সংঘটিত হয় আন এটা ডকাইতিৰ ঘটনা। ডকাইতৰ দলটোৱে বেলতলাৰ বাসিন্দা মদন শৰ্মা আৰু তেওঁৰ পত্নীৰ ঘৰত প্ৰবেশ কৰি দুয়োকে অচেতন কৰি সা-সম্পত্তি লুটি লৈ যায়।

গুৱাহাটী মহানগৰীত ক্ৰমাগতভাবে বৃদ্ধি পাই আহিছে হত্যা, ডকাইতিকে ধৰি অপৰাধজনিত ঘটনা। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটী মহানগৰীৰ জনসাধাৰণৰ সুৰক্ষা বৃদ্ধি কৰাৰ বাবে চলিত মাহত এখন উচ্চস্তৰীয় বৈঠক আয়োজন কৰিছিল যদিও এতিয়ালৈ মহানগৰীত সুৰক্ষিত হোৱা নাই জীৱন আৰু সম্পত্তিৰ অধিকাৰ।

Recent News

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd