• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজ্যত ১০০০ খন ই-বিদেশী ন্যায়াধীকৰণ স্থাপনৰ পৰিকল্পনাত চূড়ান্ত ৰূপ কেন্দ্ৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 3, 2019 10:28 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ৩১ জুলাইত চূড়ান্ত এন আৰ চি প্ৰকাশৰ পিছত নিষ্পত্তি কৰিবলগীয়া গোচৰৰ বাবে চৰকাৰে অসমত ১০০০ খন বিদেশী ন্যায়াধীকৰণ স্থাপনৰ পৰিকল্পনা চূড়ান্ত কৰিছে।

প্ৰাপ্ত তথ্য মতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ সচিব বি আৰ শৰ্মাই অসম চৰকাৰে দিয়া ই-বিদেশী ন্যায়াধিকৰণ আৰু ১০০০ খন অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ স্থাপনৰ প্ৰস্তাৱটো আলোচনাৰ্থে যোৱা সপ্তাহত বৈঠকত বহিছিল।

Apply Now

ঘোষিত অবৈধ প্ৰব্ৰজনকাৰীৰ বাবে ই-বিদেশী ন্যায়াধীকৰণ স্থাপনৰ বাবে অসম চৰকাৰে দিয়া প্ৰস্তাৱটোত অনুমোদন জনোৱাৰ প্ৰক্ৰিয়াও কেন্দ্ৰই আৰম্ভ কৰিছে।

আনহাতে অসম চৰকাৰে ইতিপূৰ্বে সদৰি কৰা মতে প্ৰথম পৰ্যায়ত ২০০ খন বিদেশী ন্যায়াধিকৰণৰ সদস্য পদ পূৰণৰ বাবে ১৫ জুলাইৰ পৰা সাক্ষাৎকাৰ গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ’ব আৰু ২০ আগষ্টৰ ভিতৰত ফলাফল ঘোষণা কৰা হ’ব। নতুনকৈ বাছনি হোৱা সদস্যসকলে ১ ছেপ্টেম্বৰৰ ভিতৰত যোগদান কৰিব লাগিব।

এই ক্ষেত্ৰত ২৯ মে’ত অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব গৰাকীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক (ন্যায়িক) লৈ প্ৰেৰণ কৰা এখন পত্ৰত অতিৰিক্ত ন্যায়াধীকৰণৰ বাবে সদস্য নিযুক্তিৰ ক্ষেত্ৰত প্ৰয়োজনীয় অৰ্হতা আৰু বয়সৰ সীমা আদি প্ৰকাশ কৰিছে। এই সদস্যসকলৰ অৱসৰৰ বয়স হ’ব ৬৭ বছৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm
বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

September 15, 2026 6:10 pm
মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

September 15, 2026 4:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd