• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০২০ চনৰ আৰম্ভণিতে গুৱাহাটীলৈ চলিব বিদ্যুৎ চালিত ৰে’লগাড়ী !

এন ই নাও নিউজ by এন ই নাও নিউজ
June 6, 2019 7:23 pm
electrict train imagge

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শীঘ্রে গুৱাহাটীলৈ চলাচল কৰিব বৈদ্যুতিক ৰে’ল। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ, ৰে’লৱে বৈদ্যুতিকৰণ আঁচনিৰ অধীনত ২০১৯ বৰ্ষৰ ডিচেম্বৰ মাহৰ শেষৰ ফালে গুৱাহাটীলৈ বিদ্যুত চালিত ৰে’ল চলাচল কৰাৰ আশা আছে। ডিচেম্বৰত সম্পূৰ্ণ নহলেও নতুন বছৰৰ আৰম্ভণিতে গুৱাহাটীলৈ চলিব বিদ্যুৎ চালিত ৰে’ল গাড়ী।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনত মুঠ ৬,২৪২ কিলোমিটাৰ ৰে’লপথৰ প্ৰায় ৫০ শতাংশ ৰে’লপথৰ বৈদ্যুতিকৰণৰ কাম ২০২০ চনৰ মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলি আশা প্ৰকাশ কৰা হৈছে।

Apply Now

বৰ্তমানলৈ এন এফ ৰে’লৱে ৫৩৪ কিলোমিটাৰ ৰে’লপথ বৈদ্যুতিকৰণ কৰিছে। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ কাটিহাৰ সংমণ্ডলৰ অধীনৰ প্ৰায় ২১৯ কিলোমিটাৰ ৰে’লপথত বৈদ্যুতিকৰণ কৰা কাম সম্পূৰ্ণ হৈছে। মালদা কোৰ্ট-সিংঘাপাদ, কাটিহাৰ-মুকুৰিয়া আদি ৰে’লপথ সমূহকে ধৰি ৩১৫ কিলোমিটাৰ ৰে’লপথ পৰৱৰ্তী সময়ত বিদ্যুতিকৰণ কৰা হয়।

আনহাতে, চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত জলপাইগুৰি-নিউ বঙাইগাঁও-গুৱাহাটী খণ্ডকে ধৰি মুঠ ১০৮৫ কিলোমিটাৰ ৰে’লপথৰ বৈদ্যুতিকৰণৰ কাম সম্পূৰ্ণ কৰা হ’ব বুলি উত্তৰ-পূব সীমান্ত ৰে’লৱে এক বিবৃতিযোগে প্ৰকাশ কৰিছে।

সকলো ঠিকে থাকিলে ২০২০ চনৰ প্ৰথমতে গুৱাহাটী মহানগৰীলৈ বিদ্যুত চালিত ৰেল চলাচল কৰা পূৰ্ণ সম্ভৱনা প্ৰকট হৈ পৰিছে।

উত্তৰ-পূৱ সীমান্ত ৰেলৱে উত্তৰ-পূৱত দ্বৈত ৰেলপথ নিৰ্মাণ আৰু ৰে’লপথ বৈদ্যুতিকৰণৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰি ইয়াৰ ওপৰত কাম কৰি আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আইন ভংগ কৰি ইউ জি চিৰ মুৰব্বীৰ পদত আকৌ চৰকাৰী আমোলা!

আইন ভংগ কৰি ইউ জি চিৰ মুৰব্বীৰ পদত আকৌ চৰকাৰী আমোলা!

September 3, 2026 2:21 pm
উত্তৰ গুৱাহাটীত  বৃহৎ মাটি কেলেংকাৰী! মাটি বিক্ৰীৰ তথ্যক লৈ কুটুম সুৰক্ষা পৰিষদৰ অভিযোগ

উত্তৰ গুৱাহাটীত  বৃহৎ মাটি কেলেংকাৰী! মাটি বিক্ৰীৰ তথ্যক লৈ কুটুম সুৰক্ষা পৰিষদৰ অভিযোগ

September 3, 2026 1:10 pm
বজাৰত সামগ্ৰীৰ চাহিদাৰ অভাৱনীয় মন্দাৱস্থা: ৫ বছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰলৈ নামিল দেশৰ উৎপাদনৰ হাৰ

বজাৰত সামগ্ৰীৰ চাহিদাৰ অভাৱনীয় মন্দাৱস্থা: ৫ বছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰলৈ নামিল দেশৰ উৎপাদনৰ হাৰ

September 3, 2026 12:54 pm
শলঠেকত তৃণমূল ত্যাগী ২০ জন সাংসদ! সদস্যপদ বচাবলৈ অধ্যক্ষৰ পৰা বিচাৰিলে অতিৰিক্ত সময়

শলঠেকত তৃণমূল ত্যাগী ২০ জন সাংসদ! সদস্যপদ বচাবলৈ অধ্যক্ষৰ পৰা বিচাৰিলে অতিৰিক্ত সময়

September 3, 2026 11:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আইন ভংগ কৰি ইউ জি চিৰ মুৰব্বীৰ পদত আকৌ চৰকাৰী আমোলা!

আইন ভংগ কৰি ইউ জি চিৰ মুৰব্বীৰ পদত আকৌ চৰকাৰী আমোলা!

September 3, 2026 2:21 pm
উত্তৰ গুৱাহাটীত  বৃহৎ মাটি কেলেংকাৰী! মাটি বিক্ৰীৰ তথ্যক লৈ কুটুম সুৰক্ষা পৰিষদৰ অভিযোগ

উত্তৰ গুৱাহাটীত  বৃহৎ মাটি কেলেংকাৰী! মাটি বিক্ৰীৰ তথ্যক লৈ কুটুম সুৰক্ষা পৰিষদৰ অভিযোগ

September 3, 2026 1:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd