• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“চলো পাল্টাই”ৰ ফান্দত ভৰি নিদিয়ে অসমৰ বাঙালীয়ে : অসমৰ বাঙালী জাতীয় সংগঠনৰ যৌথ মঞ্চ

“লোকপিয়লত ভাষা অসমীয়া লিখি আমাৰ অসম প্ৰীতি আৰু অসমীয়া প্ৰীতি দাঙি ধৰিম”

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 1, 2019 8:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আত্মপ্ৰচাৰৰ লক্ষ্যৰে ফেইচবুকত অতি সক্ৰিয় তিনিজন মান বাঙালী লোকে “চলো পাল্টাই” নামেৰে এটা বিতৰ্কিত অভিযানৰ আহ্বান জনোৱাৰ পিছত তাকে লৈ অসমত বিৰাট হৈ-চৈৰ সৃষ্টি হোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ বাঙালী সম্প্ৰদায়ে।

অসমৰ বাঙালীসকলে এনেকুৱা “ফান্দ”ত কেতিয়াও ভৰি নিদিয়ে বুলি আজি এখন সংবাদমেল দি জনালে অসমীয়া বাঙালী জাতীয় সংগঠনৰ যৌথ মঞ্চই।

Apply Now

দিচপুৰ প্ৰেছ ক্লাবত দিয়া সংবাদমেলখনত যৌথ মঞ্চৰ উপদেষ্টা তথা বাঙালী যুৱ ছাত্ৰ ফেডাৰেইশ্যনৰ প্ৰাক্তন সভাপতি সুকুমাৰ বিশ্বাসে কয়, “’চলো পাল্টাই’ৰ সমৰ্থন নকৰে অসমৰ বাঙালী জাতীয় সংগঠনসমূহে। কলকাতাৰ তথাকথিত “বুদ্ধিজীৱী”য়ে অসমত থকা বঙালী লোকসকলৰ কথা চিন্তা কৰাৰ প্ৰয়োজন নাই। অসমত বসবাস কৰা বংগভাষী অসমীয়াসকলে যথেষ্ট সুখ-শান্তিত বাস কৰি আছে।”

উল্লেখযোগ্য যে পশ্চিম বংগৰ বাঙালী নেতা গৰ্গ চেটাৰ্জী, অসমৰ শান্তনু মুখাৰ্জী আৰু দিল্লীৰ চন্দন চেটাৰ্জী নামৰ তিনিজন বাঙালী লোকে “চলো পাল্টাই-২০২১” নাম দি অসমত ২০২১-ত হ’ব লগীয়া লোকপিয়লত সকলো হিন্দু-মুছলমান বাঙালী লোকক বাংলাক মাতৃভাষা হিচাপে উল্লেখ কৰিবলৈ ফেচবুক লাইভৰ জৰিয়তে আহ্বান জনাইছিল।

সুকুমাৰ বিশ্বাসে এনেকুৱা আহ্বানৰ বিৰোধিতা কৰি কয়, “আমাক অসমবাসীয়ে সন্দেহ কৰাটো অমূলক হ’ব। ২০২১-ৰ লোকপিয়লত বিপুল হাৰত অসমীয়া ভাষা লিখি আমাৰ অসম প্ৰীতি আৰু অসমীয়া প্ৰীতিৰ পৰিচয় দাঙি ধৰিম।”

সংবাদমেলখনত উপস্থিত থকা সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেইশ্যনৰ বৰ্তমানৰ সভাপতি উৎপল সৰকাৰে কয় যে অসমৰ বাহিৰৰ এচাম অসম-বিৰোধী তথাকথিত বাঙালী লোকে “চলো পাল্টাই” মিশ্যনৰ নামত অসমত যি সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব বিচাৰিছে অসমস্থিত বাঙালী জাতীয় সংগঠনবোৰে তাৰ তীব্ৰ বিৰোধিতা কৰে।

“আমাৰ হাড়ে-হিমজুৱে অসমৰ হাৱা-পানী তেজ হৈ প্ৰৱাহিত হৈ আছে। এই তেজত বংগীয় ৰং সানিবলৈ অহৰহ চেষ্টা কৰি থকা কলকাতাৰ গৰ্গ মুখাৰ্জী, দিল্লীৰ চন্দন চেটাৰ্জী, অসমৰ শান্তনু মুখাৰ্জীক তেনে কার্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিছো”, উৎপল সৰকাৰৰ মন্তব্য।

তেওঁ লগতে কয়, অসম বিৰোধীসকলে ভবাৰ দৰে অসমৰ বঙালীসকলে কোনোমতেই তেখেতসকলে পতা “ভাষা ফান্দ”ত ভৰি নিদিয়ে । অসমৰ বঙালীসকলে অসমত কোনো মতে সম্প্ৰীতি বিনষ্ট হ’বলৈ নিদিয়ে।

সংবাদমেলখনত যৌথ মঞ্চৰ হৈ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেইশ্যন, সদৌ অসম বাঙালী পৰিষদ আৰু সদৌ অসম বাঙালী সুৰক্ষা সমিতিৰ নেতৃবৰ্গ উপস্থিত থাকে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm
গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

June 13, 2026 9:08 pm
ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd