• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত উন্নয়নমূলক প্ৰকল্পৰ বাবে বিশ্ব বেংক, এছিয়ান ডেভেল’পমেন্ট বেংকৰ ২৮ হাজাৰ কোটি

এন ই নাও নিউজ by এন ই নাও নিউজ
June 18, 2019 9:07 am
adb-reuters

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ সৰ্বাংগীণ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন সময়ত বিশ্বৰ আগশাৰীৰ সংস্থাসমূহে আগবঢ়োৱা পুঁজিৰ ব্যৱহাৰৰ ক্ষেত্ৰত অসমে তুলনামূলকভাৱে ভাল প্ৰদৰ্শন দেখুৱাই আহিছে। সেয়েহে, বিশ্বৰ সাহায্যকাৰী সংস্থাসমূহে অসমৰ বিকাশৰ বাবে আৰু পুঁজি আগবঢ়াবলৈ আগবাঢ়ি আহিছে।

বিশ্ব বেংক, এছিয়ান ডেভেল’পমেন্ট বেংকে পুঁজি যোগান ধৰা পূৰ্বৰ প্ৰকল্পসমূহৰ ৰূপায়নত অসমে দেখুওৱা পাৰদৰ্শিতাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক এলানি নতুন প্ৰকল্পৰ বাবে প্ৰায় ২৮ হাজাৰ কোটি টকা মঞ্জুৰ কৰাৰ প্ৰক্ৰিয়া চলি আছে।

Apply Now

উক্ত প্ৰকল্প সমূহৰ বাবে বিশ্ব বেংক, এছিয়ান ডেভেল’পমেন্ট বেংক আৰু জাপান ইন্টাৰনেশ্যনেল কৰ্পোৰেশ্যন এজেন্সিয়ে পুঁজিৰ যোগান ধৰিব।

অসমৰ পৌৰনিগম উন্নয়ন প্ৰকল্পৰ বাবে বিশ্ব বেংকে আগবঢ়োৱা ১৪,০০ কোটি টকাৰ পুঁজিত নিটি আয়োগে অনুমোদন জনাইছে। আনহাতে, অসমৰ পথ যোগাযোগ উন্নয়নৰ বাবে এছিয়ান ডেভেল’পমেন্ট বেংকে আগবঢ়োৱা ৪,০০০ কোটি টকাৰ প্ৰকল্প ড’নাৰ মন্ত্ৰালয় আৰু পৰিবহন তথা ঘাইপথ মন্ত্ৰালয়ৰ অনুমোদনৰ বাবে অপেক্ষা কৰা হৈছে।

সেইদৰে, এছিয়ান ডেভেল’পমেন্ট বেংকে পুঁজি আগবঢ়াবলগীয়া ৩.২০০ কোটি টকীয়া ব্যয় সাপেক্ষ অসম শক্তি বিতৰণ পৰিবৰ্দ্ধন ব্যৱস্থাৰ বিতং প্ৰকল্প প্ৰতিবেদন ড’নাৰ মন্ত্ৰালয়ৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছে।

তদুপৰি, পৰ্যটন খণ্ডত এছিয়ান ডেভেল’পমেন্ট বেংকে পুঁজি আগবঢ়োৱা ৭২০ কোটি টকাৰ ইন্টাৰনেশ্যনেল চাৰ্কিট ডেভেল’পমেন্ট প্ৰকল্পত বিদেশ মন্ত্ৰালয়ে অনুমোদন জনোৱাৰ উপৰি গৃহ মন্ত্ৰালয়ৰ পৰাও এন অ’চি লাভ কৰিছে।

ইপিনে, জাপান ইন্টাৰনেশ্যনেল কৰ্পোৰেশ্যন এজেন্সি(জাইকা)ৰ পৰিকল্পনাত অন্তৰ্ভুক্ত হৈছে অসম মীন উন্নয়ন আৰু জীৱিকা প্ৰকল্পৰ বাবে ৩,৪০০ কোটি টকাৰ প্ৰকল্প।

উক্ত প্ৰকল্পসমূহ সঠিকভাৱে আৰু সঠিক সময়ত ৰূপায়ন কৰিব পাৰিলে অসমৰ বিকাশত ই প্ৰকৃততেই প্ৰচুৰ অৰিহনা যোগাব আৰু আগন্তুক দিনত উন্নত আন্ত:গাঁথনিৰ ভিত্তিত নব্য পৰিকল্পনাৰ সুযোগ বৃদ্ধি পাব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

September 4, 2026 1:12 pm
পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm
ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

September 4, 2026 11:31 am
নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

September 4, 2026 1:12 pm
পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd