• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসম আৰক্ষীৰ কমাণ্ডো গিৰীশ দত্তক হত্যা কৰা আন দুজন অভিযুক্তক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 13, 2019 6:11 pm
girish-dutta-1-1068x688-1140x570

দুৰ্বৃত্তৰ হাতত নিহত আৰক্ষী কমাণ্ডো গিৰীশ দত্তৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ মাকুমত যোৱা ২ জুনৰ দিনা এটা দুৰ্বৃত্তৰ দলে নৃংশসভাৱে ঘপিয়াই হত্যা কৰা আৰক্ষী কমাণ্ডো গিৰীশ দত্তৰ হত্যাকাণ্ডৰ সৈতে জড়িত আন দুজন অভিযুক্তক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন লোকদুজনক আৰক্ষীয়ে পদ্ম চাউৰক (২৭) আৰু ৰুক্ম চাউৰক (২৫) বুলি চিনাক্ত কৰিছে। দুয়োজনকে আৰক্ষীয়ে তিনিচুকীয়াৰ বাৰেকুৰি অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে। দুই অভিযুক্তই বাৰেকুৰি গাঁৱৰ পেটুৱা চাউৰক নামৰ এজন লোকৰ পুত্ৰ বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে।

পূৰ্বতেও আৰক্ষীয়ে গিৰীশ দত্তৰ হত্যাকাণ্ডৰ লগত জড়িত তিনিজনক অভিযুক্ত আটক কৰিছিল। তেওঁলোক হ’ল ক্ৰমে মিণ্টু চুতীয়া, বিতোপন চুতীয়া আৰু বিজিত চুতীয়া।

উল্লেখযোগ্য যে যোৱা ২ জুনত মাকুমত অসম আৰক্ষীৰ কমাণ্ডো গিৰীশ দত্তক দুৰ্বৃত্তই খেদি খেদি ঘপিয়াই অতি নৃশংসভাৱে হত্যা কৰিছিল।

কমাণ্ডো গিৰীশ দত্তই নিশা টিংৰাইত অনুষ্ঠিত এক সাংস্কৃতিক অনুষ্ঠানৰ পৰা আহি থকাৰ সময়ত বাটত একাংশৰ লোকৰ সৈতে কোনো কথাক লৈ তৰ্কাতৰ্কি হৈছিল।

ইয়াৰ পাছতে গিৰীশ দত্তই ঘটনাস্থলী ত্যাগ কৰি নিজৰ ঘৰলৈ আহে। কিন্তু দুৰ্বৃত্তৰ দলটোৱে গিৰীশৰ পিছে পিছে গৈ গিৰীশৰ ঘৰত উপস্থিত হয়গৈ আৰু গিৰীশক ঘৰৰ পৰা ৰাস্তালৈ মাতি আনি অতি নৃশংসভাৱে খেদি খেদি ঘপিয়াই হত্যা কৰিছিল।

আনকি ঘটনা সংঘটিত হোৱাৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা গিৰীশ দত্তৰ পিতৃয়ে দুৰ্বৃত্তৰ দলটোক নামাৰিবৰ বাবে অনুৰোধ কৰাৰ পাছতো দুৰ্বৃত্তৰ দলটোৱে কমাণ্ডোজনক ৰেহাই নিদিলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am
সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd