• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গণৰাজ্য দিৱসত কটকটীয়া নিৰাপত্তা

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
January 23, 2018 8:56 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক গণৰাজ্য দিৱসৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰতো নিৰাপত্তামূলক ব্যবস্থা কটকটীয়া কৰি তোলা হৈছে। সন্ত্ৰাসবাদী সংগঠনসমূহৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি সাম্ভব্য সকলো পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ বিমান বন্দৰ কৰ্তৃপক্ষ সাজু হৈ আছে। এই প্ৰসংগত মোহনবাৰী বিমান বন্দৰৰ সঞ্চালক মুঘাভী ঝিমোই কয়, ‘’গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসত আমি প্ৰতিবাৰে যিকোনো প্ৰত্যাহ্বানৰ বাবে সাজু থাকো আৰু আমাৰ নিৰাপত্তা সকলো সময়তে কটকটীয়া হৈ থাকে।‘’

একেদৰে চবুৱাস্থিত ভাৰতীয় বিমান বাহিনীৰ ঘাটিতো পাঠানকোট আক্ৰমণৰ দৰে ঘটনা ঘটিব পাৰে বুলি চোৰাংচোৱা সূত্ৰৰ পৰা খবৰ লাভ কৰাৰ পাছত তাতো  নিৰাপত্তা ব্যবস্থা অতিৰিক্তভাৱে শক্তিশালী কৰি তোলা হৈছে। বিভাগীয় সূত্ৰই জনোৱা মতে উদয় অসমৰ নেতৃত্বত আলফা স্বাধীনৰ পাঁচজনীয়া দল এটাই গণৰাজ্য দিৱসৰ উদযাপনত ব্যাঘাত জন্মাবলৈ অসমত প্ৰৱেশ কৰিছে আৰু তেওঁলোকে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ যিকোনো চৰকাৰী স্থানত আঘাত হানিব পাৰে।

Apply Now

আনহাতে উজনি অসমৰ তিনিচুকীয়া জিলাক নিৰাপত্তাৰক্ষী সংস্থা সমূহে সকলোতকৈ স্পৰ্শকাতৰ জিলা হিচাপে চিহ্নিত কৰিছে। অৰুণাচল প্ৰদেশৰ সীমাৰে সন্ত্ৰাসবাদীসকলে সহজতে ইয়াত উপস্থিত হ’ব পাৰে বাবে এই জিলাখনত বিগত  দিনবোৰত ইয়াত বহুকেইটা সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত হৈছে। সেইবাবে আৰক্ষী প্ৰশাসনে এই জিলা দুখনৰ ওপৰত বিশেষ দৃষ্টি ৰাখিছে। ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিত সিং পানেচাৰে আমাৰ সংবাদদাতাক জনোৱা মতে আৰক্ষীয়ে ইতিমধ্যে জিলাখনত নৈশ পেট্ৰলিং আৰু তালাচী খৰতকীয়া কৰি তুলিছে আৰু জিলাখনত  চিআৰপিএফৰ অতিৰিক্ত বাহিনী নিয়োগ কৰা হৈছে।

উল্লেখযোগ্য যে যোৱা বছৰৰ গণৰাজ্য দিৱসৰ দিনা ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰত আয়োজন কৰা চৰকাৰী কাৰ্যসূচীৰ মাত্ৰ ৫০০ মিটাৰ দূৰৈত এখন চাহ বাগিচাৰ নলা এটাত সন্ত্ৰাসবাদীয়ে এটা বোমা দলিয়াই বিস্ফোৰিত কৰিছিল।

আনহাতে কেইদিনমানৰ আগেয়ে তিনচুকীয়া জিলাৰ অৰুণাচল সীমাৰ নামচিক গে’টত সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে বহুকেইখন অইল টেংকাৰত জুই লগাই দিছিল।

ভাৰতীয় সেনাৰ এগৰাকী বিষয়াই আমাৰ সংবাদদাতাক জনোৱা অনুসৰি উক্ত অঞ্চলটো ডাঠ হাবিৰে ভৰা বাবে সন্ত্ৰাসবাদীসকলে এই পথটো সহজতে ব্যবহাৰ কৰিব পাৰে। সেইবাবে ইয়াত এতিয়া সেনাৰ সঞ্চালন বৃদ্ধি কৰা হৈছে।

অভিক চক্ৰৱৰ্তী

অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখনৌৰ কোচিং চেণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ড, ১৩ জনৰ মৃত্যু : প্ৰাণ বচাবলৈ ওপৰৰ পৰা জঁপিয়ালে ছাত্ৰ-ছাত্ৰীয়ে

লখনৌৰ কোচিং চেণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ড, ১৩ জনৰ মৃত্যু : প্ৰাণ বচাবলৈ ওপৰৰ পৰা জঁপিয়ালে ছাত্ৰ-ছাত্ৰীয়ে

June 22, 2026 6:59 pm
বিহাৰৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত মুন্নাভাই এমবিবিএছ, ২৪ জনক গ্ৰেপ্তাৰ

বিহাৰৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত মুন্নাভাই এমবিবিএছ, ২৪ জনক গ্ৰেপ্তাৰ

June 22, 2026 6:36 pm
নেতা আৰু সাংসদৰ ওপৰত কণী নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ

নেতা আৰু সাংসদৰ ওপৰত কণী নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ

June 22, 2026 5:39 pm
চৰকাৰী গাড়ী নিদিয়াৰ বাবে প্ৰতিবাদ : ৩০ কিলোমিটাৰ চাইকেল চলাই অনুষ্ঠানত উপস্থিত কেৰালাৰ পঞ্চায়ত সভাপতি

চৰকাৰী গাড়ী নিদিয়াৰ বাবে প্ৰতিবাদ : ৩০ কিলোমিটাৰ চাইকেল চলাই অনুষ্ঠানত উপস্থিত কেৰালাৰ পঞ্চায়ত সভাপতি

June 22, 2026 5:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখনৌৰ কোচিং চেণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ড, ১৩ জনৰ মৃত্যু : প্ৰাণ বচাবলৈ ওপৰৰ পৰা জঁপিয়ালে ছাত্ৰ-ছাত্ৰীয়ে

লখনৌৰ কোচিং চেণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ড, ১৩ জনৰ মৃত্যু : প্ৰাণ বচাবলৈ ওপৰৰ পৰা জঁপিয়ালে ছাত্ৰ-ছাত্ৰীয়ে

June 22, 2026 6:59 pm
বিহাৰৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত মুন্নাভাই এমবিবিএছ, ২৪ জনক গ্ৰেপ্তাৰ

বিহাৰৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত মুন্নাভাই এমবিবিএছ, ২৪ জনক গ্ৰেপ্তাৰ

June 22, 2026 6:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd