• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমীয়া আৰু বড়ো ভাষাত ক্ৰমে সঞ্জীৱ পল ডেকা আৰু ৰুজাব মুছাহাৰীলৈ ২০১৯ বৰ্ষৰ সাহিত্য অকাডেমী যুৱ পুৰস্কাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 14, 2019 4:03 pm
Sahitya Academy youth puraskar

সাহিত্য একাডেমী যুৱ পুৰস্কাৰ প্ৰাপ্ত সঞ্জীৱ পল ডেকাৰ কিতাপ এই পিনে কি আছে? উৎস-ফেইচবুক

1.6k
VIEWS
Share on FacebookShare on Twitter

সাহিত্য অকাডেমীয়ে আজি ২০১৯ বৰ্ষৰ বিভিন্ন ভাষাৰ বাবে সাহিত্য অকাডেমী যুৱ পুৰস্কাৰ ঘোষণা কৰে। আজি ঘোষণা কৰা ২০১৯ বৰ্ষৰ সাহিত্য অকাডেমী যুৱ পুৰস্কাৰত অসমৰ তৰুণ প্ৰতিভাৱান গল্পকাৰ সঞ্জীৱ পল ডেকাই তেওঁৰ ‘এই পিনে কি আছে ?’ গ্ৰন্থৰ বাবে অসমীয়া ভাষাত যুৱ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।

অসমীয়া সাহিত্যৰ নতুন চাম লেখৰ ভিতৰত অন্যতম শক্তিশালী গল্পকাৰ সঞ্জীৱ পল ডেকাই বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে অধ্যাপনা কৰি থকাৰ লগতে নিয়মীয়াভাৱে সাহিত্য চৰ্চাত ব্ৰতী হৈ আছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী সঞ্জীৱ পল ডেকাৰ জন্ম হৈছিল দৰং জিলাৰ দিঘীৰপাৰ গাঁৱত।

আনহাতে, বড়ো ভাষাত ৰুজাৱ মুছাহাৰীয়ে ‘চানশ্ৰী আৰৌ মোনডাংথিনি মাওখাং’ কবিতা পুথিৰ বাবে সাহিত্য অকাডেমী যুৱ পুৰস্কাৰ লভা কৰিবে।

উল্লেখযোগ্য যে, আজি সাহিত্য অকাডেমীয়ে হিন্দী, ইংৰাজীকে ধৰি মুঠ তেইশটা ভাষাত সাহিত্য অকাডেমী যুৱ পুৰস্কাৰ ঘোষণা কৰে। একাডেমীয়ে মিথালী ভাষাৰ বাবে পৰৱৰ্তী সময়ত পুৰস্কাৰ ঘোষণা কৰিব।

হিন্দীত ‘বাঘ ঔৰ চুংগা মুণ্ডা কি বেটী’ কবিতা পুথিৰ বাবে অনুজ লুগুন, ইংৰাজীত ‘দিৱালী ইন মুজাফৰনগৰ’ চুটি গল্পৰ বাবে তনুজ চোলাংকী, বেংগলীত ‘কুন্তাল ফিৰে আছে’ উপন্যাসৰ বাবে মৌমিতাই সাহিত্য অকাডেমীৰ যুৱ পুৰস্কাৰ লাভ কৰে।

Recent News

২৫ বছৰ ধৰি এখন বিদ্যালয়ত হিন্দু আৰু মুছলমান শিক্ষাৰ্থীৰ বাবে পৃথককৈ ৰন্ধা হৈছিল মধ্যাহ্ন ভোজন, তাৰপাছত…

২৫ বছৰ ধৰি এখন বিদ্যালয়ত হিন্দু আৰু মুছলমান শিক্ষাৰ্থীৰ বাবে পৃথককৈ ৰন্ধা হৈছিল মধ্যাহ্ন ভোজন, তাৰপাছত…

১০% বৃদ্ধি পালে ভাৰতৰ বৈদেশিক ঋণ : ৭৩৬.৩ বিলিয়ন মাৰ্কিন ডলাৰ স্পৰ্শ কৰিলে ঋণে

১০% বৃদ্ধি পালে ভাৰতৰ বৈদেশিক ঋণ : ৭৩৬.৩ বিলিয়ন মাৰ্কিন ডলাৰ স্পৰ্শ কৰিলে ঋণে

মাজুলীৰ কৃষকৰ ব্যৱসায়ীক সফলতা! মধ্য এছিয়া-ইউৰোপলৈ ২৬৭ মেট্ৰিক টন ৰঙা বাও ধানৰ ৰপ্তানি

মাজুলীৰ কৃষকৰ ব্যৱসায়ীক সফলতা! মধ্য এছিয়া-ইউৰোপলৈ ২৬৭ মেট্ৰিক টন ৰঙা বাও ধানৰ ৰপ্তানি

শিক্ষকসকলৰ কাৰ্যালয়ত উপস্থিতিৰ সময়ক লৈ নিৰ্দেশনা জাৰি অসম চৰকাৰৰ

শিক্ষকসকলৰ কাৰ্যালয়ত উপস্থিতিৰ সময়ক লৈ নিৰ্দেশনা জাৰি অসম চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd