• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমক মন্ত্ৰী দিয়াত কৃপণালি কৰিছে মোদীয়ে

গুৱাহাটীত সংবাদমেলযোগে মন্তব্য প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 31, 2019 4:05 pm
Modi shows misery in giving cabinet berths to Assam MPs, says former CM Tarun Gogoi
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৰেন্দ্ৰ মোদীৰ নতুন চৰকাৰত অসমৰ পৰা কেৱল এজনক মন্ত্ৰিত্ব দিয়াক লৈ সুখী নহয় প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ।

শুকুৰবাৰে দিচপুৰস্থিত বিধায়ক আৱাসত এক সংবাদমেল সম্বোধন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

Apply Now

‘অসমৰ পৰা এজন মন্ত্ৰী দিয়াত সুখী হোৱা নাই। অসমত মন্ত্ৰী দিয়াত মোদীয়ে কৃপণালি কৰিছে। মোদীয়ে সেই কৃপণালি দূৰ কৰাটো বিচাৰিছো। কাম নাইকিয়া বিভাগ এটা দিছে ৰামেশ্বৰ তেলীক। এই বিভাগত কেন্দ্ৰীয় চৰকাৰে দিয়া ফাণ্ডৰ পৰিমাণ কম।‘ ডিব্ৰুগড়ৰ সাংসদজনক কেন্দ্ৰীয় ৰাজ্যিক খাদ্য সংসাধন বিভাগৰ দায়িত্ব দিয়াক লৈ প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ মন্তব্য।

গগৈয়ে কয় যে অসমৰ পৰা দুই বা তিনিজনে মোদীৰ কেবিনেটত স্থান পাব বুলি ৰাইজে আশা কৰি আছিল।

‘মোদীয়ে যিহেতু ডিঙিত গামোচা পিন্ধি থাকে, গতিকে গামোচাক সন্মান দেখুৱাই অন্ততঃ দুজন মন্ত্ৰী দিব লাগিছিল। যিজনক মন্ত্ৰিত্ব দিছে তেওঁক স্বতন্ত্ৰ হিচাপে দিয়া নাই। তাৰ বিপৰীতে অসমৰ ৰাইজে মোদীক বিপুল ভোট দি সমৰ্থন জনাইছে।‘

কংগ্ৰেছৰ পূৰ্বৰ চৰকাৰসমূহৰ উদাহৰণ দি গগৈয়ে কয় যে কংগ্ৰেছৰ চৰকাৰত দুই তিনিজনতকৈ কম মন্ত্ৰী অসমৰ পৰা দিয়া নাছিল।

‘ইন্দিৰা গান্ধীৰ দিনত দুজন মন্ত্ৰী, মনমোহন সিঙৰ দিনত বিজয় সন্দিকৈ আৰু পৱন সিং ঘাটোৱাৰ আছিল। নৰসিমহা ৰাওৰ দিনত মই নিজে কেন্দ্ৰীয় ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী আছিলো।‘‘আমাৰ দিনৰ সেই উদাহৰণ আজি আছে নেকি?’ বুলি প্ৰশ্ন কৰি গগৈৰ মন্তব্য।

আনহাতে, ৰাওৰ মন্ত্ৰীসভাত তেওঁ নিজেও তেলীক দিয়া বিভাগৰ মন্ত্ৰী আছিলো বুলি উল্লেখ কৰি তেওঁ কয় ‘ময়ো এই বিভাগটোৰ মন্ত্ৰী আছিলো। মই স্বতন্ত্ৰ আছিলো। ক’কাক’লা, কেন্তাকি চিকেন এইবিলাক মোৰ দিনতে আনিছিলো।‘

ইপিনে, হিমন্ত বিশ্ব শৰ্মাই মোদীৰ কেবিনেটত স্থান পাব বুলি চলা বহুল চৰ্চাক লৈয়ো গগৈয়ে মন্তব্য কৰে।

‘হিমন্ত মন্ত্ৰী হ’ব, সাংসদ হ’ব, কিবা কিবি হ’ব, তেওঁ এতিয়া প্ৰধান মন্ত্ৰী হ’বলৈহে বাকী আছে। তেওঁ ৰাস্তা নিৰ্মাণৰ কামকেইটাই ভালকৈ কৰকচোন। মোৰ দিনত হিমন্তই কাম কৰিছিল। এতিয়া হিমন্তই কাম কৰা মই দেখা নাই। এতিয়া তেওঁক হাস্পতাললৈ যোৱা দেখা নাই।‘ গগৈয়ে কয়।

লগতে পঢ়ক– নতুন দিল্লীত উত্তৰ-পূবৰ “কম প্ৰতিনিধিত্ব” অব্যাহত থাকিল

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd