• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেঘালয় সীমান্তত উত্তেজনা: উমখ্ৰীমিৰ পৰা অসমে উঠাই আনিব লগা হ’ল উপ আৰক্ষী চকী

এন ই নাও নিউজ by এন ই নাও নিউজ
June 15, 2019 9:53 am
index 123

ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম কাৰ্বি আংলং আৰু মেঘালয় সীমান্তত শুকুৰবাৰে তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। মেঘালয় সীমান্তত পশ্চিম কাৰ্বি আংলং আৰক্ষীয়ে এটা সীমান্ত উপ আৰক্ষী চকী (BOP )স্থাপন কৰাক কেন্দ্ৰ কৰি মেঘালয়ৰ স্থানীয় ৰাইজে উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে।

যোৱা ১১ জুনত পশ্চিম কাৰ্বি আংলং আৰক্ষী প্ৰশাসনে জেৰিকীণ্ডিং আৰক্ষী থানাৰ অন্তৰ্গত উমখ্ৰীমি গাঁৱত অসম আৰক্ষীৰ এটা সীমান্ত উপ আৰক্ষী চকী (BOP) স্থাপন কৰিছিল। কিন্তু অসমৰ ভূমিত স্থাপন কৰা এই সীমান্ত উপ আৰক্ষী চকী উৎখাত কৰিবলৈ মেঘালয়ৰ ৰাইজ তথা প্ৰশাসন ওলাই আহে।

Apply Now

মেঘালয়ৰ ৰাইজে সীমা নিৰ্ধাৰণ নোহোৱাকৈ সীমান্ত উপ আৰক্ষী চকী (BOP) স্থাপন কৰিব নিদিয়াৰ হুংকাৰ দিয়ে। ইয়াৰ পাছতে কাৰ্বি আংলঙৰ দণ্ডাধীশৰ নেতৃত্বত আৰক্ষী ,চি আৰ পি বাহিনী ঘটনাস্থলীত গৈ উপস্থিত হয় যদিও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ব্যৰ্থ হয়।

index 124
ফটো : নৰ্থইষ্ট নাও

অৱশেষত বাধ্য হৈ কাৰ্বি আংলং প্ৰশাসনে আৰক্ষী চকীটো ভাঙি সকলো বয়বস্তু গাড়ীত উঠাই লৈ আহে। এই ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰাৰ লগতে এক চেপা উত্তেজনা বিৰাজ কৰে।

ইপিনে, অসমৰ প্ৰশাসনৰ এনে ভূমিকাৰ বিৰুদ্ধে কাৰ্বি  ছাত্ৰ সংগঠনৰ সভাপতি চেমচন টেৰণে তীব্ৰ প্রতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ শীঘ্ৰে অঞ্চলটোত সীমান্ত উপ আৰক্ষী চকীটো (BOP) স্থাপন কৰাৰ দাবী জনায়।

ৰাজ্যখনৰ বিজেপি চৰকাৰ তথা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জাতি-মাটি-ভেটি ৰক্ষাৰ শ্লোগান দি অহাৰ সময়তে বহিৰ্ৰাজ্যৰ এনে আগ্ৰাসনৰ ঘটনা সংঘটিত হোৱাটো অতি লজ্জাজনক আৰু গৰিহণাযোগ্য বুলি উল্লেখ কৰে তেৰণে। তদুপৰি, এই সন্দৰ্ভত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে পৰৱৰ্তী সময়ত কাৰ্বি ছাত্ৰ সংগঠনে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি ছাত্র নেতাগৰকীয়ে লগতে হুংকাৰ দিয়ে।

দীৰ্ঘদিন ধৰি পশ্চিম কাৰ্বি আংলং আৰু মেঘালয়ৰ মাজত চলি অহা এই সীমা বিবাদক লৈ ৰাজ্য চৰকাৰ দুখনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় লোকসকল শংকাত দিন নিয়াবলগীয়া হৈছে। তদুপৰি, অসমৰ মাটিত স্থাপন কৰা সীমান্ত উপ আৰক্ষী চকী মেঘালয়ৰ হেঁচাত উঠাই নিবলগীয়া হোৱা ঘটনাই সকলোকে আচৰিত কৰি তুলিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd