• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২২ জুনৰ পৰা কামাখ্যাধামত অম্বুবাচী মেলা; বলীউদৰ প্ৰখ্যাত কন্ঠশিল্পী কৈলাশ খেৰে উদ্বোধন কৰিব অনুষ্ঠান

এন ই নাও নিউজ by এন ই নাও নিউজ
June 6, 2019 8:59 pm
kailash final

অম্বুবাচী মেলাৰ অনুষ্ঠান উদ্বোধন কৰিব কন্ঠশিল্পী কৈলাশ খেৰে।

10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ২২ জুনৰ পৰা ২৬ জুনলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে শক্তিপীঠ কামাখ্যাত অনুষ্ঠিত কৰা হ’ব মহা অম্বুবাচী মেলা। ইতিমধ্যে অম্বুবাচী মেলাৰ প্ৰস্তুতি আৰু নিৰাপত্তা ব্যৱস্থাক লৈ অসম চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসন সষ্টম হৈ পৰিছে।

আজি কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজ্যিৎ পেগুৱে অম্বুবাচী মেলাৰ প্ৰস্তুতি সম্পৰ্কত বিভিন্ন দিশ সাংবাদিকক অৱগত কৰে।

Apply Now

পেগুৱে প্ৰকাশ কৰা অনুসৰি বিগত বৰ্ষৰ অম্বুবাচী মেলাত ভক্তৰ বাবে নিৰ্মাণ কৰা শিবিৰৰ তুলনাত এইবাৰ ভক্তৰ শিবিৰৰ সংখ্যা হ্ৰাস কৰা হৈছে। বৰ্তমানলৈ চাৰিটা শিবিৰ জিলা প্ৰশাসনে ঘোষণা কৰিছে।

আনহাতে, ২২ জুনত সোণাৰাম খেলপথাৰত মেলাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব। এইবাৰ অনুষ্ঠান উদ্বোধন কৰিব বলীউদৰ জনপ্ৰিয় কন্ঠশিল্পী কৈলাশ খেৰে।

আকৌ নিৰাপত্তাৰ খাতিৰত কামাখ্যা ৰে’ল ষ্টেচনত প্ৰতিবছৰে নিৰ্মাণ কৰি অহা ভক্তৰ শিবিৰটো এইবাৰ উঠাই দিয়া হৈছে। তাৰ পৰিবৰ্তে ফাঁচীবজাৰ পুৰণি জেল ৰোডত এই বৰ্ষৰ আটাইতকৈ ডাঙৰ শিবিৰটো নিৰ্মাণ কৰা হ’ব বুলি উপায়ুক্ত পেগুৱে সংবাদ মাধ্যমৰ আগত সদৰি কৰে।

আনহাতে, শ্ৰীলংকাৰ ধৰ্মীয় স্থানত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছত ভাৰতীয় চোৰাংচোৱা বাহিনীয়ে উত্তৰ-পূবৰ ৰাজ্যসমূহতো এনেধৰণৰ কূটাঘাত সংঘটিত হোৱাৰ সন্দেহত আগতীয়াকৈ চৰকাৰক সতৰ্কতা অৱলম্বন কৰাৰ বাবে অৱগত কৰিছিল।

এনে সতৰ্কতাৰ পৰিপ্ৰেক্ষিতত এইবাৰ অম্বুবাচী মেলাত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হ’ব বুলি উপায়ুক্তগৰাকীয়ে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘শত্ৰুতা’! উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ প্ৰত্যুত্তৰ

‘শত্ৰুতা’! উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ প্ৰত্যুত্তৰ

September 3, 2026 2:44 pm
আইন ভংগ কৰি ইউ জি চিৰ মুৰব্বীৰ পদত আকৌ চৰকাৰী আমোলা!

আইন ভংগ কৰি ইউ জি চিৰ মুৰব্বীৰ পদত আকৌ চৰকাৰী আমোলা!

September 3, 2026 2:21 pm
উত্তৰ গুৱাহাটীত  বৃহৎ মাটি কেলেংকাৰী! মাটি বিক্ৰীৰ তথ্যক লৈ কুটুম সুৰক্ষা পৰিষদৰ অভিযোগ

উত্তৰ গুৱাহাটীত  বৃহৎ মাটি কেলেংকাৰী! মাটি বিক্ৰীৰ তথ্যক লৈ কুটুম সুৰক্ষা পৰিষদৰ অভিযোগ

September 3, 2026 1:10 pm
বজাৰত সামগ্ৰীৰ চাহিদাৰ অভাৱনীয় মন্দাৱস্থা: ৫ বছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰলৈ নামিল দেশৰ উৎপাদনৰ হাৰ

বজাৰত সামগ্ৰীৰ চাহিদাৰ অভাৱনীয় মন্দাৱস্থা: ৫ বছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰলৈ নামিল দেশৰ উৎপাদনৰ হাৰ

September 3, 2026 12:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘শত্ৰুতা’! উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ প্ৰত্যুত্তৰ

‘শত্ৰুতা’! উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ প্ৰত্যুত্তৰ

September 3, 2026 2:44 pm
আইন ভংগ কৰি ইউ জি চিৰ মুৰব্বীৰ পদত আকৌ চৰকাৰী আমোলা!

আইন ভংগ কৰি ইউ জি চিৰ মুৰব্বীৰ পদত আকৌ চৰকাৰী আমোলা!

September 3, 2026 2:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd