• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পি ডব্লিউ ডিত হ’ব ব্যাপক নিযুক্তি, ৰাজ্যজুৰি অভিযন্তা বদলি, চাইকেলত ঘূৰিব মন্ত্ৰী

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 9, 2019 8:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ গড়কাপ্তানী (পথ) বিভাগৰ বাহন বিতৰণ অনুষ্ঠানত দেওবাৰে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

গুৱাহাটীত বিভাগটোৰ প্ৰশিক্ষণ কেন্দ্ৰত ১৭২খন মহিন্দ্ৰা বলেৰ’ আৰু দুখন (ফ’ৰ্চ ত্ৰেভেলাৰ) ম’বাইল লেব’ৰেটৰি ভান বিতৰণ কৰাৰ পিছতে মন্ত্ৰীজনে নিযুক্তি, বদলি আৰু বিভাগীয় কামৰ গুণমান সম্পৰ্কীয় এই ঘোষণাসমূহ কৰিছে।

Apply Now

শৰ্মাই অহা ছমাহৰ ভিতৰত বিভাগটোৰ খালী পদসমূহ পূৰোৱাৰ বাবে নিযুক্তি মুকলি কৰাৰ কথা ঘোষণা কৰিছে।

“দায়িত্ব লোৱাৰ পাছৰে পৰা সমস্যাবোৰৰ সমাধানৰ চেষ্টা কৰিছো। শেহতীয়াভাৱে নিযুক্তিৰ ব্যৱস্থা কৰা হৈছে। ছমাহৰ ভিতৰত গড়কাপ্তানী বিভাগৰ তৃতীয় আৰু চতুৰ্থ আৰু আন কাৰিকৰী পদবীত নিযুক্তিৰ ব্যৱস্থা কৰা হ’ব।”

ৰাস্তা নিৰ্মাণ সম্পৰ্কে “বহুত অভিযোগ” পোৱা বুলি উল্লেখ কৰি শৰ্মাই কামৰ মানৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজৰ অৱকাশ দিবলৈ অস্বীকাৰ কৰিছে। পুঁজি আবণ্টনত বিভাগে কৃপণালি কৰা নাই বুলি দাবী কৰি মন্ত্ৰীজনে “কাম কিয় ভাল নহয়?” বুলিও বিষয়াসকলক প্ৰশ্ন কৰে।

কামৰ মান মূল্যায়নৰ বাবে গোটেই অসমজুৰি চাইকেলত ঘূৰা আৰু অভিযন্তাৰ বাধ্যতামূলক বদলিৰ কথাও উল্লেখ কৰে।

তেওঁ কয় যে অহা ছেপ্টেম্বৰৰ পৰা ফেব্ৰুৱাৰিলৈ পুৱা ৬বজাৰ পৰা গধূলি ৮বজালৈকে চাইকেলেৰে ঘূৰি তেওঁ পথ পৰ্য্যৱেক্ষণ কৰিব।

আনহাতে তিনি বছৰতকৈ বেছি সময় কোনো অভিযন্তাই একেখন জিলা বা চহৰতেই কাৰ্য্যনিৰ্বাহ কৰিব নোৱাৰিব। চূড়ান্ত এন আৰ চি প্ৰকাশৰ পিছতে এই কাম হ’ব বুলিও তেওঁ জনায়।

“কোন ক’লৈ যাবলৈ বিচাৰে সেয়া অভিযন্তাসকললে নিজে নিৰ্ধাৰণ কৰক। বিভাগটো শক্তিশালী কৰিবৰ বাবে এই প্ৰচেষ্টা লোৱা হৈছে। ১৫দিনৰ ভিতৰত transfer order ওলাই যাব। তিনিবছৰৰ বেছি থাকিলে ন্যস্ত স্বাৰ্থ জৰিত হৈ পৰে। মানুহ লগাই কোনোৱে transfer stay কৰাৰ চেষ্টা নকৰিলে ভাল। এমাহৰ ভিতৰত transfer process কমপ্লিট হৈ যাব,” মন্ত্ৰী শৰ্মাৰ মন্তব্য।

আনহাতে এতিয়াৰে পৰা পথ নিৰ্মাণৰ লগতে পথৰ কাষৰ বনানীকৰণো গড়কাপ্তানী বিভাগেই কৰিব লাগিব বুলিও তেওঁ ঘোষণা কৰে।

“আমাৰ গড়কাপ্তানীয়েই এই কামটো কৰিব লাগে। বনানীকৰণৰ জৰিয়তে পথ নিৰ্মাণৰ কামৰ কৃতিত্ব থাকি যাব। এইবাৰৰ পৰা ৰাস্তা নিৰ্মাণৰ লগত বৃক্ষ ৰোপণ বাধ্যতামূলক কৰা হ’ব। ৰাস্তাৰ দুইকাষত বগা লাইনৰ জৰিয়তে সীমা চিহ্নিত কৰিব লাগিব।”

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm
জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm
‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm
জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd