• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২২ জুনৰ পৰা কামাখ্যাধামত অম্বুবাচী মেলা; বলীউদৰ প্ৰখ্যাত কন্ঠশিল্পী কৈলাশ খেৰে উদ্বোধন কৰিব অনুষ্ঠান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 6, 2019 9:00 pm

2 min read

kailash final

অম্বুবাচী মেলাৰ অনুষ্ঠান উদ্বোধন কৰিব কন্ঠশিল্পী কৈলাশ খেৰে।

1.3k
VIEWS
Share on FacebookShare on Twitter

অহা ২২ জুনৰ পৰা ২৬ জুনলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে শক্তিপীঠ কামাখ্যাত অনুষ্ঠিত কৰা হ’ব মহা অম্বুবাচী মেলা। ইতিমধ্যে অম্বুবাচী মেলাৰ প্ৰস্তুতি আৰু নিৰাপত্তা ব্যৱস্থাক লৈ অসম চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসন সষ্টম হৈ পৰিছে।

আজি কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজ্যিৎ পেগুৱে অম্বুবাচী মেলাৰ প্ৰস্তুতি সম্পৰ্কত বিভিন্ন দিশ সাংবাদিকক অৱগত কৰে।

পেগুৱে প্ৰকাশ কৰা অনুসৰি বিগত বৰ্ষৰ অম্বুবাচী মেলাত ভক্তৰ বাবে নিৰ্মাণ কৰা শিবিৰৰ তুলনাত এইবাৰ ভক্তৰ শিবিৰৰ সংখ্যা হ্ৰাস কৰা হৈছে। বৰ্তমানলৈ চাৰিটা শিবিৰ জিলা প্ৰশাসনে ঘোষণা কৰিছে।

আনহাতে, ২২ জুনত সোণাৰাম খেলপথাৰত মেলাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব। এইবাৰ অনুষ্ঠান উদ্বোধন কৰিব বলীউদৰ জনপ্ৰিয় কন্ঠশিল্পী কৈলাশ খেৰে।

আকৌ নিৰাপত্তাৰ খাতিৰত কামাখ্যা ৰে’ল ষ্টেচনত প্ৰতিবছৰে নিৰ্মাণ কৰি অহা ভক্তৰ শিবিৰটো এইবাৰ উঠাই দিয়া হৈছে। তাৰ পৰিবৰ্তে ফাঁচীবজাৰ পুৰণি জেল ৰোডত এই বৰ্ষৰ আটাইতকৈ ডাঙৰ শিবিৰটো নিৰ্মাণ কৰা হ’ব বুলি উপায়ুক্ত পেগুৱে সংবাদ মাধ্যমৰ আগত সদৰি কৰে।

আনহাতে, শ্ৰীলংকাৰ ধৰ্মীয় স্থানত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছত ভাৰতীয় চোৰাংচোৱা বাহিনীয়ে উত্তৰ-পূবৰ ৰাজ্যসমূহতো এনেধৰণৰ কূটাঘাত সংঘটিত হোৱাৰ সন্দেহত আগতীয়াকৈ চৰকাৰক সতৰ্কতা অৱলম্বন কৰাৰ বাবে অৱগত কৰিছিল।

এনে সতৰ্কতাৰ পৰিপ্ৰেক্ষিতত এইবাৰ অম্বুবাচী মেলাত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হ’ব বুলি উপায়ুক্তগৰাকীয়ে কয়।

Recent News

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

Republic day parade in delhi

গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত ব্ৰাহ্মছ-তেজস, আকাশ মাৰ্গত ৰাফেলৰ শক্তি প্ৰদৰ্শন

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd