• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অভি-নীল হত্যাকাণ্ডৰ এটা বছৰ সম্পূৰ্ণ; ৮ জুনৰ অভিশপ্ত দিনটোতে ডকমকাত প্ৰাণ হেৰুৱাইছিল দুগৰাকী অসমীয়া যুৱকে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 8, 2019 9:07 am
Abhi-NeelAbhi-Neel Abhi-Neel murder case: Witness to be reproduced in Nagaon session court

অভি-নীলৰ ফাইল ফটো।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি এটা বছৰ অতিক্ৰম কৰিলে গাৰ নোম শিহৰিত কৰি তোলা দুই তজবজীয়া অসমীয়া যুৱক নীলোৎপল দাস আৰু অভিজিৎ নাথৰ বৰ্বৰ হত্যাকাণ্ডই। বিগত বৰ্ষৰ আজিৰ এই অভিশপ্ত দিনটোতে কাৰ্বি পাহাৰত কাংথিলাংছ’ৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিব গৈ ডকমকাত এজাক উন্মাদ জনতাৰ বৰ্বৰ আক্ৰমণত প্ৰাণ হেৰুৱাব লগা হৈছিল দুজন প্ৰতিভাৱান যুৱকে।

দুই অসমীয়া যুৱকক নিষ্ঠুৰভাৱে হত্যা কৰি সেই ভিডিঅ’ চ’ছিয়েল মিডিয়া যোগে ভাইৰেল হোৱা দৃশ্য আজিও প্ৰতিগৰাকী অসমীয়াৰ চকুৰ আগত ভাহি আছে।

Apply Now

এবছৰ উকলি যোৱাৰ পাছতো আজিলৈ আদালতৰ দ্বাৰা দোষী সাব্যস্ত কৰা হোৱা নাই জঘন্য ঘটনাটোৰ লগত জড়িত লোকসকলক। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত বৰ্তমানেও বিচাৰ প্ৰক্ৰিয়া চলি আছে। দোষীয়ে জামিন লাভৰ বাবে আবেদন কৰিছে আৰু আদালতৰ মজিয়াত জামিনৰ শুনানি অব্যাহত আছে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত ডকমকা কাণ্ডৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ৪৭ গৰাকী অভিযুক্তৰ বিচাৰ প্ৰক্ৰিয়া ডিফু আদালতৰ পৰা নগাঁও আদালতলৈ স্থানান্তৰ কৰা হৈছিল। নিলোৎপলৰ পিতৃয়ে আদালতৰ লেহেমীয়া বিচাৰ প্ৰক্ৰিয়াক লৈ সুখী নহয় বুলিও মাজে সময়ে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি আহিছে।

আনহাতে, আজি এটা বছৰে দুটা পৰিয়ালৰ দুৰ্ভগীয়া পিতৃ-মাতৃয়ে আইনী প্ৰক্ৰিয়াৰ মাজেৰে ন্যায়ৰ বাবে অপেক্ষা কৰি আছে। তেওঁলোকৰ বিশ্বাস আইনৰ অধীনত কঠোৰ শাস্তি পাব দোষীয়ে আৰু তেওঁলোকৰ স্বৰ্গগামী সন্তানে মুক্তি লাভ কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অধিবক্তাৰ বিৰোধিতাত বাতিল অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নিযুক্তি; শুনানিত আক্ষেপ মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তৰ

অধিবক্তাৰ বিৰোধিতাত বাতিল অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নিযুক্তি; শুনানিত আক্ষেপ মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তৰ

October 31, 2026 8:15 am
শালমইনাৰ বাবে পিঠি উলিয়াই পিন্ধিব পৰা নাই ব্লাউজ? জানো আহক প্ৰতিকাৰৰ উপায়

শালমইনাৰ বাবে পিঠি উলিয়াই পিন্ধিব পৰা নাই ব্লাউজ? জানো আহক প্ৰতিকাৰৰ উপায়

October 31, 2026 7:33 am
গোপীনাথ বৰদলৈ ট্ৰফীত এ এছ ই বি আৰু গুৱাহাটী চিটি এফ চিৰ জয়

গোপীনাথ বৰদলৈ ট্ৰফীত এ এছ ই বি আৰু গুৱাহাটী চিটি এফ চিৰ জয়

October 30, 2026 9:35 pm
 সন্দীপন আৰু অমৃতপ্ৰভাৰ জামিন প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল অসম চৰকাৰ

 সন্দীপন আৰু অমৃতপ্ৰভাৰ জামিন প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল অসম চৰকাৰ

October 30, 2026 8:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অধিবক্তাৰ বিৰোধিতাত বাতিল অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নিযুক্তি; শুনানিত আক্ষেপ মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তৰ

অধিবক্তাৰ বিৰোধিতাত বাতিল অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নিযুক্তি; শুনানিত আক্ষেপ মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তৰ

October 31, 2026 8:15 am
শালমইনাৰ বাবে পিঠি উলিয়াই পিন্ধিব পৰা নাই ব্লাউজ? জানো আহক প্ৰতিকাৰৰ উপায়

শালমইনাৰ বাবে পিঠি উলিয়াই পিন্ধিব পৰা নাই ব্লাউজ? জানো আহক প্ৰতিকাৰৰ উপায়

October 31, 2026 7:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd