• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চি, ঘোষিত বিদেশী সন্দৰ্ভত পুনৰ ৰাষ্ট্ৰসংঘৰ পত্ৰ: ভাৰত চৰকাৰৰ পৰা বিচাৰিলে উত্তৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 3, 2019 6:57 am
United_Nations_Day2012_freecomputerdesktopwallpaper_1920-1024x606
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ডিটেনশ্যন কেম্পত বন্দী জীৱন কটোৱা বিদেশীক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘই। ৰাজ্যখনত বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়া খৰতকীয়া কৰি তোলাৰ বাবে অসম চৰকাৰে ডিটেনশ্যন কেম্পৰ সংখ্যা বৃদ্ধি কৰিবলৈ লোৱাৰ পাছতেই ৰাষ্ট্ৰসংঘৰ চাৰিজনীয়া বিশেষ প্ৰতিবেদকে ভাৰত চৰকাৰৰ পৰা ডিটেনশ্যন কেম্পৰ তথ্য বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে।

উক্ত বিশেষ প্ৰতিবেদকে (স্পেচিয়েল ৰেপ’ৰ্টাৰ) যোৱা ২৭ মে’ত এখন প্ৰতিবেদন প্ৰেৰণ কৰিছে য’ত কেন্দ্ৰীয় চৰকাৰৰ পৰা বিদেশী ন্যায়াধীকৰণে ঘোষণা কৰা বিদেশীৰ তথ্য বিচাৰিছে। প্ৰতিবেদনখনত লগতে অসমৰ ৬টা ডিটেনশ্যন কেম্পত বন্দীত্বৰ জীৱন কটোৱা বিদেশী আৰু তেওঁলোকে কটোৱা বন্দীত্বৰ সময় সন্দৰ্ভতো ভাৰত চৰকাৰৰ পৰা তথ্য বিচাৰিছে।

Apply Now

তদুপৰি, তেওঁলোকে ২০১৯চনৰ ১ জানুৱাৰিলৈকে বিদেশী ন্যায়াধীকৰণত গোচৰ ৰুজু হোৱা সন্দেহজনক বিদেশীৰ তথ্যও বিচাৰিছে। পত্ৰখনত ইতিমধ্যে বিতাড়ন কৰা বিদেশীৰ তথ্যও বিচৰা হৈছে।

তাৎপৰ্যপূৰ্ণভাৱে, পত্ৰখনত বিদেশী ন্যায়াধীকৰণত কি তথ্য প্ৰমানৰ ভিত্তিত গোচৰ ৰুজু কৰা হয় সেয়া জানিব বিচৰাৰ লগতে বিদেশী ন্যায়াধীকৰণত গোচৰ ৰুজু কৰাসকলৰ ধৰ্ম সন্দৰ্ভতো তথ্য বিচৰা হৈছে।

আনহাতে, এন আৰ চিৰ চূড়ান্ত খচৰাত নাম বাদ পৰা নাগৰিকৰ দাবী-আপত্তি মীমাংসাৰ ক্ষেত্ৰত আন্ত:ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আইনক সন্মুখত ভাৰত চৰকাৰে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিছেনেতাৰ নিশ্চয়তা বিচাৰিছে পত্ৰখনত।

পত্ৰখনত তেওঁলোকে এন আৰ চিৰ উন্নীতকৰণ প্ৰক্ৰিয়াত যাতে কোনো লোকৰ মানৱ অধিকাৰ উলংঘন নহয় তথা ৰাষ্ট্ৰহীন হৈ নপৰে সেই সন্দৰ্ভত বাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়েও সৱিশেষ বিচাৰিছে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে দুবাৰকৈ ৰাষ্ট্ৰসংঘৰ চাৰিজন বিশেষ প্ৰতিবেদকে ভাৰত চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল যদিও তেওঁলোকে ইয়াৰ কোনো সঁহাৰি পোৱা নাছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd